• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা; বিকল্প ব্যৱস্থা নকৰালৈকে অভিযান বন্ধ ৰখাৰ দাবী DYFIৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 17, 2025 11:58 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোনো বিকল্প ব্যৱস্থা নকৰাকৈ গোৱালপাৰা জিলাৰ হাছিলা বিলত অসম চৰকাৰৰ নিৰ্দেশত জিলা প্ৰশাসনে সোমবাৰে পুৱাৰে পৰা ব্যাপক উচ্ছেদ অভিযান আৰম্ভ কৰিছে। কোনো বিকল্প ব্যৱস্থা নকৰাকৈ এনেদৰে উচ্ছেদ চলোৱা কাৰ্যক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে অমানৱীয় আখ্যা দি ইয়াক বন্ধ ৰখাৰ দাবী জনাইছে।

আদানি-আম্বানিৰ দৰে পুঁ‌জিপতি আৰু ৰামদেৱৰ দৰে ব্যৱসায়ীক হাজাৰ হাজাৰ বিঘা মাটি আৱণ্টন দিব ওলোৱা বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণ সাম্প্ৰদায়িক দৃষ্টিভংগীৰে উচ্ছেদ অভিযান আৰম্ভ কৰিছে।

Apply Now

প্ৰায় ৯০ শতাংশ ধৰ্মীয় সংখ্যালঘুই বসবাস কৰা উক্ত অঞ্চলৰ লোকসকলে আজিৰ পৰা ৪০/৫০ বছৰ আগতে গৰাখহনীয়াত উচন হৈ নিজে নিজে তাত সংস্থাপিত হৈছিল। উচ্ছেদিত হোৱা বহু মানুহৰ ১৯৪৭ চনৰো আগৰ বৈধ নথি-পত্ৰ আছে।

চৰকাৰী নিয়ম অনুসাৰে বহু মানুহে চৰকাৰী ঘৰ, জলজীৱন আঁচনিৰ সুবিধা, বিদ্যুতৰ সুবিধা লাভ কৰিছে। অঞ্চলটোত পাঁচখনৰো অধিক চৰকাৰী বিদ্যালয় আছে, MGNREGA আঁচনিৰ অধীনত অঞ্চলটোত ৰাস্তা-ঘাট নিৰ্মাণ কৰা হৈছে।

ইমানৰ পাছতো হঠাৎ, মাত্র তিনি দিনৰ ৰাজহুৱা জাননী দি প্রশাসনে সোমবাৰে ৰাতিপুৱা ৫ বজাৰ পৰা এফালৰ পৰা ঘৰ-বাৰীবোৰ ভাঙি উচ্ছেদ অভিযান আৰম্ভ কৰিছে। আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰে এক যুদ্ধ সদৃশ পৰিৱেশ সৃষ্টি কৰি মানুহক আতংকিত কৰিছে আৰু ঘৰ-বাৰী ভাঙি তহিলং কৰিছে।

অসহায় মানুহবোৰে ঘৰ-বাৰী, সা-সম্পত্তি হেৰুৱাই শিশু, মহিলা আৰু বৃদ্ধসহ মুকলি আকাশৰ তলত থিয় হৈ থাকিবলগীয়া হৈছে। ভোকে-পিয়াহে অনাগত ভয়াবহ ভৱিষ্যতৰ আশংকাত মানুহখিনিয়ে ত্ৰস্তমান হৈ পৰিছে। অঞ্চলটোত ৬০০ পৰিয়ালৰ ৫ সহস্ৰাধিক লোক উচ্ছেদৰ বলি হৈছে।

ডি ৱাই এফ আইয়ে দাবী কৰিছে যে বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ কৰা কাৰ্য বন্ধ ৰাখক। যিসকল লোকক ইতিমধ্যে উচ্ছেদ কৰিছে তেওঁলোকৰ বাবে খাদ্য-পানীৰ লগতে থকাৰ সু-ব্যৱস্থা কৰক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd