• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কেৰালাত দুটুকুৰা হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান, পাইলটকে ধৰি কমেও নিহত ১৪

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 7, 2020 10:45 pm

1 min read

dubai-calicut-plane-crash-1200
365
VIEWS
Share on FacebookShare on Twitter

এক ভয়ংকৰ বিমান দুৰ্ঘটনাই শুকুৰবাৰে সন্ধিয়া জোকাৰি গ’ল সমগ্ৰ দেশক।

ডুবাইৰ পৰা কেৰালাৰ কোঝিকোড অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান খনে কালিকট বিমান বন্দৰত অৱতৰণ কৰাৰ সময়তে ৰাণৱেৰ পৰা পিছলি পৰে বিমান খন।

ৰাণৱেৰ পৰা প্ৰায় ৩০ ফুট দূৰলৈ পিছলি যোৱা বিমান খন লগে লগে দ্বিখণ্ডিত হৈ পৰে।

আজি সন্ধিয়া ৭.৪০ বজাত সংঘটিত এই ভয়ংকৰ বিমান দুৰ্ঘটনাত এগৰাকী পাইলটকে ধৰি কমেও ১৪গৰাকী লোক নিহত হৈছে।

গুৰুতৰভাৱে আহত হৈছে ১২৩গৰাকীতকৈয়ো অধিক যাত্ৰী।

বিমান খনত কমেও ১৪০ গৰাকী যাত্ৰী আছিল বুলি ধাৰণা কৰা হৈছে।

প্ৰত্যক্ষদৰ্শীয়ে প্ৰকাশ কৰা মতে অৱতৰণৰ সময়তে বিমান খনে নিয়ন্ত্ৰণ হেৰুৱাই পেলায় আৰু কিছুদূৰ চুচৰি যোৱাৰ পিছতে বিমান খন দুফাল হৈ পৰে।

দুৰ্ঘটনাটোত গুৰুতৰ ভাৱে আহত যাত্ৰী সকলক মাল্লাপুৰমৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

যুদ্ধ সদৃশ পৰিবেশে বিৰাজ কৰা বিমান বন্দৰটোৰ ভিতৰলৈ কেৱল উদ্ধাৰকাৰীৰ দল আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লোকক হে প্ৰৱেশ কৰিবলৈ দিয়া হৈছে।

বহু কেইগৰাকী আহত যাত্ৰীক কুণ্ডতি মাৰ্চি চিকিৎসালয়লৈ নিয়া হৈছে।

কেৰালাত হৈ থকা ধাৰাসাৰ বৰষুণৰ বাবেই বিমান খন ৰাণৱেৰ পৰা পিছলি পৰাৰ সন্দেহ কৰা হৈছে।

তদুপৰি কাৰিপুৰ বিমান বন্দৰ নামেৰেও পৰিচিত বিমান বন্দৰটোৰ ৰাণৱে এটা টিলাত অৱস্থিত। সেইবাবেই পাইলটৰ দৃষ্টি বিভ্ৰম ঘটিও দুৰ্ঘটনাটো সংঘটিত হ’ব পাৰে বুলি বহুতে সন্দেহ কৰিছে।

Recent News

WhatsApp Image 2021-01-21 at 7.40.44 PM

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

IMG-20210121-WA0007

২২ জানুৱাৰীত বন্ধ নহয় শিৱসাগৰ; বন্ধ উঠাই ল’লে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে

IMG-20210121-WA0033

উত্তৰ পূব কয়লা ক্ষেত্র পৰিদৰ্শন কৰি কেন্দ্র-ৰাজ্য চৰকাৰক সমালোচনা ভাৰতীয় মজদূৰ সংঘৰ

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd