• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিক্ষাৰ্থীৰ মূৰত মাচুলৰ বোজা জাপি দিয়াৰ সিদ্ধান্ত চৰকাৰে প্ৰত্যাহাৰ কৰক: ডি ৱাই এফ আই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 15, 2022 6:45 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্বাধীনতা দিৱসৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তিৰ প্ৰাকক্ষণত অসম চৰকাৰে আদৰ্শ বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীৰ মূৰত ৩০০ টকাকৈ মাছুল আৰু চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বোজা ৰাইজৰ মূৰত জাপি দিবলৈ ওলোৱা  সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ ডি ৱাই এফ আইয়ে দাবী জনাইছে৷

দেশে এক ঐতিহাসিক মুহূৰ্তৰ সন্মুখীন হ’বলৈ ওলোৱা ক্ষণতে চৰকাৰৰ এই জনবিৰোধী সিদ্ধান্তই সকলোকে আচৰিত কৰি তুলিছে৷ ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন চমুকৈ ডি ৱাই এফ আইয়ে চৰকাৰৰ এই সিদ্ধান্তক শিক্ষা বিৰোধী আৰু দেশৰ স্বাৰ্থৰ পৰিপন্থী বুলি অভিহিত কৰিছে৷

লগতে পঢ়ক: ২০৪৭ চনৰ ভিতৰত আমি আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ সপোন সম্পূৰ্ণৰূপে বাস্তৱায়িত কৰিমঃ ৰাষ্ট্ৰপতি মুৰ্মু

চৰকাৰে শিক্ষাৰ দায়িত্বৰ পৰা নিজকে আঁতৰাই চৰকাৰী শিক্ষা খণ্ডক পৰ্যায় ক্ৰমে ব্যক্তিগত খণ্ডৰ হাতত তুলি দিয়াৰ গভীৰ চক্ৰান্তত লিপ্ত হৈছে৷ চৰকাৰৰ সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈ হ’লে গৰিব অংশৰ বহু ছাত্ৰ-ছাত্ৰী শিক্ষা গ্ৰহণৰ পৰা আঁতৰি যাবলৈ বাধ্য হ’ব৷

বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ দায়িত্বৰ পৰা চৰকাৰে আঁতৰি আহি ইয়াৰ বোজা  জনতাৰ ওপৰত জাপি দিব বিচাৰিছে৷ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিৱেদনত ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ দুৰ্বল অৱস্থাৰ দিশ উন্মোচিত হোৱাৰ সময়তে অসম চৰকাৰৰ এই সিদ্ধান্ত শিক্ষাবিৰোধী হিচাপেই বিবেচিত হৈছে৷

লগতে পঢ়ক: ভাৰতৰ স্বাধীনতাৰ হীৰক জয়ন্তী

দেশৰ কণ কণ ছাত্ৰ-ছাত্ৰীক এনেদৰে গুণগত আৰু সাৰ্বজনীন শিক্ষা দিয়াতো কোনো মতে সম্ভৱ নহয়৷ চৰকাৰী শিক্ষাখণ্ডক শক্তিশালী কৰাৰ পৰিৱৰ্তে চৰকাৰে চক্ৰান্তমূলকভাৱে ইয়াক দুৰ্বল কৰিবলৈহে আগবাঢ়িছে৷

প্ৰকৃততে চৰকাৰে এনে আচৰিত সিদ্ধান্তৰ মাজেৰে গোটেই শিক্ষা ব্যৱস্থাটোক ব্যক্তিগত খণ্ডৰ হাতলৈ যোৱাৰ পথ মুকলি কৰিছে৷ হিতাধিকাৰীৰ নামত কোটি কোটি টকা খৰচ কৰা এইখন চৰকাৰেই শিক্ষাৰ দৰে অতি প্ৰয়োজনীয় ক্ষেত্ৰত ধন খৰচ কৰিবলৈ অস্বীকাৰ কৰাতো  ৰাজহুৱা শিক্ষাক দুৰ্বল কৰিবলৈ বিচৰা ষড়যন্ত্ৰৰে অংশ৷

লগতে পঢ়ক: শ্বহীদ পুত্ৰৰ স্মৃতি বুকুঁত সাৱটি স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি এহাল বৃদ্ধ দম্পতিৰ

এই জনবিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আৰু জনমত গঠন কৰিবলৈ ৰাজ্যৰ যুৱ-ছাত্ৰ সমাজৰ লগতে সৰ্বস্তৰৰ ৰাইজলৈ ডি ৱাই এফ আইয়ে  আহ্বান জনাইছে৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd