• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীৰ লকডাউন : কি কি খোলা থাকিব, কি কি থাকিব বন্ধ?

লকডাউনৰ সময়ছোৱাত আপুনি কৰিব পাৰিব এইকেইটা কাম

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 27, 2020 8:30 pm
31THGUWAHATIMOTORIST
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালি ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিস্ব শৰ্মাই অহা ২৮ জুনৰ নিশা ১২ বজাৰ পৰা সমগ্ৰ কামৰূপ মহানগৰ জিলাত লকডাউন ঘোষণা কৰাৰ পাছতে আজি মহানগৰ আৰক্ষী আয়ুক্তই আৰক্ষী চাউনীত এক সংবাদমেল সম্বোধন কৰি এই লকডাউন কেনেধৰণৰ হ’ব সেই বিষয়ে অৱগত কৰে।

লকডাউনৰ সময়ছোৱাত মহানগৰীত কেৱল ১০ শতাংশ বেংকহে খোলা ৰাখিব পাৰিব বুলি তেওঁ জানিবলৈ দি লগতে কয়, ‘এই সম্পৰ্কত কি কি শাখা খোলা থাকিব সেয়া বেংক কৰ্তৃপক্ষই নিজে সিদ্ধান্ত ল’ব।‘

Apply Now

ইপিনে, কৰ্তৃপৰ্ক্ষই বেংক কৰ্মচাৰীৰ বাবে বিশেষ পাছৰ ব্যৱস্থা কৰিব লাগিব বুলি বেংকৰ কৰ্তৃপক্ষ সমূহলৈ তেওঁ নিৰ্দেশ দিয়ে।

আনহাতে, মহানগৰীলৈ প্ৰৱেশ বা বাহিৰ ওলোৱাৰ ক্ষেত্ৰত তথা মহানগৰীৰ ভিতৰত আহ-যাহ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে।

অৱশ্যে,কেৱল ৰে’ল আৰু বিমান যাত্ৰী সকলে নিজৰ টিকট দেখুৱাইহে গুৱাহাটীত প্ৰবেশ কৰিব পাৰিব বুলি আৰক্ষী আয়ুক্তই উল্লেখ কৰে।

ইয়াৰ লগতে চিকিৎসাৰ বাবে আহিলেও চিকিৎসকৰ সম্পুৰ্ণ অনুমতি লৈ চিকিৎসাৰ প্ৰমাণ পত্ৰ লৈহে গুৱাহাটীলৈ আহিব পাৰিব বুলি তেওঁ সদৰী কৰে।

অৱশ্যে চিকিৎসা সেৱাৰ সৈতে জড়িত সকলো লোকে বাহনৰে আহ যাহ কৰিব বুলি তেওঁ কয়।

ফাৰ্মাছী খোলা থাকিব আৰু ৰন্ধন গেছ, পানী যোগান,ৰন্ধন গেছৰ ঘৰে ঘৰে যোগান ধৰা হ’ব।

এই লকডাউনত প্ৰথমবাৰৰ বাবে শাক-পাছলি, মাছ-মাংসৰ দোকান, গেলামালৰ দোকানো খোলা নাথাকিব।

কোনোধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান, চৰকাৰী-ব্যক্তিগত কাৰ্য্যালয়, ঔদ্যোগিক প্ৰতিষ্ঠান, মঠ-মন্দিৰ, সাংস্কৃতিক অনুষ্ঠান সকলোৰে ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

তদুপৰি কামৰূপ মহানগৰ জিলাৰ অন্তৰ্ভুক্ত সকলো তেল ডিপো একেলগে খুলিব নোৱাৰিব বুলি উল্লেখ কৰি তেওঁ কয়, ‘প্ৰশাসনে ইয়াৰ বাবে তালিকা প্ৰকাশ কৰিব। সেই তালিকা অনুসৰিহে গুৱাহাটীৰ কিছু কিছু ঠাইত খুলিব পাৰিব তেলৰ ডিপো।‘

মহানগৰবাসী ৰাইজলৈ আহ্বান জনাই মুন্না প্ৰসাদ গুপ্তাই কয়, ‘এইবাৰৰ লকডাউন কঠোৰ হব, লগতে লকডাউন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা লোৱা হ’ব।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 6, 2026 9:26 am
১৭০০ কোটিৰ অনুদান! গুজৰাটৰ ছটা ‘অচিনাকি’ দলৰ বাৰ্ষিক আয়ে কংগ্ৰেছৰ দৰে ৰাষ্ট্ৰীয় দলকো চেৰ পেলাইছে

১৭০০ কোটিৰ অনুদান! গুজৰাটৰ ছটা ‘অচিনাকি’ দলৰ বাৰ্ষিক আয়ে কংগ্ৰেছৰ দৰে ৰাষ্ট্ৰীয় দলকো চেৰ পেলাইছে

September 6, 2026 9:16 am
সমাজবিজ্ঞানৰ শিক্ষয়িত্ৰী, বঞ্চিত শিশুৰ বাবে সেৱা; ‘মিছ ৱৰ্ল্ড ২০২৬’ হ’ল ডমিনিকান সুন্দৰী

সমাজবিজ্ঞানৰ শিক্ষয়িত্ৰী, বঞ্চিত শিশুৰ বাবে সেৱা; ‘মিছ ৱৰ্ল্ড ২০২৬’ হ’ল ডমিনিকান সুন্দৰী

September 6, 2026 7:51 am
এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 6, 2026 9:26 am
১৭০০ কোটিৰ অনুদান! গুজৰাটৰ ছটা ‘অচিনাকি’ দলৰ বাৰ্ষিক আয়ে কংগ্ৰেছৰ দৰে ৰাষ্ট্ৰীয় দলকো চেৰ পেলাইছে

১৭০০ কোটিৰ অনুদান! গুজৰাটৰ ছটা ‘অচিনাকি’ দলৰ বাৰ্ষিক আয়ে কংগ্ৰেছৰ দৰে ৰাষ্ট্ৰীয় দলকো চেৰ পেলাইছে

September 6, 2026 9:16 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd