• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২০২০ত এমাহতকৈয়ো অধিক কাল পৃথিৱীত কটাব দেৱী দুৰ্গাই

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 4, 2019 8:22 pm

1 min read

Durga Puja 2020 to continue for more than one month

প্ৰতিনিধিত্বমূলক ছবি

1.1k
VIEWS
Share on FacebookShare on Twitter

দুৰ্গা পূজা উদযাপিত হোৱা পৃথিৱীৰ যিকোনো স্থানতেই ২০২০ চনত এমাহতকৈয়ো অধিক দিন ধৰি চলিব দেৱী আৰাধনা।

কাৰণ, অহা বছৰ মহালয়াৰ দিন ১৭ ছেপ্তেম্বৰ হোৱাৰ বিপৰীতে মহাষষ্ঠীৰ দিন পৰিছে ২২ অক্তোবৰত।

অহা বছৰৰ আহিন মাহটোত দুটা অমাৱস্যা থকাৰ বাবে, পৰম্পৰা অনুসৰি সেই মাহত কোনো পৱিত্ৰ কাৰ্য্য সম্পন্ন কৰিব নোৱাৰি।

দুটা নতুন জোনে আহিন মাহ অপৱিত্ৰ কৰি তোলাৰ ফলত কাতি মাহতহে অহাবাৰ দুৰ্গা পূজা উদযাপিত হ’ব।

সাধাৰণতে মহালয়া আৰু মহাষষ্ঠীৰ মাজত ছদিনৰ ব্যৱধান থাকে।

বিশুদ্ধসিদ্ধান্ত আৰু সূৰ্য্যসিদ্ধান্ত দুয়োবিধ পঞ্জিকাই এই ক্ষেত্ৰত একেমত প্ৰকাশ কৰিছে।

পণ্ডিতসকলৰ মতে, অহা বছৰ মহালয়া আহিনৰ প্ৰথমটো দিন অৰ্থাৎ ১৭ ছেপ্তেম্বৰৰ পুৱা অনুষ্ঠিত হ’ব।

কিন্তু দ্বিতীয় ন-জোন ওলাব আহিনৰ ২৯ তাৰিখে অৰ্থাৎ ২০২০ চনৰ ১৬ অক্তোবৰত।

২০০১ আৰু ১৯৮২ চনৰ পিছত অহা বছৰ পুনৰবাৰ এই অগতানুগতিক ঘটনা ঘটিবলৈ ওলাইছে।

Recent News

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

Nipa Ba Final

প্ৰশ্ন সোধাটোৱেই পাপ! : মহিলা সাংবাদিকক শাৰীৰিক-মানসিকভাৱে অপদস্থ বহিৰাগত প্ৰযোজক-পৰিচালকৰ

a face

কোভিডৰ ভেকচিন গ্ৰহণৰ পিছতে মুখৰ এটা ফাল পেৰালাইছিছত আক্ৰান্ত ১৩ জনৰ ,ক’ত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd