• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিক্ষাৰ্থীৰ মূৰত মাচুলৰ বোজা জাপি দিয়াৰ সিদ্ধান্ত চৰকাৰে প্ৰত্যাহাৰ কৰক: ডি ৱাই এফ আই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 15, 2022 6:45 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্বাধীনতা দিৱসৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তিৰ প্ৰাকক্ষণত অসম চৰকাৰে আদৰ্শ বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীৰ মূৰত ৩০০ টকাকৈ মাছুল আৰু চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বোজা ৰাইজৰ মূৰত জাপি দিবলৈ ওলোৱা  সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ ডি ৱাই এফ আইয়ে দাবী জনাইছে৷

দেশে এক ঐতিহাসিক মুহূৰ্তৰ সন্মুখীন হ’বলৈ ওলোৱা ক্ষণতে চৰকাৰৰ এই জনবিৰোধী সিদ্ধান্তই সকলোকে আচৰিত কৰি তুলিছে৷ ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন চমুকৈ ডি ৱাই এফ আইয়ে চৰকাৰৰ এই সিদ্ধান্তক শিক্ষা বিৰোধী আৰু দেশৰ স্বাৰ্থৰ পৰিপন্থী বুলি অভিহিত কৰিছে৷

লগতে পঢ়ক: ২০৪৭ চনৰ ভিতৰত আমি আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ সপোন সম্পূৰ্ণৰূপে বাস্তৱায়িত কৰিমঃ ৰাষ্ট্ৰপতি মুৰ্মু

Apply Now

চৰকাৰে শিক্ষাৰ দায়িত্বৰ পৰা নিজকে আঁতৰাই চৰকাৰী শিক্ষা খণ্ডক পৰ্যায় ক্ৰমে ব্যক্তিগত খণ্ডৰ হাতত তুলি দিয়াৰ গভীৰ চক্ৰান্তত লিপ্ত হৈছে৷ চৰকাৰৰ সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈ হ’লে গৰিব অংশৰ বহু ছাত্ৰ-ছাত্ৰী শিক্ষা গ্ৰহণৰ পৰা আঁতৰি যাবলৈ বাধ্য হ’ব৷

বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ দায়িত্বৰ পৰা চৰকাৰে আঁতৰি আহি ইয়াৰ বোজা  জনতাৰ ওপৰত জাপি দিব বিচাৰিছে৷ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিৱেদনত ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ দুৰ্বল অৱস্থাৰ দিশ উন্মোচিত হোৱাৰ সময়তে অসম চৰকাৰৰ এই সিদ্ধান্ত শিক্ষাবিৰোধী হিচাপেই বিবেচিত হৈছে৷

লগতে পঢ়ক: ভাৰতৰ স্বাধীনতাৰ হীৰক জয়ন্তী

দেশৰ কণ কণ ছাত্ৰ-ছাত্ৰীক এনেদৰে গুণগত আৰু সাৰ্বজনীন শিক্ষা দিয়াতো কোনো মতে সম্ভৱ নহয়৷ চৰকাৰী শিক্ষাখণ্ডক শক্তিশালী কৰাৰ পৰিৱৰ্তে চৰকাৰে চক্ৰান্তমূলকভাৱে ইয়াক দুৰ্বল কৰিবলৈহে আগবাঢ়িছে৷

প্ৰকৃততে চৰকাৰে এনে আচৰিত সিদ্ধান্তৰ মাজেৰে গোটেই শিক্ষা ব্যৱস্থাটোক ব্যক্তিগত খণ্ডৰ হাতলৈ যোৱাৰ পথ মুকলি কৰিছে৷ হিতাধিকাৰীৰ নামত কোটি কোটি টকা খৰচ কৰা এইখন চৰকাৰেই শিক্ষাৰ দৰে অতি প্ৰয়োজনীয় ক্ষেত্ৰত ধন খৰচ কৰিবলৈ অস্বীকাৰ কৰাতো  ৰাজহুৱা শিক্ষাক দুৰ্বল কৰিবলৈ বিচৰা ষড়যন্ত্ৰৰে অংশ৷

লগতে পঢ়ক: শ্বহীদ পুত্ৰৰ স্মৃতি বুকুঁত সাৱটি স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি এহাল বৃদ্ধ দম্পতিৰ

এই জনবিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আৰু জনমত গঠন কৰিবলৈ ৰাজ্যৰ যুৱ-ছাত্ৰ সমাজৰ লগতে সৰ্বস্তৰৰ ৰাইজলৈ ডি ৱাই এফ আইয়ে  আহ্বান জনাইছে৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd