• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শতৰ্বষ গৰকা পাঁচখন পূজাক লৈ উছাহ : প্ৰাণ পাই উঠিছে নগাঁৱৰ প্ৰতিখন পূজা মণ্ডপ

মিণ্টু দাস by মিণ্টু দাস
October 15, 2018 8:56 am
nagaon puja photo

ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কলংপাৰৰ ঐতিহ্যমণ্ডিত চহৰ নগাঁৱত এইবাৰ প্ৰায় ডেৰশখন পূজা সমিতিৰ উদ্যোগত শাৰদীয় দূৰ্গা পূজা অনুষ্ঠিত হৈছে। জানিব পৰা মতে, ৪-৫ লাখ টকাৰ পৰা ১৫-২৫ লাখ টকা লৈকে বাজেটেৰে পূজা সমিতিসমূহে এইবাৰ দুৰ্গাপূজা উদযাপনৰ প্ৰস্তুতি চলাইছে।

এইবাৰ নগাঁও চহৰৰ অধিকাংশ পূজা মণ্ডপতে ধৰ্মীয় সাংস্কৃতিক পৰম্পৰাগত বৈশিষ্ট্যৰ লগতে অত্যাধুনিক কাৰুকাৰ্য আৰু আলোকসজ্জাৰ চমক পূজাপ্ৰেমী ৰাইজে দেখিবলৈ পাব। অৱশ্যে ইয়াৰ মাজতে প্ৰতিখন পূজা সমিতিয়েই নিজা নিজা পূজা মণ্ডপসমূহক সমন্বয়ৰ ক্ষেত্রলৈ পৰ্যবসিত কৰাৰো পণ লোৱা দেখিৱলৈ পোৱা গৈছে।

Apply Now

কেৱল নগাঁও পৌৰসভাৰ এলেকাৰ ভিতৰতে ১২৫ খন পূজা সমিতিৰ উদ্যোগত শাৰদীয় দূৰ্গা পূজা অনুষ্ঠিত হ’ব। এই পূজা সমিতি সমূহে ইতিমধ্যেই নগাঁও জিলা প্ৰশাসনৰ পৰা যাৱতীয় অনুমতি লৈ পূজাৰ ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে।

nagaon puja photo.jpg 2
ফটো : নৰ্থইষ্ট নাও

 

উল্লেখ্য যে, ২০১৭ বৰ্ষৰ তুলনাত চলিত বৰ্ষত নগাঁও পৌৰসভা এলেকাত অনুষ্ঠিত পূজাৰ সংখ্যা আছিল ১২০ খন। চলিত বৰ্ষত নগাঁও চহৰত ১২৫ খন পূজা সমিতিৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া দুৰ্গা পূজাসমূহৰ ভিতৰত পাঁচখন পূজাই ইতিমধ্যেই শতবৰ্ষ গৰকিছে। আন পাঁচখন পূজা সমিতিয়ে মহাৰজত জয়ন্তী, চাৰিখনে হীৰক জয়ন্তী আৰু বাৰখন পূজা সমিতিয়ে সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিছে।

ইয়াৰ ভিতৰত চহৰখনৰ খ্ৰীষ্টানপট্টি (বেলতলা)ৰ বিখ্যাত জানকী নাথ সেন উকীলৰ (ব্যক্তিগত) ঘৰৰ দুৰ্গামন্দিৰত এইবাৰ ১৬৯ সংখ্যক দুৰ্গাপূজা অনুষ্ঠিত হ’ব। ইপিনে, চহৰখনৰ হয়ৱৰগাঁও বীনাপাণি পূজা সমিতিৰ উদ্যোগত ১৪৯ সংখ্যক দুৰ্গাপূজা, নগাঁও বাংগালী সন্মিলনীৰ উদ্যোগত ১২৫ সংখ্যক দুৰ্গাপূজা, আমোলাপট্টি দুৰ্গাপূজা উৎসৱ সমিতিৰ উদ্যোগত ১২৩ সংখ্যক দুৰ্গাপূজা, ফৌজদাৰীপট্টি সাৰ্ব্বজনীন দুৰ্গাপূজা উৎসৱ সমিতিৰ উদ্যোগত ১২১ সংখ্যক দুৰ্গাপূজা অনুষ্ঠিত হ’ব।

আনহাতে, ইতিপূৰ্বে মহাৰজত জয়ন্তী বৰ্ষ অতিক্ৰম কৰা নগাঁও চহৰৰ উল্লেখযোগ্য দুৰ্গাপূজা সমূহৰ ভিতৰত পানীগাঁও কালীবাৰী দুৰ্গাপূজা সমিতিয়ে এইবাৰ ৯৭ সংখ্যক, হিন্দুস্থানপট্টি সাৰ্ব্বজনীন ঠাকুৰবাৰী দুৰ্গাপূজা সমিতিৰ ৮৯ সংখ্যক, হয়বৰগাঁও বাংগালী পূজাবাৰী সমিতিৰ ৮৬ সংখ্যক, নগাঁও পুলিচ ৰিৰ্জাভ দুৰ্গাপূজা সমিতিৰ ৮৬ সংখ্যক, এন. এফ. ৰে’লৱে পূজা সমিতিৰ ৭৮ সংখ্যক, ছামাদ্দাৰপট্টি সাৰ্ব্বজনীন পূজা সমিতিৰ ৭১ সংখ্যক, হয়বৰগাঁও ৰে’লৱে সাৰ্ব্বজনীন কালী মন্দিৰ সমিতিৰ ৭০ সংখ্যক, কলংপাৰ নেপালী মন্দিৰ সাৰ্ব্বজনীন পূজা সমিতিৰ ৬৬ সংখ্যক, বিবেকানন্দপল্লী শাৰদোৎসৱ সমিতিৰ ৬৪ সংখ্যক দূৰ্গাপূজা অনুষ্ঠিত হ’ব। তদুপৰি, নগাঁও চহৰৰ আন ১২ খন পূজা সমিতিয়ে ইতিপূৰ্বে সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিছে।

উল্লেখ্য যে, এইবাৰ চহৰখনৰ ৰামকৃষ্ণ পথৰ ভাৰত সেৱা শ্ৰম সংঘৰ অনুমোদিত নগাঁও হিন্দু মিলন মন্দিৰ পূজা উৎসৱ সমিতিয়ে প্ৰতিদিনে পূজা মণ্ডপৰ সন্মুখত জীৱন্ত ৰূপত ছাৰ্জিকেল ষ্ট্ৰাইক প্ৰৰ্দশন কৰিব। মন্দিৰৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰহ্লাদ বনিকে জনোৱা মতে, পূজা উৎসৱৰ লগত সংগতি ৰাখি মন্দিৰৰ স্থায়ী ভৱন আৰু ভাৰত সেৱা শ্ৰম সংঘৰ প্ৰতিষ্ঠাতা স্বামী প্ৰনৱানন্দজী মহাৰাজৰ প্ৰতিমূৰ্তি ইতিমধ্যে উন্মোচন কৰা হৈছে।

ইপিনে, নগাঁও বঙালী সন্মিলনিৰ ১২৫ সংখ্য পূজা উপলক্ষে ২৫ লাখ টকাৰ বাজেটেৰে আৰ্কষণীয় আলোকসজ্জা ব্যৱস্থা কৰাৰ লগতে পৰম্পৰাগত গাম্ভীৰ্যতা এইবাৰো ৰাখিব বুলি জানিব পৰা গৈছে।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd