• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অথলে গ’ল গাইকোৱাডৰ শতক, সহজ জয় ৰাজস্থান ৰয়েলছৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 3, 2021 12:15 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত আইপিএল-ৰ দ্বিতীয় পৰ্বত কালি চেন্নাই চুপাৰ কিংছক ৭ উইকেটত পৰাস্ত কৰিছে ৰাজস্থান ৰয়েলছে।

হাই স্ক’ৰিং মেচখনত টছত জয়ী হৈ ৰাজস্থানে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় আৰু চেন্নাইক বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়।

পোনতে বেটিং কৰি চেন্নায়ে ৰুতুৰাজ গাইকোৱাডৰ আকৰ্ষণীয় শতকৰ সহায়েৰে ১৮৯ ৰানৰ শক্তিশালী স্ক’ৰ থিয় কৰায়।

চেন্নাইৰ অপেনিংদ্বয় গাইকোৱাড আৰু প্লেছিচে প্ৰথম উইকেটত ৪৭ ৰান যোগ দিয়ে। প্লেছিচ আউট হোৱাৰ পিছত ক্ৰীজলৈ অহা ৰাইনাও বেছি সময় ক্ৰীজত নিটিকিল। ব্যক্তিগত ৩ ৰানত ৰাইনা আউট হয়।

Apply Now

অৱশ্যে তৃতীয় উইকেটৰ যুটিত গাইকোৱাডে মঈন আলীৰ সৈতে ৫৭ ৰান যোগ দিয়ে। মঈনে সংগ্ৰহ কৰে ২১ ৰান। ব্যৰ্থ হয় আম্বাতী ৰায়ডু(২)।

অৱশ্যে ইয়াৰ পিছত জাদেজা আৰু গাইকোৱাডে ইনিংছত আৰু হানি হ’বলৈ নিদিলে আৰু আক্ৰমণাত্মক বেটিঙেৰে দলৰ স্ক’ৰ ১৮৯ ৰানলৈ লৈ যায়।

অপেনাৰ গাইকোৱাডে এক আকৰ্ষণীয় ইনিংছ খেলি ৬০ টা বলত ১০১ ৰানেৰে অপৰাজিত থাকে। ইনিংছৰ অন্তিমটো বলত মুস্তাফিজুৰ ৰহমানৰ বলত ছয় কোবাই গাইকোৱাডে আইপিএলত নিজৰ প্ৰথমটো শতক সম্পূৰ্ণ কৰে।

আনটো মূৰত দুৰ্দ্দান্ত বেটিঙেৰে জাদেজা ১৫ বলত ৩২ ৰান সংগ্ৰহ কৰি অপৰাজিত থাকে।

ৰাজস্থানৰ হৈ ৰাহুল তেৱাতীয়াই ৩ টা আৰু চেতন চাকাৰিয়াই ১ টা উইকেট দখল কৰে।

আনহাতে ১৯০ ৰানৰ লক্ষ্যৰে ইনিংছ আৰম্ভ কৰা ৰাজস্থানে প্ৰথমৰে পৰা আক্ৰমণাত্মক শৈলীৰ খেল প্ৰদৰ্শন কৰে। প্ৰথম উইকেটত লুইছ আৰু জয়ছোৱালে মাত্ৰ ৫.২ অভাৰতে ৭৭ ৰান সংগ্ৰহ কৰে। লুইছে ২৭ ৰান কৰি বিদায় লোৱাৰ পাছতে জয়ছোৱালো ২১ বলত ৫০ ৰানৰ বিধ্বংসী ইনিংছ খেলি আউট হয়।

ইয়াৰ পিছতে অধিনায়ক চেমচন আৰু শিভম ডুবেই তৃতীয় উইকেটত ৮৯ ৰান যোগ দি দলৰ বিজয় প্ৰায় সহজ কৰি তোলে। ব্যক্তিগত ২৮ ৰানত চেমচন আউট হ’লেও আনটো মূৰত ডুবেই আক্ৰমণাত্মক বেটিং অব্যাহত ৰাখে।

ৰাজস্থানে ১৭.৩ অভাৰত নিজৰ জয়ৰ লক্ষ্যত উপনীত হয়। ডুবে ৬৪ আৰু ফিলিপছ্ ১৪ ৰানত অপৰাজিত থাকে।

চেন্নাইৰ হৈ শাৰ্দুল ঠাকুৰে ২ টা আৰু আছিফে ১ টা উইকেট লাভ কৰে।

আকৰ্ষণীয় ১০১ ৰানৰ ইনিংছটোৰ বাবে ৰুতুৰাজ গাইকোৱাডে মেচৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে।

পৰাজিত হ’লেও অৱশ্যে পইণ্ট তালিকাৰ শীৰ্ষ স্থান অক্ষুন্ন ৰাখিছে চেন্নাই চুপাৰ কিংছে। আনহাতে ষষ্ঠ স্থানত অৱস্থান কৰিছে ৰাজস্থান ৰয়েলছে।

আইপিএলৰ আজিৰ খেলত পঞ্জাৱ কিংছে ৰয়েল চেলেঞ্জাৰ্চ বাঙ্গালোৰৰ বিৰুদ্ধে প্ৰতিদ্বন্দীতা আগবঢ়াব।

আন এখন খেলত মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছ আৰু ছানৰাইজাৰ্ছ হাইদৰাবাদ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গৱেষণাগাৰত বিজ্ঞানীয়ে সৃষ্টি কৰিলে কৃত্ৰিম মগজু: জীৱিত থাকিল সুদীৰ্ঘ ৭ বছৰ

গৱেষণাগাৰত বিজ্ঞানীয়ে সৃষ্টি কৰিলে কৃত্ৰিম মগজু: জীৱিত থাকিল সুদীৰ্ঘ ৭ বছৰ

September 10, 2026 7:44 am
লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm
ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

September 9, 2026 9:06 pm
পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

September 9, 2026 6:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গৱেষণাগাৰত বিজ্ঞানীয়ে সৃষ্টি কৰিলে কৃত্ৰিম মগজু: জীৱিত থাকিল সুদীৰ্ঘ ৭ বছৰ

গৱেষণাগাৰত বিজ্ঞানীয়ে সৃষ্টি কৰিলে কৃত্ৰিম মগজু: জীৱিত থাকিল সুদীৰ্ঘ ৭ বছৰ

September 10, 2026 7:44 am
লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd