• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

কিশোৰীক দলবদ্ধ ধৰ্ষণ পাঁচ দুৰ্বৃত্তৰ: ধৰ্ষণ ভিডিঅ’ ৰেকৰ্ড দেখুওৱাই এবছৰে ব্লেকমেইল; তিনি অভিযুক্তক গ্ৰেপ্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 16, 2022 5:47 pm
minor girl gangraped
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত ভয়াৱহ হাৰত বৃদ্ধি পোৱা ধৰ্ষণকাণ্ডৰ সময়তে পোহৰলৈ অহা দক্ষিণ ভাৰতৰ ৰাজ্য তামিলনাডুত সংঘটিত এক ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰাজ্যখনৰ ত্ৰিচিৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে এগৰাকী ১৬ বৰ্ষীয় কিশোৰীক।

উদ্ধাৰ হোৱা কিশোৰীগৰাকীক পাঁচগৰাকী সম্বন্ধীয় লোকে ড্ৰাগছ সেৱন কৰাই দলবদ্ধ ধৰ্ষণ কৰি, এই সমগ্ৰ ঘটনাৰ ভিডিঅ’ ৰেকৰ্ডিং কৰাৰ পিছত যোৱা এটা বছৰে সেই ভিডিঅ’টোৰ সহায়ত ব্লেকমেইল কৰাৰ অভিযোগ উত্থাপিত হৈছে।

Apply Now

ইতিমধ্যে তামিলনাডু আৰক্ষীয়ে ঘটনাত জড়িত থকাৰ অভিযোগত তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। আনহাতে পলাতক আন দুগৰাকী অভিযুক্তৰ সন্ধানত অভিযান চলাই আছে আৰক্ষীয়ে।

প্ৰকাশিত খবৰ অনুসৰি ২০২১ চনৰ এপ্ৰিল মাহত কিশোৰীগৰাকীক ৰঙ্গনাথন নামৰ এগৰাকী আত্মীয় ব্যক্তিয়ে বাইকত উঠাই এক নিৰ্জন এলেকালৈ লৈ গৈছিল। সেই ঠাইতে তেওঁ কিশোৰীগৰাকীক ড্ৰাগছ সেৱন কৰায়।

তাৰ পিছতে ৰঙ্গনাথনে তেওঁৰ আন চাৰিগৰাকী বন্ধুক সেই স্থানলৈ মাতি আনিছিল আৰু পাঁচ বন্ধুৱে মিলি কিশোৰীগৰাকীক উপৰ্যুপৰি ধৰ্ষণ কৰিছিল। এই সমগ্ৰ ঘটনা দুৰ্বৃত্ত কেইগৰাকীয়ে মোবাইলত বন্দী কৰি ৰাখে।

এই ভিডিঅ’টো ব্যৱহাৰ কৰি দুৰ্বৃত্ত কেইবাগৰাকীয়ে কিশোৰীগৰাকীক ব্লেকমেইল কৰি যোৱা এটা এবছৰে কেইবাবাৰো ধৰ্ষণ কৰে। ইফালে কিশোৰীগৰাকীৰ আচৰণৰ অস্বাভাৱিক পৰিৱৰ্তন লক্ষ্য কৰি পিতৃ-মাতৃয়ে ট্ৰিচিৰ এগৰাকী ব্যক্তিৰ সৈতে বিবাহপাশত আবদ্ধ কৰায় দিয়ে।

কিন্তু স্থানীয় সমাজ সচেতক তথা মানৱ অধিকাৰ কৰ্মীসকলে এই বিবাহৰ বিষয়ে জানিব পাৰি মুচিৰি আৰক্ষীক এই বিষয়ে অৱগত কৰে। এই অভিযোগৰ পাছতে আৰক্ষীয়ে কিশোৰীগৰাকীক উদ্ধাৰ কৰি এক শিশু সুৰক্ষা ঘৰলৈ প্ৰেৰণ কৰিছিল।

ইফালে কিশোৰীগৰাকীক কৰা যৌন উৎপীড়নৰ ভিডিঅ’ হোৱাটছএপত ভাইৰেল হৈ পৰাৰ সম্ভেদ পাই কিশোৰীগৰাকীৰ পিতৃ-মাতৃয়ে পুনৰ মুচিৰি আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে।

আৰক্ষীয়ে অনুসন্ধান চলাই ৰঙ্গনাথন আৰু তেওঁৰ বন্ধুকেইগৰাকীৰ মাজত কাজিয়া হোৱাৰ ফলত তেওঁলোকৰ এগৰাকীয়ে হোৱাটছএপত ভিডিঅ’টো শ্বেয়াৰ কৰে বুলি জানিব পাৰে।

কিশোৰীগৰাকীৰ ভাষ্যৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত ৰঙ্গনাথনৰ লগতে তেওঁৰ দুই বন্ধু মানিকন্দন আৰু গণেশ নামৰ অভিযুক্ত দুগৰাকীক গ্ৰেপ্তাৰ কৰে।

ঘটনাৰ আন দুগৰাকী অভিযুক্তৰ সন্ধান অব্যাহত ৰখাৰ লগতে সঠিক প্ৰমাণ তথা তথ্য উদ্ধাৰৰ বাবে তদন্ত চলাই থকা হৈছে বুলি স্থানীয় এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd