• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বি টি এ ডিত নিযুক্তিৰ নামত নিত্য-নতুন প্ৰবঞ্চনা  : প্ৰবঞ্চনা বন্ধ কৰি শীঘ্ৰে নিযুক্তি দিয়াৰ দাবী ডি ৱাই এফ আইৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 16, 2025 7:01 pm
40
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বি টি এ ডিত নিযুক্তিৰ নামত হাজাৰ হাজাৰ যুৱক-যুৱতীক কৰা প্ৰবঞ্চনাকলৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে।

মিত্ৰ জোঁ‌টৰ দুই মুৰব্বী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বি টি এডিৰ মুখ্য শাসক প্ৰমোদ বড়োৱে নিযুক্তিৰ নামত ৰঙীন প্ৰতিশ্ৰুতি দি থকাৰ সময়তে বাস্তৱত পোহৰলৈ আহিছে সম্পূৰ্ণ বিপৰীত দৃশ্য। স্বায়ত্ব শাসিত পৰিষদখনৰ অধীনৰ হাজাৰ হাজাৰ শিক্ষিত যুৱক-যুৱতীয়ে অধীৰ আগ্ৰহেৰে ৰৈ থকাৰ সময়তে প্ৰায় ৩৫০০ টা পদৰ বিজ্ঞাপন প্ৰকাশ কৰিও আজি এবছৰে নিযুক্তিৰ ব্যৱস্থা নকৰিলে। চতুৰ্থ আৰু তৃতীয় বৰ্গৰ পদসমূহৰ নিযুক্তিৰ সকলো প্ৰক্ৰিয়া শেষ কৰাৰ পিছতো আজি এবছৰে কোনো পদক্ষেপ নল‘লে।

Apply Now

আশ্চৰ্যজনকভাৱে উচ্চ মাধ্যমিক (জি টি) আৰু উচ্চতৰ মাধ্যমিক (পিজিটি)ৰ ২৭৬ টা শিক্ষক পদৰ লগতে এল.পি আৰু এম.ই. স্কুলৰ ১০০০ টা শিক্ষক পদৰ দ্বিতীয় যোগ্য তালিকা প্ৰকাশ কৰাৰ পৰিৱৰ্তে  হাইস্কুল আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ৫৫২ টা ঠিকাভিত্তিক শিক্ষক পদৰ বিজ্ঞাপনহে প্ৰকাশ কৰিছে। এই ঠিকাভিত্তিক শিক্ষক পদৰ দৰমহা হ‘ব ১০ হাজাৰ টকা আৰু মাত্ৰ ছয় মাহৰ বাবেহে তেওঁলোকক নিযুক্তি দিয়া হ‘ব। গুৰুত্বপূৰ্ণ কথাটো হৈছে এতিয়ালৈ যিমানবোৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হৈছে প্ৰতিটো নিযুক্তি পৰীক্ষাৰ স্বচ্ছতাকলৈ প্ৰশ্ন উদয় হৈছে। বি টি চিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই সঘনাই ভাষ্য সলাই থকাক লৈও নানা শংকাৰ সৃষ্টি কৰিছে। এয়া শিক্ষা ব্যৱস্থা আৰু যুৱক-যুৱতী সকলোৰ জীৱনৰ প্ৰতি ভেঙুচালি বুলি ডি ৱাই এফ আইয়ে অভিহিত কৰিছে। বি টি এ ডিত যিকোনো মুহূৰ্ততে নিৰ্বাচনৰ দিন ঘোষণা হ’ব আৰু নিৰ্বাচনী অধিসূচনাও আৰম্ভ হ’ব। কিন্তু এতিয়ালৈ নিযুক্তি প্ৰক্ৰিয়া চূড়ান্ত হোৱা পদসমূহৰ নিযুক্তিৰ বাবে কোনো তৎপৰতা প্ৰদৰ্শন কৰা নাই। স্বাভাৱিকতে বি টি চি প্ৰশাসনৰ এই দায়িত্বহীন ভুমিকাৰ বাবে সমগ্ৰ অঞ্চলটোতে বৃহৎ সংখ্যক যুৱক-যুৱতী অনিশ্চয়তাৰ মাজত সোমাই পৰিছে। বি টি চিৰ নিযুক্তি প্ৰক্ৰিয়াৰ এই দায়িত্বহীন কৰ্মকাণ্ডৰ বাবে অভিভাৱকৰ লগতে সৰ্বসাধাৰণ ৰাইজৰ মাজতো প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এখন চৰকাৰী চিকিৎসালয়ত ছমাহত ৮০ নৱজাতকৰ মৃত্যু : তদন্তৰ দাবী বিজেপি বিধায়কৰ

এখন চৰকাৰী চিকিৎসালয়ত ছমাহত ৮০ নৱজাতকৰ মৃত্যু : তদন্তৰ দাবী বিজেপি বিধায়কৰ

October 14, 2026 4:58 pm
জেল নে বিলাসী হোটেল? অমৃতপ্ৰভাৰ ‘ভিআইপি’ আদৰ-যত্নক লৈ প্ৰশ্ন জুবিন গাৰ্গৰ ভগ্নী ড০ পাল্মী বৰঠাকুৰৰ

জেল নে বিলাসী হোটেল? অমৃতপ্ৰভাৰ ‘ভিআইপি’ আদৰ-যত্নক লৈ প্ৰশ্ন জুবিন গাৰ্গৰ ভগ্নী ড০ পাল্মী বৰঠাকুৰৰ

October 14, 2026 4:40 pm
আৰক্ষীৰ প্ৰহাৰত কাণেৰে নুশুনা হ’ল দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী! সংবাদমেলত ভুক্তভোগীয়ে বৰ্ণনা কৰিলে বৰ্বৰতাৰ কাহিনী

আৰক্ষীৰ প্ৰহাৰত কাণেৰে নুশুনা হ’ল দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী! সংবাদমেলত ভুক্তভোগীয়ে বৰ্ণনা কৰিলে বৰ্বৰতাৰ কাহিনী

October 14, 2026 3:10 pm
সাধাৰণ জনতাৰ পকেটত মাধমাৰ! অৰ্থনীতিবিদৰ অনুমানক চেৰ পেলাই উৰ্ধ্বমুখী দেশৰ মুদ্ৰাস্ফীতিৰ হাৰ

সাধাৰণ জনতাৰ পকেটত মাধমাৰ! অৰ্থনীতিবিদৰ অনুমানক চেৰ পেলাই উৰ্ধ্বমুখী দেশৰ মুদ্ৰাস্ফীতিৰ হাৰ

October 14, 2026 2:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এখন চৰকাৰী চিকিৎসালয়ত ছমাহত ৮০ নৱজাতকৰ মৃত্যু : তদন্তৰ দাবী বিজেপি বিধায়কৰ

এখন চৰকাৰী চিকিৎসালয়ত ছমাহত ৮০ নৱজাতকৰ মৃত্যু : তদন্তৰ দাবী বিজেপি বিধায়কৰ

October 14, 2026 4:58 pm
জেল নে বিলাসী হোটেল? অমৃতপ্ৰভাৰ ‘ভিআইপি’ আদৰ-যত্নক লৈ প্ৰশ্ন জুবিন গাৰ্গৰ ভগ্নী ড০ পাল্মী বৰঠাকুৰৰ

জেল নে বিলাসী হোটেল? অমৃতপ্ৰভাৰ ‘ভিআইপি’ আদৰ-যত্নক লৈ প্ৰশ্ন জুবিন গাৰ্গৰ ভগ্নী ড০ পাল্মী বৰঠাকুৰৰ

October 14, 2026 4:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd