• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

টকিঅ’ অলিম্পিকত খেলাৰ সপোন ভংগ ভাৰতীয় মহিলা ফুটবল দলৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 10, 2019 8:48 am

1 min read

India vs Mynmar

ভাৰত আৰু ম্যানমাৰৰ মাজৰ খেলৰ মাজত এক মহুৰ্ত। উৎস- ইণ্টাৰনেট

541
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ মহিলা ফুটবল দলটোৱে অলিম্পিক কোৱালিফায়াৰ্ছৰ দ্বিতীয় ৰাউণ্ডৰ এখন খেলত মঙলবাৰে ম্যানমাৰৰ সৈতে ৩-৩ গ’লত ড্ৰ খেলে। দ্বিতীয় ৰাউণ্ডত ম্যানমাৰৰ বিপক্ষে ড্ৰ খেলাৰ ফলত ভাৰতীয় দলটো ২০২০ চনত টকিঅ’ত অনুষ্ঠিত হ’বলগীয়া অলিম্পিকৰ কোৱালিফায়াৰ্ছৰ দৌৰৰ পৰা বাহিৰ হৈ অলিম্পিকত খেলাৰ আশা নিৰ্বাপিত হয়।

মঙলবাৰে অনুষ্ঠিত হোৱা খেলখনত দুয়োটা দলে উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰে যদিও ভাৰতীয় দলটোক প্ৰতিযোগিতাখনত বৰ্তি থকাৰ বাবে জয় অপৰিহাৰ্য্য আছিল। খেলখনত সন্ধ্যা ৰংগনাথনে দিয়া এটা দৰ্শনীয় গ’লেৰে ভাৰতে প্ৰথমে অগ্ৰগতি লাভ কৰিছিল। ভাৰতৰ এই অগ্ৰগতি বেছি সময়ৰ বাবে স্থায়ী নহ’ল, ম্যানমাৰৰ তাৰকা খেলুৱৈ উইন টিংগী টুনে ১৭ মিনিটত গ’ল কৰি খেলত সমতা স্থাপন কৰে।

প্ৰথমাৰ্ধৰ সমাপ্তিলৈ দুয়োটা দলে আৰু এটাকৈ গ’ল কৰি ২-২ গ’লত সমতা স্থাপন কৰি থাকে। দ্বিতীয়াৰ্ধৰ খেলত ভাৰতৰ ৰত্নৱালা দেৱীয়ে ৬২ মিনিটত গ’ল কৰি খেলখনত ভাৰতৰ জয়ৰ সম্ভাৱনা উজ্বল কৰি তুলিছিল যদিও  ৭২ মিনিটত টুনে ব্যক্তিগত ভাবে হেট্ৰিক অৰ্জন কৰি খেলখনত সমতা স্থাপন কৰে।

উল্লেখযোগ্য যে, ফিফা ৰেংকিঙত ভাৰতীয় দলটোৰ স্থান ৬২ হোৱাৰ বিপৰীতে ম্যানমাৰৰ স্থান ৪২। ভাৰত আৰু ম্যানমাৰ দুয়োটা দলৰ পইণ্ট সমান হ’লেও গ’লৰ ব্যৱধানৰ বাবে ম্যানমাৰে অলিম্পিক কোৱালিফায়াৰ্ছৰ তৃতীয় ৰাউণ্ডলৈ অগ্ৰগতি লাভ কৰে।

Recent News

a black t

বিটিচিৰ স্বাস্থ্য বিভাগৰ বহু কৰ্মচাৰীয়ে আজি ফোনতে শুনিবলগীয়া হ’ল ধমক, কোনে দিলে কৰ্মচাৰীক ধমক?

Manipur Two

দেশদ্ৰোহিতাৰ গোচৰত দুই মণিপুৰী সাংবাদিকক গ্ৰেপ্তাৰ : সন্ত্ৰাসবাদী সংগঠনক সমৰ্থনৰ অভিযোগ

a mori

মৰিগাঁৱত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

index

‘দুটি সন্তানৰ নীতি’ আইন বলৱৎ কৰাৰ দাবী জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd