• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৰিবহন বিভাগৰ উদ্যোগত আমিনগাঁৱত স্থাপন হ’ব আন্তঃৰাষ্ট্ৰীয় উন্নত মানদণ্ডৰ চালক প্ৰশিক্ষণ কেন্দ্ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 27, 2019 10:20 am
Spot investigation

ভূমি পৰিদৰ্শনৰ সময়ত

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ অপ্ৰশিক্ষণপ্ৰাপ্ত আৰু বাহন প্ৰশিক্ষণৰ প্ৰতি আগ্ৰহী চালক সকলৈ সু-খৱৰ কঢ়িয়াই আনিছে অসম পৰিবহন বিভাগ।

অতি শীঘ্ৰেই পৰিবহন বিভাগৰ উদ্যোগত আমিনগাঁৱত এটা আন্তঃৰাষ্ট্ৰীয় উন্নত মানদণ্ড চালক প্ৰশিক্ষণ কেন্দ্ৰ  স্থাপন হ’ব।

Apply Now

ইতিমধ্যে পৰিবহন বিভাগলৈ অসম চৰকাৰে ৬০ বিঘা ভূমি আৱণ্টন জনাইছে l

উন্নত চালক প্ৰশিক্ষণৰ অভাৱৰ বাবে উত্তৰ-পূৱত দীৰ্ঘদিন ধৰি দৈনিক ঘটি থকা ভয়ংকৰ পথ দুৰ্ঘটনা প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখি পৰিবহণ বিভাগ অসমে আমিনগাঁৱত স্থাপন কৰিব  আন্তঃৰাষ্ট্ৰীয় চালক প্ৰশিক্ষণ কেন্দ্ৰটো।

অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে কামৰূপ জিলাৰ উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰণৱ দত্ত গোস্বামীয়ে আনুষ্ঠানিকভাৱে উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ অন্তৰ্গত শিলা সেন্দুৰী ঘোপা মৌজাৰ ৬০ বিঘা চৰকাৰী ভূমিৰ আবন্টন পত্ৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ হাতত অৰ্পণ কৰে।

আনুষ্ঠিকভাৱে চৰকাৰী ভূমিৰ আবন্টন পত্ৰ লাভ কৰাৰ পাছতেই পৰিবহন বিষয়া গৌতম দাসৰ নেতৃত্বত জিলা পৰিবহণ বিভাগৰ এটি সজাতি দলে পৰিবহণ বিভাগলৈ আবন্টন দিয়া চৰকাৰী ভূমি পৰিদৰ্শন কৰে।

উল্লেখযোগ্য যে, শীঘ্ৰেই আৰম্ভ হ’ব লগীয়া আন্তঃ ৰাষ্ট্ৰীয় চালক প্ৰশিক্ষণ কেন্দ্ৰটো নিৰ্মাণৰ দায়িত্ব ভাৰতীয় তেল নিগম আৰু বেচৰকাৰী প্ৰতিষ্ঠান অশোক লেলেণ্ডক অৰ্পণ কৰা হ’ব বুলিও ভূমি পৰিদৰ্শন কৰাৰ পাছতে এক সংবাদ মেল যোগে সংবাদ মাধ্যমক জানিবলৈ দিয়ে পৰিবহন বিষয়া গৰাকীয়ে।

আনহাতে, ভূমি পৰিদৰ্শনৰ সময়ত উপস্থিত থাকে যান বাহন পৰিদৰ্শক জয়সিং ৰংফাৰ, নুইমুদ্দিন আহমেদ, উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ মণ্ডল, কৰ্মচাৰী প্ৰমুখ্যে কেইবাগৰাকীও বিষয়া কৰ্মচাৰী।

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, স্থানীয় বিধায়ক তথা বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এই  বিশেষ পদক্ষেপে উত্তৰ পূৱৰ আগ্ৰহী চালকে সকলে উন্নত প্ৰশিক্ষণ পাবলৈ সক্ষম হোৱাৰ লগতে আৰু  আগন্তুক দিনত  ৰাজ্যত যথেষ্ট পৰিমানে পথ দুৰ্ঘটনা হ্ৰাস হ’ব বুলি সাংবাদিকৰ আগত মত পোষণ কৰে জিলা পৰিবহন বিষয়া গৌতম দাসে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন দিৱসৰ ইতিবাচক খবৰ : সীমান্তত শান্তি বজাই ৰাখিবলৈ ঐতিহাসিক চুক্তিত স্বাক্ষৰ অসম আৰু নাগালেণ্ডৰ দুই বিধায়কৰ

জুবিন দিৱসৰ ইতিবাচক খবৰ : সীমান্তত শান্তি বজাই ৰাখিবলৈ ঐতিহাসিক চুক্তিত স্বাক্ষৰ অসম আৰু নাগালেণ্ডৰ দুই বিধায়কৰ

September 19, 2026 1:49 pm
খৰস্ৰোতা সুঁতিত পৰি ডুবি গ’ল গাড়ী; তিনিটি শিশুকে ধৰি ৮ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু

খৰস্ৰোতা সুঁতিত পৰি ডুবি গ’ল গাড়ী; তিনিটি শিশুকে ধৰি ৮ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু

September 19, 2026 1:48 pm
মাত্ৰ তিনিটা শব্দ লিখক আৰু বিনামূল্যে লাভ কৰক আইফোন ১৮

মাত্ৰ তিনিটা শব্দ লিখক আৰু বিনামূল্যে লাভ কৰক আইফোন ১৮

September 19, 2026 1:30 pm
দিল্লী বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয়সমূহৰ নিৰ্বাচনত উৰিল এবিভিপিৰ বিজয় নিচান : ফলাফলত শোচনীয় অৱস্থা বাওঁপন্থীৰ

দিল্লী বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয়সমূহৰ নিৰ্বাচনত উৰিল এবিভিপিৰ বিজয় নিচান : ফলাফলত শোচনীয় অৱস্থা বাওঁপন্থীৰ

September 19, 2026 1:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন দিৱসৰ ইতিবাচক খবৰ : সীমান্তত শান্তি বজাই ৰাখিবলৈ ঐতিহাসিক চুক্তিত স্বাক্ষৰ অসম আৰু নাগালেণ্ডৰ দুই বিধায়কৰ

জুবিন দিৱসৰ ইতিবাচক খবৰ : সীমান্তত শান্তি বজাই ৰাখিবলৈ ঐতিহাসিক চুক্তিত স্বাক্ষৰ অসম আৰু নাগালেণ্ডৰ দুই বিধায়কৰ

September 19, 2026 1:49 pm
খৰস্ৰোতা সুঁতিত পৰি ডুবি গ’ল গাড়ী; তিনিটি শিশুকে ধৰি ৮ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু

খৰস্ৰোতা সুঁতিত পৰি ডুবি গ’ল গাড়ী; তিনিটি শিশুকে ধৰি ৮ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু

September 19, 2026 1:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd