• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গোৱালপাৰাৰ ঐতিহাসিক টুক্ৰেশ্বৰী দেৱালয়ত ৰজাদিনীয়া পৰম্পৰাৰে শাৰদীয় দুৰ্গা পূজা

নীলমণি শৰ্মা by নীলমণি শৰ্মা
October 4, 2019 8:40 am
FB_IMG_1570128324137

ফটো : নৰ্থ-ইষ্ট নাও

1.5k
VIEWS
Share on FacebookShare on Twitter

আজি মহা ষষ্ঠী। ৰজাদিনীয়া পৰম্পৰাৰে গোৱালপাৰা জিলাৰ ঐতিহাসিক টুক্ৰেশ্বৰী দেৱালয়ত আৰম্ভ শাৰদীয় দুৰ্গা পূজা।

কৃত্ৰিমতাক পৰিহাৰ কৰি মৃন্ময় মূৰ্তি অবিহনে সম্পূৰ্ণ ৰজাদিনীয়া পৰম্পৰাৰে অনুষ্ঠিত হোৱা টুক্ৰেশ্বৰী দেৱালয়ত পূজাৰ আটাইকেইটা দিনতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লাখ লাখ ভক্ত প্ৰাণ লোকে উদুলি-মুদুলি পৰিবেশৰ সৃষ্টি কৰিব।

এইবাৰৰ পূজাত প্লাষ্টিক মুক্ত হ’ব টুক্ৰেশ্বৰী দেৱালয়। টুক্ৰেশ্বৰী দেৱালয় পৰিচালনা সমিতি উদ্যোগত কেইবাটাও আগশাৰীৰ প্ৰতিষ্ঠানে দেৱালয়ৰ চৌহদত “go green go digital ” নামৰে এক বিশেষ কাৰ্যসূচী গ্ৰহণ কৰি ৰাইজক পৰিবেশৰ বিষয়ে সজাগ কৰাৰ এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।

ৰাতিপুৱাৰ পৰা আৰম্ভ হোৱা মহা ষষ্ঠী পূজাৰ অন্তত সন্ধিয়া বেলবৰণ হৱ দেৱালয়ত। ৰজাদিনীয়া পৰম্পৰা অনুসৰি দেৱালয়ৰ সমীপৰ হাদী গাঁৱৰ এডাল বিশেষ বেল গছৰ পৰা সম্পূৰ্ণ নীতি-নিয়মৰ মাজৰে বেলবৰণ কৰি অনা হ’ব দেৱালয় খনলৈ ৷

১৭০০ শতিকাত তাহানিৰ বিজনীৰ ৰজা কুমুদ নাৰায়ণৰ দিনতে আৰম্ভ হোৱা এই শাৰদীয় দুৰ্গা পূজা মৃন্ময় মূৰ্তি অবিহনেই চলি আহিছে।

মহা নৱমীত হাহঁ,পাৰ, কুহিয়াৰ, কোমোৰা আৰু ম’হ বলিদান হ’ব। উল্লেখনীয় কথাটো হ’ল মহা নৱমীত হোৱা ম’হ বলিৰ ৰক্ত পান কৰিব দেৱালয়খনৰ কপি কুলে। ইও এক পৰম্পৰা টুক্ৰেশ্বৰী দেৱালয়ৰ।

ইতিমধ্যে মহা ষষ্ঠীৰ পৰা আৰম্ভ হোৱা শাৰদীয় দুৰ্গা পূজাৰ মহা নৱমীৰ ম’হ বলি চাবলৈ লাখ লাখ ভক্তপ্ৰাণ লোকৰ আগমন ঘটে দেৱালয়খনত।

বিগত বছৰ সমূহৰ দৰে এই বেলিও দুই লক্ষধিক ভক্তপ্ৰাণ লোকৰ ভিৰ হ’ব বুলি দেৱালয় পৰিচালনা সমিতিয়ে আশা প্ৰকাশ কৰিছে।

Recent News

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd