• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ঠিকাভিত্তিক শিক্ষক সকলৰ চাকৰি ‘প্ৰায় নিয়মীয়া’ কৰাৰ নামত চৰ্ত আৰোপেৰে অসম চৰকাৰৰ ভয়ংকৰ প্ৰতাৰণা : ডি ৱাই এফ আই

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 3, 2020 10:11 pm

2 min read

Himanta-Biswa-Sarma-1-1140x570

ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ফটো সৌজন্য: টুইটাৰ

50.7k
VIEWS
Share on FacebookShare on Twitter

উচ্চতৰ মাধ্যমিক, হাইস্কুল আৰু হাইমাদ্ৰাছাত কৰ্মৰত ঠিকাভিত্তিক শিক্ষকসকলক ‘প্ৰায় নিয়মীয়া’ কৰাৰ নামত কেইবাটাও চৰ্ত আৰোপ কৰি ভয়ংকৰ প্ৰতাৰণা কৰিব ওলাইছে শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসম চৰকাৰে, এয়া চৰম অন্যায় আৰু প্ৰৱঞ্চনা।

ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন [ডি ৱাই এফ আই]ৰ অসম ৰাজ্যিক কমিটিয়ে ৰাজ্য চৰকাৰৰ সিদ্ধান্তক সমালোচনা কৰি এইদৰে কোৱাৰ লগতে এনে অযুক্তিকৰ চৰ্ত বাতিল কৰিবলৈ দাবী জানায়।

সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি ঠিকাভিত্তিক কৰ্মৰত ৫২৪৩ জন শিক্ষকক ‘প্ৰায় নিয়মীয়া’ কৰাৰ বাবে মাধ্যমিক শিক্ষা বিভাগৰ পৰা দিয়া কঠোৰ চৰ্তযুক্ত বিশেষ চুক্তি পত্ৰত স্বাক্ষৰ কৰিব লাগিব।

এই কঠোৰ নীতি-নিৰ্দেশনা যুক্ত চুক্তি পত্ৰ স্বাক্ষৰ কৰিলে তেওঁলোকে নিয়মীয়া শিক্ষকৰ দৰে দৰমহা আৰু অন্যান্য সা-সুবিধা লাভ কৰিব কিন্তু চুক্তি ভংগ কৰিলেই এইসকল ‘প্ৰায় নিয়মীয়া’ শিক্ষক-শিক্ষয়িত্ৰীক চাকৰিৰ পৰা বৰ্খাস্ত হ’ব।

চুক্তি পত্ৰৰ প্ৰধান চৰ্ত অনুসৰি মাধ্যমিক সঞ্চালকালয়ৰ দ্বাৰা শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বছৰেকীয়া মূল্যায়ন কৰা হ’ব।

এনে বছৰেকীয়া মূল্যায়নৰ প্ৰতিবেদন সন্তোষজনক নহ’লে সংশ্লিষ্ট শিক্ষক-শিক্ষয়িত্ৰীক সঞ্চালকালয়ে চাকৰিৰ পৰা বৰ্খাস্ত কৰিব পাৰিব।

আন এক চৰ্ত অনুসৰি শিক্ষক-শিক্ষয়িত্ৰীসকলে কৰ্মৰত শিক্ষানুষ্ঠানৰ পৰা আঠ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থাকিব লাগিব। কোনো শিক্ষকেই সংবাদ মাধ্যমৰ সন্মুখলৈ আহিব নোৱাৰিব।

শিক্ষা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণাৰে ঠিকাভিত্তিক শিক্ষক সকলক ‘প্ৰায় নিয়মীয়া’ কৰাৰ নামত যি প্ৰচাৰ দিছিল তাৰ অন্তৰালত যে এনে অপমানজনক আৰু ভয়ংকৰ চৰ্ত থাকিব পাৰে সেয়া ঘুণাক্ষৰেও জনোৱা নাছিল।

ডি ৱাই এফ আইয়ে এই চতাৰ্ৱালীক অপমানজনক আখ্যা দি এই চৰ্তাৱালীৰে কোনো শৈক্ষিক উত্তৰণ সম্ভৱ নহয় বুলি ক্ষোভ ব্যক্ত কৰিছে।

এই অপমানজনক চৰ্তাৱালীৰ অৰ্থ হ’ল- প্ৰতিটো মুহুৰ্ততে শিক্ষকসকলক শংকাৰ মাজত ৰখা আৰু শিক্ষক সমাজৰ মাজত বিভাজন সৃষ্টি কৰি সকলো গণতান্ত্ৰিক অধিকাৰৰ পৰা বঞ্চিত কৰা।

ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে দাবী কৰে যে চৰকাৰে ‘প্ৰায় নিয়মীয়া’ কৰাৰ নামত এনে প্ৰতাৰণা বন্ধ কৰক।

শিক্ষকসকলে যাতে সম মৰ্যাদাৰে আৰু শংকাহীনভাৱে কাম কৰিব পাৰে তাৰ বাবে ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি সম্পূৰ্ণ নিয়মীয়া কৰাৰ বাবেও সংগঠনটোৱে দাবী জনায়।

Recent News

সমাধানৰ আশাত আজি চৰকাৰে দশমবাৰৰ বাবে কৃষকৰ সৈতে মিলিত হ’ব আলোচনাত

সমাধানৰ আশাত আজি চৰকাৰে দশমবাৰৰ বাবে কৃষকৰ সৈতে মিলিত হ’ব আলোচনাত

কনকলতা মহিলা সবলীকৰণ আঁচনিৰ অধীনত মায়ঙৰ ৩৫৯ টা গোটলৈ ৫০,০০০ কৈ টকা

কনকলতা মহিলা সবলীকৰণ আঁচনিৰ অধীনত মায়ঙৰ ৩৫৯ টা গোটলৈ ৫০,০০০ কৈ টকা

ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা, ঈশান্ত শৰ্মাৰ প্ৰত্যাৱৰ্তন

ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা, ঈশান্ত শৰ্মাৰ প্ৰত্যাৱৰ্তন

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd