• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শীতকালত বেছিকৈ চাহ-কফি খালে বৃদ্ধি পায় নেকি আঁঠু-গাঁঠিৰ বিষ? কিয় জানি লওক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 8, 2025 7:30 am
17
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চাহ খোৱা আৰু আঁঠুৰ বিষৰ মাজত কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই যদিও শীতকালত পানী কমকৈ খোৱা আৰু সঘনাই চাহ-কফি খালে সমস্যা বৃদ্ধি পাব পাৰে বুলি মত দিছে চিকিৎসকসকলে।

তেওঁলোকৰ মতে চাহ নিজেই ক্ষতিকাৰক নহয়। কিন্তু শৰীৰত যদি পানীৰ অভাৱ থাকে আৰু তাত অতিৰিক্ত কেফেইন যুক্ত হয় তেন্তে আঁঠুৰ বিষ বাঢ়িব পাৰে, বিশেষকৈ যিসকলৰ ইতিমধ্যে বাতবিষ আছে।

Apply Now

আঁঠুৰ গাঁঠিত পেশী, লিগামেণ্ট, কাৰ্টিলেজ, কেপচুল, চাইন’ভিয়াল মেমব্ৰেন, চাইন’ভিয়াল ফ্লুইড আদি থাকে। চাইনোভিয়াল ফ্লুইডে আঁঠুটো মসৃণভাৱে চলাচল কৰি ৰাখে আৰু হাড়ৰ মাজত ঘৰ্ষণ কমায়। এই তৰল পদাৰ্থৰ মূল উপাদান হ’ল পানী। শৰীৰৰ পানীৰ মাত্ৰা কমি গ’লে এই তৰল পদাৰ্থও কমি যায়, যাৰ ফলত আঁঠুৰ গাঁঠিবোৰ শুকাই যায়।

চিকিৎসকৰ মতে চাহ আৰু কফিত থকা কেফেইনে জলশূন্যতা বৃদ্ধি কৰিব পাৰে। শীতকালত বহুতে পানী কমকৈ খায় আৰু কাপৰ পিছত কাপ চাহ-কফি খায়, যাৰ ফলত শৰীৰত কেফেইনৰ মাত্ৰা বৃদ্ধি পায় আৰু চাইন’ভিয়াল ফ্লুইডৰ ভাৰসাম্য বিঘ্নিত হৈ পৰে। তেতিয়াই বিষ বা অস্বস্তিৰ সৃষ্টি হয়।

চাহ আৰু আঁঠুৰ বিষৰ মাজত কি সম্পৰ্ক?

আঁঠুৰ গাঁঠিত পেশী, লিগামেণ্ট, কাৰ্টিলেজ, কেপচুল, চাইন’ভিয়াল মেমব্ৰেন, চাইন’ভিয়াল ফ্লুইড, আৰু শিৰা আৰু ধমনী আদি বহুতো বস্তু থাকে। ছাইনোভিয়াল মেমব্ৰেনৰ দ্বাৰা নিঃসৃত চাইন’ভিয়াল তৰল পদাৰ্থই আঁঠুৰ গাঁঠিটো মসৃণ কৰি ৰাখে। এই তৰল পদাৰ্থই আঁঠুৰ গাঁঠিটোক দৈনিক খোজ কঢ়া, দৌৰা, বহাৰ ফলত হোৱা ঘৰ্ষণৰ পৰা ৰক্ষা কৰে।

 চাইন’ভিয়াল ফ্লুইডৰ মূল উপাদান হ’ল পানী, যিয়ে গাঁঠিটো আৰ্দ্ৰ কৰি ৰাখে আৰু হাড়ৰ মাজত ঘৰ্ষণ কমায়। এই পানী শুকাই গ’লে অসুবিধা হ’ব। চাহ বা কফিত ইমানেই কেফেইন থাকে যে ই গাঁঠিত থকা চাইন’ভিয়াল তৰল পদাৰ্থ শুকুৱাই পেলাব পাৰে। চিকিৎসকৰ দাবী, শীতকালত বহুতে পানী কমকৈ খায় আৰু সঘনাই চাহ বা কফি খায়। ফলত শৰীৰত কেফেইন বৃহৎ পৰিমাণে জমা হয়, যাৰ ফলত ছাইনোভিয়াল তৰলৰ ভাৰসাম্য বিঘ্নিত হ’ব পাৰে। তেতিয়া বিষ আৰম্ভ হ’ব।

অধিক পানী খাওক

বিশেষজ্ঞসকলে শীতৰ দিনত পৰ্যাপ্ত পৰিমাণৰ পানী আৰু তৰল পদাৰ্থ সেৱন কৰাৰ পৰামৰ্শ দিয়ে। চাহ-কফিৰ পৰিমাণ কমাই তাৰ পৰিৱৰ্তে ডিটক্স ড্ৰিংকছ, আলমণ্ডৰ গাখীৰ, হলুদ-ডালচেনি চাহ বা অট স্মুদি খালে উপকাৰী। ইয়াৰ ফলত শৰীৰটো আৰ্দ্ৰ হৈ থাকিব আৰু আঁঠুত অতিৰিক্ত চাপ নপৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd