• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তেজপুৰত দীপক মহন্ত সোঁৱৰণী নাট সমাৰোহ: মঞ্চস্থ হ’ব দুলাল ৰয়ৰ যুগজয়ী নাটক ‘ড্ৰেগন’

মণিমালা বৰা by মণিমালা বৰা
August 30, 2018 11:36 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ জাতীয় নাট্য আন্দোলনত বৈশিষ্ট্যপূৰ্ণ অভিনয়, অশেষ নাট্য-সাহিত্য সৃষ্টিৰে অৱদান আগবঢোৱা প্ৰতিভাধৰ নাট্যশিল্পী তথা সংবাদিক দীপক মহন্তৰ সোঁৱৰণত ১-৫ ছেপ্তএম্বৰলৈ অনুষ্ঠিত হ’ব লগা নাট সমাৰোহৰ প্ৰস্ত্ততি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে।

সমাৰোহত মঞ্চস্থ হ’ব দুলাল ৰায়ৰ কালজয়ী নাট ‘ড্ৰেগন’সহ মুঠ ৮ খন নাট। দীপক মহন্তৰ দ্বাৰা ৰচিত ‘বিলত তিৰেবিৰাই’ শীৰ্ষক নাটকখনো সমাৰোহত আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে।
তেজপুৰৰ মনিকূট কলাক্ষেত্ৰৰ উদ্যোগত তেজপুৰৰ জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব লগা এই সমাৰোহখন অনুষ্ঠানিকভাৱে উদ্বোধন কৰিব অসম নাট্য সন্মিলনৰ সভাপতি তথা যশস্বী নাট্যকাৰ দুলাল ৰয়ে।
সমাৰোহৰ প্ৰথম নিশা অৰ্থাৎ ১ ছেপ্তেম্বৰত চতিয়াৰ মঞ্চতীৰ্থই মঞ্চস্থ কৰিব পংকজজ্যোতি ভূঞাৰ পৰিচালিত নাট ‘মৰুদ্যানত গধূলি’ আৰু  উদ্বোধন কৰিব চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। ২ ছেপ্তেম্বৰ সন্ধিয়া ৬ বজাৰ পৰা তেজপুৰৰ সংস্কৃতিক অনুষ্ঠান চাতকে মঞ্চস্থ কৰিব পংকজজ্যোতি ভূঞা ৰচিত আৰু ভৱানী ভূঞাৰ পৰিচালিত আন এখন  নাট ‘ৰঙীন পখিলা’। এই নাটকখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব ৰাজেন বৰঠাকুৰে। ইয়াৰ পিছতেই ‘সুমথিৰাৰ ৰ’দ’ উদ্বোধন কৰিব কণ্ঠশিল্পী পংকজ বৰদলৈয়ে। ৩ ছেপ্তেম্বৰত বিশ্বনাথ চাৰিআলিৰ তুৰংগমে দীপক মহন্ত ৰচিত ‘উলংগ ৰজা’ মঞ্চস্থ কৰিব আৰু উদ্বোধন কৰিব বৃন্দাবন গোস্বামীয়ে। ইয়াৰ পিছতেই নগাওঁ পুৰণিগুদামৰ ৰংগালয় নাট্যগোষ্ঠী্য়ে দুলাল ৰয়ৰ কালজয়ী নাটক ‘ড্ৰেগন’ মঞ্চস্থ কৰিব। ৪ ছেপ্তেম্বৰত অৰুণ নাথ ৰচিত ‘কৌন বনেগা পতি’ শীৰ্ষক নাটকখন মঞ্চস্থ কৰিব তৰজপুৰৰ কৰুনাময়ী কলানিকেতনে আৰু উদ্বোধন কৰিব কৰিব পংকজ কুমাৰ নাথে। দ্বিতীয়খন নাটক অৰুণ নাথ ৰচিত ‘প্ৰেম’ আৰু উদ্বোধন কৰিব শিক্ষাবিদ ভুৱনেশ্বৰ চহৰীয়াই। নাট সমাৰোহৰ অন্তিম দিনা দীপক মহন্তৰ বহুচৰ্চিত নাট ‘ধনীৰামৰ থিয়েটাৰ’ আৰু এই নাটকখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব সংবাদিক ঋতুস্মিন শৰ্মাই।

সমাৰোহত সন্মানীয় অতিথি হিচাপে অসমৰ মুখ্য মন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী আৰু বিশিষ্ট অতিথি হিচাপে অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক ৰাজীৱ বৰুৱা, দৈনিক জনমভূমি কাকতৰ সম্পাদক উৎপল বৰুৱা আৰু শোণিতপুৰ জিলাৰ উপায়ুক্ত মনোজ কুমাৰ ডেকা উপস্থিত থাকিব।

Apply Now
মণিমালা বৰা

মণিমালা বৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

গোচৰ ৰুজু হোৱাৰ পিছতে ৬ ঘণ্টাতকৈ অধিক সময়ৰ ধৰ্ণা সামৰিলে ৰাহুল গান্ধীয়ে

August 21, 2026 9:35 pm
‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

August 21, 2026 9:10 pm
জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

August 21, 2026 8:01 pm
হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

August 21, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

গোচৰ ৰুজু হোৱাৰ পিছতে ৬ ঘণ্টাতকৈ অধিক সময়ৰ ধৰ্ণা সামৰিলে ৰাহুল গান্ধীয়ে

August 21, 2026 9:35 pm
‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

August 21, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd