• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

কেন্সাৰৰ আশংকা কমাব পাৰে এই তিনি পানীয়ই! হাৰ্ভাৰ্ডৰ গৱেষণাত পোহৰলৈ আহিছে এই তথ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 23, 2025 6:30 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্সাৰ দৰে মাৰাত্মক ৰোগৰ পৰা হাত সাৰিবলৈ কেৱল ঔষধৰ ওপৰতে নির্ভৰ কৰিব নালাগে—এই মন্তব্য হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষকসকলৰ। তেওঁলোকে কৰা এক গৱেষণাত এই কথা পোহৰলৈ আহিছে যে দৈনন্দিন জীৱনত কিছু পানীয় অন্তৰ্ভুক্ত কৰিলে কৰ্কট ৰোগৰ সম্ভাৱনা যথেষ্ট পৰিমাণে হ্ৰাস কৰিব পৰা যায়। এই পানীয়বোৰ কেৱল কেন্সাৰেই নহয়, আন বহু ধৰণৰ জটিল ৰোগৰ আশংকাও কমাই দিয়ে।

১. মাচা গ্ৰীণ টি (Matcha Green Tea)

Apply Now

মাচা চাহত পলিফেনল, এমিনো এচিড আৰু উচ্চ প্ৰমাণত এন্টিঅক্সিডেন্ট থাকে, যিয়ে শৰীৰৰ কোষ সজীৱ আৰু সুৰক্ষিত ৰাখে। এই চাহে মগজুৰ কাৰ্যক্ষমতা উন্নত কৰাৰ লগতে দেহৰ প্ৰদাহ হ্ৰাস কৰে, যিয়ে কৰ্কট ৰোগৰ আশংকা হ্ৰাসত সহায় কৰে।

কেনেকৈ প্ৰস্তুত কৰিব:
এটা কাপত গৰম পানীৰ লগত মাচা গুঁড়ি ভালদৰে মিহলাই লওক। আন এটা কাপত অলপ ব্ৰাউন চুগাৰ উতলাই লওক। পিছত এই দুয়ো মিশ্ৰণ একেলগ কৰি ধীৰে-ধীৰে কম জুইত লৰাব। ইচ্ছা হ’লে গাখীৰো যোগ কৰিব পাৰি।

২. গ্ৰীণ স্মুদি (Green Smoothie)

শাক-পাচলিত সমৃদ্ধ এই পানীয়ত থাকে ভিটামিন এ, চি, ই, লগতে পটাছিয়াম, কেলচিয়াম, আৰু আঁহ। এই সকলো উপাদানে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা উল্লেখযোগ্যভাৱে বৃদ্ধি কৰে।

কেনেকৈ প্ৰস্তুত কৰিব:
গৰম পানীৰে পৰিষ্কাৰ কৰা পেলেং শাক,কল, টিয়ঁহ আৰু অলপ আদা একেলগে মিক্সাৰত মিহলাই গ্ৰীণ স্মুদি প্ৰস্তুত কৰি ল’ব । ওপৰত জলকীয়াৰ গুড়ি ছটিয়াই দিলে সোৱাদ আৰু উপকাৰিতা দুয়োটা বাঢ়িব।

৩. হালধি গাখীৰ (Turmeric Milk)

হালধিত থকা কাৰকুমিন নামৰ যৌগে কিছুমান ধৰণৰ কোষ বৃদ্ধিৰ প্ৰক্ৰিয়া ধ্বংস কৰে। জলকীয়া আৰু দালচেনিৰ সৈতে মিহলি কৰিলে ই শক্তিশালী প্ৰাকৃতিক ৰোগ-প্ৰতিৰোধক হিচাপে কাম কৰে।

কেনেকৈ প্ৰস্তুত কৰিব:
গাখীৰ—গৰুৰ, বা অট/আলমণ্ড—ত এটা চামুচ গুঁড়া হলুদ, গোটা জলুক আৰু অলপ দালচেনি মিহলাই উতলাব। এই মিশ্ৰণ সিজোৱাৰ পিছত কিছুমান প্ৰাকৃতিক উপাদান সক্ৰিয় হৈ উঠে, যিয়ে শৰীৰৰ অভ্যন্তৰীণ সুৰক্ষাক শক্তিশালী কৰে।

যদি এই পানীয়বোৰ দৈনন্দিন অভ্যাসত পৰিণত কৰা যায়, তেন্তে কিছুমান জটিল ৰোগ—বিশেষকৈ কেন্সাৰ—ৰ আশংকা বহুলাংশে হ্ৰাস পায়। গৱেষকসকলে কয় যে ৰোগ প্রতিষেধকৰ বাবে কেৱল চিকিৎসাই নহয়, খাদ্যাভ্যাসো সমানে গুৰুত্বপূৰ্ণ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd