DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, January 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোভিডৰ চিকিৎসাৰ পৰা বাদ পৰিল জিংক- মাল্টি ভিটামিন, আৰু কি কি দৰৱ পৰিল বাদ?

 এন ই নাও নিউজ by এন ই নাও নিউজ
June 7, 2021 11:02 pm
tt
614
VIEWS
Share on FacebookShare on Twitter

নিৰ্দিষ্ট কোনো দৰৱ নথকা ৰোগ কোভিড। বিশ্বৰ বিভিন্ন দেশৰ চিকিৎসকসকলে লক্ষণৰ ওপৰত নিৰ্ভৰ কৰি কোভিডৰ চিকিৎসা চলোৱাৰ লগতে ভাৰততো স্বাস্থ্য দপ্তৰ আৰু আইচিএমআৰে দিয়া দৰৱৰেই কোভিড ৰোগীৰ চিকিৎসা চলি আহিছে।

সময় যোৱাৰ লগে লগে কোভিড নিৰাময়ত কাৰ্যকৰী বুলি ভবা বহু দৰৱৰ প্ৰয়োগ বন্ধ কৰি দিয়া হৈছে।

সৌ সিদিনালৈ কোভিডৰ চিকিৎসাত হাইড্ৰক্সিক্লৰ’কুইন অতি কাৰ্যকৰী বুলি ভবা হৈছিল যদিো পিছত সেই দৰৱ বিধৰ প্ৰয়োগ কোভিড ৰোগীৰ ক্ষেত্ৰত বন্ধ কৰি দিয়া হৈছিল।

শেহতীয়াকৈ ভাৰতৰ স্বাস্থ্য দপ্তৰে কোভিড ৰোগীৰ চিকিৎসাত ব্যৱহাৰ হৈ থকা কেইবাবিধো দৰৱৰ প্ৰয়োগ বন্ধ কৰি দিয়াৰ নিৰ্দেশনা জাৰি কৰিছে।

স্বাস্থ্য দপ্তৰৰ নতুন নিৰ্দেশনা অনুসৰি কোভিডৰ চিকিৎসাত এতিয়াৰে পৰা প্ৰয়োগ কৰিব নালাগে আইভাৰমেকটিন আৰু ডক্সিচাইক্লিন।কেৱল সেয়াই নহয়, কোভিডত আক্ৰান্ত জনে মুঠিয়ে মুঠিয়ে জিংক আৰু মাল্টি ভিটামিন খোৱাৰো কোনো প্ৰয়োজন নাই।

এনে অত্যধিক মাত্ৰাত ব্যৱহাৰ কৰা জিংক আৰু মাল্টি ভিটামিনে শৰীৰৰ উপকাৰ সাধনৰ পৰিৱৰ্তে অপকাৰহে কৰাৰ আশংকা অধিক।

কোভিড ৰোগীৰ ক্ষেত্ৰত ৰোগ নিৰ্ধাৰণৰ বাবে ৰোগীক চিটি স্কেন কৰিবলৈ দিয়াৰ ক্ষেত্ৰতো পৰাপক্ষত এনে ব্যৱস্থা গ্ৰহণ নকৰিবলৈ স্বাস্থ্য দপ্তৰে চিকিৎসকসকলক কৈছে।

কোভিডৰ সাধাৰণ উপসৰ্গৰ ক্ষেত্ৰত কোনো দৰৱৰ প্ৰয়োজন নাই বুলিও কোৱা হৈছে।

ইয়াৰ পৰিৱৰ্তে মাস্ক পৰিধান, শাৰীৰিক দূৰত্ব বজাই ৰখা, ছেনিটাইজাৰ ব্যৱহাৰ কৰা আদি বিষয়তহে অধিক গুৰুত্ব দিবলৈ কোৱা হৈছে। পুষ্টিকৰ খাদ্য খাবলৈও পৰামৰ্শ দিয়া হৈছে।

Recent News

আদানীৰ বিত্তীয় কেলেংকাৰী! ক্ষতিগ্ৰস্ত হৈছে LIC, কিয় আৰু কেনেকৈ? জানিবলৈ চাওক…

আদানীৰ বিত্তীয় কেলেংকাৰী! ক্ষতিগ্ৰস্ত হৈছে LIC, কিয় আৰু কেনেকৈ? জানিবলৈ চাওক…

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd