• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যৌনতাৰ বিনিময়ত পাক গুপ্তচৰক মিছাইল পৰীক্ষাৰ তথ্য সৰবৰাহ! গ্ৰেপ্তাৰ DRDO ৰ বিষয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 25, 2023 11:21 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিআৰডিঅ’ৰ এজন বিষয়াই গোপনে এগৰাকী পাকিস্তানী এজেণ্টক মিছাইল পৰীক্ষাৰ তথ্য প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। শুকুৰবাৰে উৰিষ্যা আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছে।

বাতৰি অনুসৰি, ৫১ বছৰীয়া বাবুৰাম দে ইণ্টিগ্ৰেটেড টেষ্ট ৰেঞ্জৰ (আইটিআৰ) টেলিমেন্ট্ৰি বিভাগত প্ৰযুক্তি বিষয়া হিচাপে কাম কৰি আছিল। তেওঁৰ ফোনত নিৰীক্ষণত পোৱা গৈছে যে মিছাইল পৰীক্ষা সম্পৰ্কীয় প্ৰতিৰক্ষা তথ্য আৰু কাৰিকৰী তথ্য গোপনে পাকিস্তানী গুপ্তচৰলৈ প্ৰেৰণ কৰা হৈছিল।

লগতে পঢ়ক: প্ৰাক্তন RAW-ৰ মুৰব্বী দৌলতৰ মন্তব্য-‘সফল কাশ্মীৰ নীতি, কিন্তু হেৰুৱাইছে ভাৰতৰ অনুভুতি’

Apply Now

বাবুৰামে বিভাগটোৰ নিষিদ্ধ অঞ্চলসমূহৰ কেইবাখনো আলোকচিত্ৰ প্ৰেৰণ কৰিছিল বুলি অভিযোগ কৰা হৈছে। আৰক্ষীয়ে জনোৱা অনুসৰি, এই তথ্য পাকিস্তানৰ ৰাৱালপিণ্ডিত এগৰাকী মহিলা গুপ্তচৰলৈ প্ৰেৰণ কৰা হৈছে। বাবুৰামক শুকুৰবাৰে বালাচোৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে।

পূৰ্বঞ্চলৰ মহাপৰিদৰ্শক হিমাংশু লালে কয় যে বাবুৰামে কেৱল ধনেই লাভ কৰা নাছিল, এই তথ্যৰ বিনিময়ত বাৰ্তালাপৰ জৰিয়তে যৌন আনন্দও লাভ কৰিছিল। পাক গুপ্তচৰ আৰু বাবুৰামৰ মাজত যৌনসম্পৰ্কীয় বিভিন্ন ভিডিঅ’ আৰু ছবিও বিনিময় হৈছিল।

ডিআৰডিঅ’ৰ বিষয়াসকলৰ মতে, আইটিআৰৰ প্ৰায় সকলো মিছাইল পৰীক্ষাৰ সময়ত বাবুৰাম উপস্থিত আছিল। তেওঁ ডিআৰডিঅ’ কৰ্মচাৰী আৰু বিজ্ঞানীসকলৰ সৈতে সম্পৰ্ক বজাই ৰখাৰ বাবেও দায়বদ্ধ আছিল। মিছাইল উৎক্ষেপণত বাবুৰামৰ ওচৰত অতি সংবেদনশীল, গুৰুত্বপূৰ্ণ কাৰিকৰী তথ্য আছিল। সেই বাবুৰাম এতিয়া আৰক্ষীৰ জালত।

লগতে পঢ়ক: চুবুৰীয়া ৰাষ্ট্ৰৰ দুৰ্দশা! পাকিস্তানৰ গৃহ মন্ত্ৰীৰ বিৰুদ্ধে জাৰি গ্ৰেপ্তাৰী পৰোৱানা

অভিযোগ কৰা হৈছে যে বাবুৰামে হোৱাটছএপৰ জৰিয়তে এবছৰৰো অধিক সময় ধৰি মহিলা পাক গুপ্তচৰৰ সৈতে যোগাযোগ কৰি আছিল। তেওঁৰ ফোনটো জব্দ কৰা হৈছে। ডিআৰডিঅ’ৰ কিমান গোপন তথ্য পাকিস্তান পাইছে আৰক্ষীয়ে তাৰ অনুসন্ধান চলাই আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

October 3, 2026 10:10 am
একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

October 3, 2026 9:14 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd