• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহানগৰীত যানজঁট নাইকিয়া কৰিবৰ বাবে বিশেষ পদক্ষেপ যান-বাহন আৰক্ষীৰ : কি এই পদক্ষেপ?

১৯ দিনত ১৪ লক্ষাধিক টকাৰ জৰিমনা সংগ্রহ মহানগৰ যান-বাহন আৰক্ষীৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 23, 2021 7:55 pm
210293-whatsapp-image-2020-06-29-at-60002-pm-770x482
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংক্ৰিটৰ মহানগৰীত যানজঁটৰ সমস্যা নতুন কথা নহয়। ব্যস্ত মহানগৰবাসীয়ে প্ৰতিদিনে তীব্ৰ যানজঁটৰ সমস্যাত ভুগি আহিছে তথা যান-বাহন আৰক্ষীয়ে যানজঁট নিয়ন্ত্ৰণৰ বাবে বিভিন্ন পদক্ষেপ লৈ আহিছে।

কিন্তু যানজঁটৰ সমস্যাৰ সমাধান সূত্ৰ এতিয়ালৈকে উলিয়াব পৰা নাই কোনেও।

Apply Now

তেনে সময়তে আজিৰে পৰা এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে মহানগৰ আৰক্ষীয়ে।

গুৱাহাটীৰ পাণবজাৰস্থিত কাৰ্যালয়ত যান বাহন শাখাৰ উপ-আৰক্ষী আয়ুক্ত প্ৰাণজিৎ বৰাই এক সংবাদমেল সম্বোধন কৰি মহানগৰবাসীলৈ এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিয়ে।

নিৰ্দেশনা অনুসৰি অহা ২৭ মে’ৰ ভিতৰত যিসকল মহানগৰিকে নিজৰ পৰিত্যক্ত ব্যৱহাৰৰ বাবে অনুপযোগী বাহন পদপথ অথবা ৰাজপথৰ কাষত ৰখাই থৈছে সেইসমূহ আঁতৰাবলৈ কোৱা হৈছে।

অনথ্যা অহা ২৮ মে’ৰ পৰা যান-বাহন আৰক্ষী নিজেই অভিযানত নামি বাহনসমূহ জব্দ কৰিব বুলি বৰাই সংবাদমেলত হুংকাৰ দিয়ে।

গুৱাহাটীৰ পথসমূহ এশ শতাংশ ব্যৱহাৰৰ বাবে উচ্চস্তৰীয় আলোচনা অনুসৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি বৰাই উল্লেখ কৰে।

আনহাতে, যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত কোভিড নীতি প্ৰযোজ্য হোৱাৰ পাছৰে পৰা যোৱা ৪ মে’ৰ পৰা ২২ মে’লৈকে মহানগৰ আৰক্ষীয়ে মুঠ ১১৮৫ টা গোচৰ ৰুজু কৰাৰ লগতে ১৪,৮৪,৫০০ টকা জৰিমনা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে বুলি তেওঁ সংবাদমেলত জনায়।

ইপিনে, নন এফআইআৰ গোচৰ ৩২০০ টা ৰুজু হোৱাৰ লগতে নথি-পত্ৰ নথকা ৪৩৯ খন বাহন আৰক্ষীয়ে জব্দ কৰা বুলি তেওঁ জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

২০২৫ চনত চৰকাৰী বিভাগসমূহৰ বিৰুদ্ধে ৭০ হাজাৰৰো অধিক দুৰ্নীতিৰ অভিযোগ; শীৰ্ষত বেংক আৰু ৰে’লৱে

২০২৫ চনত চৰকাৰী বিভাগসমূহৰ বিৰুদ্ধে ৭০ হাজাৰৰো অধিক দুৰ্নীতিৰ অভিযোগ; শীৰ্ষত বেংক আৰু ৰে’লৱে

September 3, 2026 4:12 pm
“১২ বছৰ ধৰি কোনেও আপোনাৰ ডিগ্ৰী দেখা নাপালে” : নিজৰ শিক্ষাগত অৰ্হতাক লৈ চলা বিতৰ্কৰ মাজতে প্ৰধানমন্ত্ৰী মোদীক মুকলি প্ৰত্যাহ্বান অভিজিৎ দিপকেৰ

“১২ বছৰ ধৰি কোনেও আপোনাৰ ডিগ্ৰী দেখা নাপালে” : নিজৰ শিক্ষাগত অৰ্হতাক লৈ চলা বিতৰ্কৰ মাজতে প্ৰধানমন্ত্ৰী মোদীক মুকলি প্ৰত্যাহ্বান অভিজিৎ দিপকেৰ

September 3, 2026 2:53 pm
স্বামী য’লৈকে যায়, পত্নীও তালৈকে যাবলৈ বাধ্য নহয়! বিবাহ বিচ্ছেদৰ গোচৰত মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

স্বামী য’লৈকে যায়, পত্নীও তালৈকে যাবলৈ বাধ্য নহয়! বিবাহ বিচ্ছেদৰ গোচৰত মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

September 3, 2026 2:45 pm
‘শত্ৰুতা’! উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক ৰাজস্থান উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশৰ প্ৰত্যুত্তৰ

‘শত্ৰুতা’! উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক ৰাজস্থান উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশৰ প্ৰত্যুত্তৰ

September 3, 2026 2:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০২৫ চনত চৰকাৰী বিভাগসমূহৰ বিৰুদ্ধে ৭০ হাজাৰৰো অধিক দুৰ্নীতিৰ অভিযোগ; শীৰ্ষত বেংক আৰু ৰে’লৱে

২০২৫ চনত চৰকাৰী বিভাগসমূহৰ বিৰুদ্ধে ৭০ হাজাৰৰো অধিক দুৰ্নীতিৰ অভিযোগ; শীৰ্ষত বেংক আৰু ৰে’লৱে

September 3, 2026 4:12 pm
“১২ বছৰ ধৰি কোনেও আপোনাৰ ডিগ্ৰী দেখা নাপালে” : নিজৰ শিক্ষাগত অৰ্হতাক লৈ চলা বিতৰ্কৰ মাজতে প্ৰধানমন্ত্ৰী মোদীক মুকলি প্ৰত্যাহ্বান অভিজিৎ দিপকেৰ

“১২ বছৰ ধৰি কোনেও আপোনাৰ ডিগ্ৰী দেখা নাপালে” : নিজৰ শিক্ষাগত অৰ্হতাক লৈ চলা বিতৰ্কৰ মাজতে প্ৰধানমন্ত্ৰী মোদীক মুকলি প্ৰত্যাহ্বান অভিজিৎ দিপকেৰ

September 3, 2026 2:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd