• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধনৰ অভাৱত বন্ধ দ্যুতি চান্দৰ অলিম্পিকৰ অনুশীলন; বিক্ৰী কৰিবলৈ সাজু হেঁপাহৰ BMW

এন ই নাও নিউজ by এন ই নাও নিউজ
July 12, 2020 9:46 am
Bmw

নিজৰ Bmwৰ সৈতে দ্যুতি চান্দ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় স্প্ৰিন্টাৰ দ্যুতি চান্দে ২০১৮চনত তেলেংগানাৰ পৰা ৩০ লাখ টকাৰে এখন BMW 3 Seriesৰ গাড়ী কনিছিল।

নিজৰ হেঁপাহৰ সেই গাড়ীখন এতিয়া দ্যুতিয়ে বিক্ৰী কৰিবলৈ ওলাইছে।

লকডাউনৰ সময়ত নিজৰ অলিম্পিকৰ অনুশীলন ঠিকমতে চলা নাই খেলুৱৈগৰাকীৰ। যাৰ মূল কাৰণ হৈছে অৰ্থৰ অভাৱ।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত দিয়া এটা সাক্ষাৎকাৰত দ্যুতি চান্দে কৈছে,’’স্পনছৰশ্বিপৰ অভাৱত কোনো প্ৰতিযোগিতা অনুষ্ঠিত নোহোৱাৰ বাবে ধন যোগাৰ কৰা এইটোৱেই একমাত্ৰ উপায়।‘’

তেওঁ কয়,’’ কৰ’না মহামাৰীৰ বাবে সকলো প্ৰতিযোগিতা বন্ধহৈ পৰিছে। অলিম্পিকৰ আৰু কোনো স্পনছৰশ্বিপ এতিয়া নাই। ইমানদিনে যি টকা উপাৰ্জন কৰিছিলো সেয়া এই কেইমাহত সম্পূৰ্ণ খৰচ হৈ গৈছে। এতিয়া গাড়ীখন বিক্ৰী কৰাৰ পথটোৱেই খোলা আছে।‘’

ইপিনে, বৰ্তমান এথলেটিকছ ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ নিয়ম অনুসৰি তেওঁলোকে অনুশীলন আৰম্ভ কৰিব পৰা নাই। সেয়েহে, ফেডাৰেশ্যনৰ পৰা কোনো সাহায্য পোৱাৰ আশা নাই দ্যুতি চান্দৰ।

আনহাতে, দ্যুতিৰ অনুশীলনৰ বাবে ৰাজ্য চৰকাৰেই শেষ ভৰসা। তদুপৰি,KIIT বিশ্ববিদ্যালয়ৰ স্পনছৰশ্বিপ আছে যদিও তেওঁলোকে আগবঢ়োৱা ধন অনুশীলনত খৰচ হৈ গৈছে কিয়নো মহামাৰী নোহোৱা হ’লে অহা ২৩ জুলাইৰ পৰা অলিম্পিক আৰম্ভ হৈ গ’লহেঁতেন।

এতিয়া শেষ উপায় হিচাপে দ্যুতিয়ে তেওঁৰ জীৱনৰ প্ৰথমখন বিলাসী গাড়ী BMW 3 Series বিক্ৰী কৰিব লাগিব।

তেওঁ গাড়ীখন বিক্ৰী কৰাৰ বাবে এটা বিজ্ঞাপনো দিছে।  ২০১৮বৰ্ষত এছিয়া কাপৰ ৰূপ বিজয়ী দ্যুতি চান্দে কৈছে,’’মন বেয়া লগা নাই। বিভিন্ন প্ৰতিযোগিতাৰ পৰা পোৱা অৰ্থ সাহায্যৰে গাড়ীখন ক্ৰয় কৰিব পাৰিছিলো। এতিয়া প্ৰতিযোগিতাই বন্ধ হৈ যোৱাত কি কৰিম।‘’

নিজৰ আশা ব্যক্ত কৰি দ্যুতিয়ে লগতে কৈছে,’’ মহামাৰী এবাৰ শেষ হ’লে আকো প্ৰতিযোগিতা আৰম্ভ হ’ব। আকো অংশ গ্ৰহণ কৰিম, ধন উপাৰ্জন কৰিম আৰু পুনৰ বিলাসী গাড়ীও কিনিম। কিন্তু এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল অলিম্পিকৰ বাবে নিজকে প্ৰস্তুত কৰি তোলা।‘’

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

September 18, 2025 1:49 pm
নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

September 18, 2025 1:47 pm
জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

September 18, 2025 1:00 pm
নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

September 18, 2025 12:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

September 18, 2025 1:49 pm
নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

September 18, 2025 1:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd