• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নতুন দিল্লীত প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰিলে ভাৰতৰ সৰ্ববৃহৎ দ্ৰোণ মহোৎসৱ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
May 27, 2022 3:23 pm
319
VIEWS
Share on FacebookShare on Twitter

পাকিস্তানকে ধৰি ভাৰতৰ চুবুৰীয়া আন দেশৰ পৰা ভাৰতলৈ অত্যাধুনিক ড্ৰোন ভাবুকিৰ সৃষ্টি কৰি অহাৰ সময়তে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীত ভাৰতৰ আটাইতকৈ ডাঙৰ ড্ৰোন মহোৎসৱ উদ্বোধন কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে আজি দিল্লীৰ প্ৰগতি ময়দানত ভাৰতৰ সৰ্ববৃহৎ দ্ৰোণ মহোৎসৱ ২০২২ উদ্বোধন কৰে। এই অনুষ্ঠানৰ মাজতে প্ৰধানমন্ত্ৰীয়ে বিভিন্ন ব্যক্তিৰ সৈতে ড্ৰোন প্ৰদৰ্শনী কেন্দ্ৰত বাৰ্তালাপ কৰে। মোদীয়ে তেওঁৰ টুইটাৰত কৈছে “উন্নত দ্ৰোন প্ৰযুক্তিৰ ষ্টাৰ্টআপকে ধৰি মুখ্য অংশীদাৰসকলক একত্ৰিত কৰে বাবে এই প্ৰদৰ্শনী আয়োজন কৰা হৈছে।

মই প্ৰযুক্তি আৰু উদ্ভাৱনৰ প্ৰতি আগ্ৰহী সকলোকে এই কাৰ্যসূচী চাবলৈ অনুৰোধ জনাইছো,” প্ৰধানমন্ত্ৰী মোডীয়ে টুইট কৰে।ভাৰতৰ এই প্ৰদৰ্শনীত বিদেশী কূটনীতিক, সশস্ত্ৰ বাহিনী, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী, পিএছইউ, ব্যক্তিগত কোম্পানী আৰু ড্ৰোন ষ্টাৰ্টআপকে ধৰি ১৬০০ তকৈও অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব বুলি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে জানিবলৈ দিয়ে। প্ৰদৰ্শনীখনত ৭০ জনতকৈও অধিক প্ৰদৰ্শকে ড্ৰোনৰ বিভিন্ন কলা-কৌশল প্ৰদৰ্শন কৰে।

মহোৎসৱত ড্ৰোন পাইলট প্ৰমাণপত্ৰ, সামগ্ৰী মুকলি, পেনেল আলোচনা, উৰণ প্ৰদৰ্শন, মেড ইন ইণ্ডিয়া ড্ৰোন টেক্সি প্ৰটোটাইপ আদি প্ৰদৰ্শনৰ দিহা কৰা হৈছে।

কেৱল নিৰাপত্তাজনিত কাৰণতে নহয়, কৃষিকে ধৰি বিভিন্ন ক্ষেত্ৰত ড্ৰোনৰ ব্যাপক ব্যৱহাৰ হ’বলৈ আৰম্ভ কৰিছে। এই মাহৰ আৰম্ভণিতে, অসামৰিক বিমান পৰিবহন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই নীতি আয়োগত এটা ড্ৰোন ষ্টুডিঅ’ মুকলি কৰিছিল।

ইয়াত ড্ৰোন শক্তি আৰু কিষাণ ড্ৰোন শীৰ্ষক দুটা বিশেষ শাখা আছে। কিষাণ ড্ৰোনৰ ক্ষেত্ৰত কৃষক আৰু কৃষক সংগঠনসমূহক কৃষিৰ উন্ড্ৰোনয়নৰ বাবে ড্ৰোনৰ বাণিজ্যিক ব্যৱহাৰৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে।

সিন্ধিয়াই অনুষ্ঠানটোত কৈছিল যে অহা ৩-৪ মাহত ড্ৰোন পাইলট প্ৰশিক্ষণ পাঠ্যক্ৰমৰো মাচুল যথেষ্ট হ্ৰাস পাব।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd