• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তামুলপুৰত মহকুমা প্ৰশাসন আৰু আবকাৰী বিভাগৰ সুৰাৰ বিৰুদ্ধে অভিযান

NE NOW NEWS দীপক কুমাৰ পাঠক
তামুলপুৰ , November 2, 2019 6:49 am

1 min read

IMG-20191101-WA0087

তামুলপুৰত কেইবাটাও অঞ্চলত প্ৰশাসন আৰু আবকাৰী বিভাগৰ অভিযান। ফটো: নৰ্থইষ্ট নাও

1.3k
VIEWS
Share on FacebookShare on Twitter

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ খৈৰানী, আঙাৰকাটা আৰু অভয়াপুৰত  শুকুৰবাৰে তামুলপুৰ মহকুমা প্ৰশাসন আৰু আবকাৰী বিভাগে সুৰা আৰু মাদক দ্ৰৱ্যৰ বিৰুদ্ধে অভিযান চলায় ৷

অভিযান কালত খৈৰানী,  আঙাৰকাটা আৰু অভয়পুৰৰ বেলখুটিত কেবাটাও অবৈধ সুৰাৰ ঘাটি উৎখাত কৰে।

অভিযানকাৰী দলটোৱে ভূটানত তৈয়াৰী সুৰা জব্দ কৰাৰ লগতে গাঞ্জাও জব্দ কৰে। দলটোৱে লগতে এগৰাকী গাঞ্জা ব্যৱসায়ীকো আটক কৰে।

আটক হোৱা গাঞ্জা ব্যৱসায়ী সুধন আৰ্যক গাঞ্জা বিক্ৰী কৰি থাকোতে হাটে লোটে নিজ ঘৰত আটক কৰি আবকাৰী বিভাগে নিজৰ জিম্মাত লয় ৷

অভিযান কালত খৈৰানীত থকা কেবাখনো হোটেলৰ পৰা ভূটানী সুৰাৰ বটলৰ কাৰ্টন বৃহৎ পৰিমানে জব্দ কৰাৰ লগতে কেইবা লিটাৰ দেশীয় সুৰা ভৰ্তি গেলন উদ্ধাৰ কৰি পাছত আবকাৰী বিভাগে সেইবোৰ নষ্ট কৰি পেলায় ৷

অভিযানৰ সময়ত তামুলপুৰ মহকুমা প্ৰশাসনৰ হৈ দণ্ডাধীশ তন্ময় বৰা, আবকাৰী পৰিদৰ্শক ৰনেন নাৰ্জাৰী আৰু আন বিষয়া সহ এটি আবকাৰী বিভাগৰ দল উপস্থিত আছিল ৷

Recent News

373268-pm-cares-fund-2

স্বচ্ছতাৰ অভাৱ! পি এম কেয়াৰ্ছ ফাণ্ডক লৈ প্ৰাক্তন আমোলাৰ প্ৰশ্নৰ সন্মুখীন প্ৰধানমন্ত্ৰী মোদী

Bogamati protest

বনভোজস্থলী বগামাটিত মদ বন্ধৰ দাবীত উত্তাল বাঙালীপাৰা চাৰিআলি; ৰাজপথলৈ ওলাই আহিল সহস্ৰাধিক জনতা

natkhat-vidya-1200

অস্কাৰৰ দৌৰত এইবাৰ শ্বৰ্ট ফিল্ম ‘নটখট’; উৎফুল্লিত বিদ্যা বালান

Indane-Chhotu-800x445

ঠিকনাৰ নথি অবিহনেই পোৱা যাব LPGচিলিণ্ডাৰ! কিন্তু কেনেকৈ?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd