• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হানী ট্ৰেপিঙৰ ফান্দত DRDO’ৰ বিজ্ঞানী; পাকিস্তানৰ হাতত ভাৰতৰ গুৰুত্বপূৰ্ণ তথ্য! গ্ৰেপ্তাৰ কুৰুলকাৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
May 5, 2023 9:42 am
হানী ট্ৰেপিঙৰ ফান্দত পৰাৰ সন্দেহত গ্ৰেপ্তাৰ ডি আৰ ডি অ’ৰ বিজ্ঞানী প্ৰদীপ কুৰুলকাৰ। ফটো: সংগ্ৰহীত।

হানী ট্ৰেপিঙৰ ফান্দত পৰাৰ সন্দেহত গ্ৰেপ্তাৰ ডি আৰ ডি অ’ৰ বিজ্ঞানী প্ৰদীপ কুৰুলকাৰ। ফটো: সংগ্ৰহীত।

10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহাৰাষ্ট্ৰ আৰক্ষীৰ এণ্টি টেৰ’ৰিষ্ট স্কোয়াডে পুনেৰ পৰা এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। ধৃত লোকজন প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ (DRDO) জ্যেষ্ঠ বিজ্ঞানী হিচাপে কৰ্মৰত আছিল।পুনেৰ ডি আৰ ডি অ’ (ইঞ্জিনিয়াৰ্ছ)ৰ পৰিচালক বিজ্ঞানী প্ৰদীপ কুৰুলকাৰ (৬০)ক হানী ট্ৰেপিঙৰ ফান্দত পৰাৰ সন্দেহত গ্ৰেপ্তাৰ কৰা হয়।

এ টি এছৰ সূত্ৰ অনুসৰি বিজ্ঞানীগৰাকীয়ে পাকিস্তানী চোৰাংচোৱা সংস্থাটোৰ এগৰাকী মহিলা চোৰাংচোৱাৰ ‘হানী ট্ৰেপিং’ত আবদ্ধ হৈছিল যাৰ ফলত তেওঁ ডি আৰ ডি অ’ৰ সৈতে জড়িত সকলো গোপনীয় তথ্য চোৰাংচোৱা সংস্থাটোক দিছিল।

লগতে পঢ়ক: অশনি সংকেত! মেঘালয়লৈও বিয়পিছে কুকি-মেইটেই হিংসা, ১৬জনক আটক

Apply Now

এজন এ টি এছ বিষয়াই কয় যে আমি বিজ্ঞানীজন আৰু সেই এজেণ্টৰ চ্যাট, ভিডিঅ’ কলৰ দৰে বহু তথ্য পাইছো। বুধবাৰে গ্ৰেপ্তাৰ কৰে বিজ্ঞানীগৰাকীক। বৃহস্পতিবাৰে তেওঁক পুনেৰ আদালতত হাজিৰ কৰাৰ পিছত তেওঁক এ টি এছৰ জিম্মাত দিয়া হৈছে।

অভিযুক্ত বিজ্ঞানীগৰাকীয়ে এক গুৰুত্বপূৰ্ণ ভূমিকাত বহু মিছাইল প্ৰকল্পৰ সৈতে জড়িত আছিল। মহাৰাষ্ট্ৰ ৰাজ্যিক সন্ত্ৰাসবাদ বিৰোধী গোটে এক বিবৃতিত কয় যে বিজ্ঞানীগৰাকী ডি আৰ ডি অ’ৰ বহু কৌশলগতভাৱে গুৰুত্বপূৰ্ণ প্ৰকল্পৰ সৈতে জড়িত আছিল। ইয়াৰ ভিতৰত বহুতো মিছাইল প্ৰকল্পও অন্তৰ্ভুক্ত আছে।  

বিজ্ঞানীগৰাকীয়ে জানিছিল যে তেওঁৰ হাতত থকা গোপন তথ্য শত্ৰুৰ ওচৰ পালে দেশৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আহিব। তথাপি হানী ট্ৰেপিঙৰ ফান্দত ভৰি দি শত্ৰুৰ এজেণ্টৰ আগত সকলো তথ্য প্ৰকাশ কৰে।

লগতে পঢ়ক: অৰাজক পাকিস্তান! বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰিলে ৮ জন শিক্ষকক

ডি আৰ ডি অ’ৰ পৰা এজাহাৰ পোৱাৰ পিছত বিজ্ঞানীজনৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰা হৈছে। এই সন্দৰ্ভত ডি আৰ ডি অ’ই বিগত বৰ্ষৰ ছেপ্টেম্বৰ-অক্টোবৰৰ পৰা এ টি এছক প্ৰাথমিক তথ্য প্ৰদান কৰিছিল। ইয়াৰ পিছত এ টি এছে বিজ্ঞানীজনৰ ভিডিঅ’ কল, ছ’চিয়েল চ্যাট আৰু ভইচ মেছেজৰ ট্ৰেচিং আৰম্ভ কৰে আৰু অৱশেষত তেওঁক গ্ৰেপ্তাৰ কৰে। মুম্বাইৰ এ টি এছৰ কালাচৌকী ইউনিটত অফিচিয়েল ছিক্ৰেটছ এক্টৰ অধীনত এটা গোচৰ ৰুজু কৰি অধিক তদন্ত অব্যাহত ৰখা হৈছে।

উল্লেখ্য যে সুন্দৰী মহিলা চোৰাংচোৱাৰ ব্যৱহাৰৰ জৰিয়তে চোৰাংচোৱা সংস্থাই কোনো গুৰুত্বপূৰ্ণ ব্যক্তিক ফান্দত পেলোৱাটোৱে হ’ল হানী ট্ৰেপ। ইয়াৰ বাবে মহিলা চোৰাংচোৱাগৰাকীয়ে নিজৰ সৌন্দৰ্য্য ব্যৱহাৰ কৰি নিজৰ লক্ষ্য ব্যক্তিক প্ৰভাৱিত কৰে।

লগতে পঢ়ক: অচিনাকি সম্পৰ্ক! মাতৃ হ’ব বিচাৰি ছ’চিয়েল মিডিয়াত সন্তানৰ ‘পিতৃ’ৰ সন্ধান যুৱতীৰ; তাৰ পিছত…

সাধাৰণতে ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে বন্ধুত্ব গঢ়াৰ পৰাই আৰম্ভ হয়। ডি আৰ ডি অ’ৰ বিজ্ঞানীসকলৰ বাবেও একে পদ্ধতি ব্যৱহাৰ কৰা হৈছিল। বন্ধুত্ব বাঢ়ি অহাৰ পাছত যৌন উত্তেজনামূলক কণ্ঠেৰে ভইচ কলৰ দ্বাৰা সন্মুখৰ ব্যক্তিজনক আকৰ্ষিত কৰা হয়।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd