• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

Dream-11-এ লাভ কৰিলে আই পি এল ২০২০ৰ টাইটেল স্পনছৰছিপ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 18, 2020 4:06 pm

1 min read

Dream-11-এ লাভ কৰিলে আই পি এল ২০২০ৰ টাইটেল স্পনছৰছিপ
382
VIEWS
Share on FacebookShare on Twitter

অৱশেষত চাইনীজ কোম্পানি ভিভ’ৰ পৰিৱৰ্তে Dream 11 (ড্ৰিম ইলেভেন)-এ আই পি এল ২০২০ৰ টাইটেল স্পনছৰছিপ লাভ কৰিছে।

ড্ৰিম ইলেভেনে আই পি এল ২০২০ৰ টাইটেল স্পনছৰছিপৰ বাবে ২৫০ কোটি টকা খৰচ কৰিছে। এই কথা জনাইছে বি চি চি আইয়ে।

উল্লেখ্য যে ভিভোৰ ৪৪০ কোটি টকাৰ তুলনাত ১৯০ কোটি টকা কমত চলিত বছৰৰ বাবে স্পনছৰছিপ লাভ কৰিছে ড্ৰিম ইলেভেনে।

টাইটেল স্পনছৰছিপ লাভৰ বাবে ড্ৰিম ইলেভেনৰ উপৰি বাইজু, টাটাৰ লগতে আন কেইবাটাও শীৰ্ষ কোম্পানিয়ে ইচ্ছা প্ৰকাশ কৰিছিল।

জানিব পৰা মতে, স্পনছৰছিপৰ দৌৰত থকা আনএকাডেমিয়ে ২১০ কোটি, টাটাই ১৮০ কোটি আৰু বাইজুৱে ১২৫ কোটি টকা প্ৰদান কৰিছিল।

স্মৰ্তব্য যে, ভাৰত আৰু চীনৰ মাজত হোৱা সীমাকেন্দ্ৰিক বিবাদৰ পিছতে বি চি চি আইয়ে চলিত বছৰৰ বাবে টাইটেল স্পনছৰছিপৰ পৰা ভিভোক উলিয়াই দিয়ে।

ভিভোৱে ২০১৮ বৰ্ষত পাঁচ বছৰৰ বাবে বি চি চি আইৰ পৰা ২১৯০ কোটি টকাত টাইটেল স্পনছৰছিপ লাভ কৰিছিল।

উল্লেখ্য যে চলিত বছৰৰ আই পি এল ভাৰতৰ পৰিৱৰ্তে য়ু এ ইত অহা ১৯ চেপ্তেম্বৰৰ পৰা ১০ নৱেম্বৰলৈকে অনুষ্ঠিত হ’ব।

Recent News

dc-Cover-fosgj

নিষ্ঠুৰ পিতৃ: দোকানৰ পৰা বিড়ি আনি দিয়াত পলম হোৱাৰ বাবেই জ্বলাই দিলে ১০ বছৰীয়া পুত্ৰক

FB_IMG_1611046341596(2)

অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ নামত এচামে আমাৰ জাতিটোক নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে: দিপাংক নাথ

WhatsApp Image 2021-01-19 at 1.48.31 PM

ব্ৰীছবেনত অষ্ট্ৰেলিয়াৰ ৩৩বছৰৰ আধিপত্য উফৰিল; ইতিহাস ৰচি বিজয় সাৱ্যস্ত টীম ইণ্ডিয়াৰ

WhatsApp Image 2021-01-19 at 12.33.02 PM

ধোনীৰ অভিলেখ ভংগ; দ্ৰুততম ভাৰতীয় উইকেটকীপাৰ হিচাপে মাইলষ্ট’ন স্পৰ্শ ঋষভ পন্টৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd