DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, March 29, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

এইবাৰ ভূমিকম্পই কঁপালে পেৰু-ইকুৱেডৰ : প্ৰায় ১২ গৰাকী নিহত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 19, 2023 7:31 pm
58
VIEWS
Share on FacebookShare on Twitter

এইবাৰ প্ৰকৃতিৰ ৰোষত পৰিছে দক্ষিণ আমেৰিকান দেশ পেৰু আৰু ইকুৱেডৰ। প্ৰৱল ভূমিকম্পই কঁপাই তুলিছে দেশ দুখন। ভূমিকম্পত প্ৰায় ১২ গৰাকী লোক নিহত হোৱাৰ লগতে বিস্তৰ ক্ষতিসাধনৰ সন্মুখীন হয়।

ইকুৱেডৰৰ মাচালা আৰু কুৱেংকাৰ দৰে চহৰত ভূমিকম্পৰ প্ৰভাৱ অত্যধিক হোৱা দেখিবলৈ পোৱা গৈছে। চহৰ দুখনত ভূমিকম্পই বহু এলেকা ধ্বংসস্তূপত পৰিণত কৰে।

ভূমিকম্পৰ পিছতে তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰে উদ্ধাৰকাৰী গোটসমূহে। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপে প্ৰকাশ কৰা অনুসৰি শনিবাৰে স্থানীয় সময় অনুসৰি ১২:১২ বজাত সংঘটিত হৈছিল এই ৬.৮ প্ৰাবল্যৰ ভূমিকম্প।

প্ৰকাশিত খবৰ অনুসৰি এই প্ৰবল ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল পেৰুৰ সীমান্তৱৰ্তী ইকুৱেডৰৰ বালাও অঞ্চল। ইকুৱেডৰৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে এক টুইটযোগে উল্লেখ কৰা মতে, ভূমিকম্পৰ ফলত এল অৰ’ প্ৰদেশত ১১ গৰাকী আৰু আজুয়াই প্ৰদেশত এগৰাকী লোকৰ মৃত্যু হয়।

গুৱায়াকিল, কুইটো, মানাবি, মান্টাকে ধৰি অন্যান্য চহৰতো ভূমিকম্পৰ কঁপনি তীব্ৰ অনুভূত হয় বুলি স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে। অৱশ্যে পেৰুত বৰ্তমানলৈকে ভূমিকম্পত কোনো লোকৰ মৃত্যু হোৱা নাই তথা ক্ষয়–ক্ষতিৰ পৰিমাণো সামান্য বুলি স্থানীয় কৰ্তৃপক্ষই সদৰী কৰিছে।

ইকুৱেডৰৰ ৰাষ্ট্ৰপতি গুইলেৰ্মো লাছ’ই টুইটাৰত প্ৰেৰণ কৰা এক বাৰ্তাযোগে স্থানীয় লোকসকলক সাৱধানতা অৱলম্বন কৰিবলৈ তথা ক্ষয়–ক্ষতিৰ বিষয়ে চৰকাৰী চেনেলৰ জৰিয়তে অৱগত কৰিবলৈ আহ্বান জনায়।

Recent News

ফেচবুক কৰ্ণাৰ : অসমীয়া-বঙালীৰ এনে ককটেলেৰে এখন সমাজৰ সমন্বয় সাধন কৰা সম্ভৱ নহয়

ফেচবুক কৰ্ণাৰ : অসমীয়া-বঙালীৰ এনে ককটেলেৰে এখন সমাজৰ সমন্বয় সাধন কৰা সম্ভৱ নহয়

১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব ৩৮৪ টাকৈ জীৱনদায়িনী ঔষধৰ মূল্য

১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব ৩৮৪ টাকৈ জীৱনদায়িনী ঔষধৰ মূল্য

ঘৃণাসূচকৰ বক্তব্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণত পলম : উচ্চতম ন্যায়ালয়ৰ ধমক

ঘৃণাসূচকৰ বক্তব্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণত পলম : উচ্চতম ন্যায়ালয়ৰ ধমক

ফেচবুক কৰ্ণাৰ : ( দিল্লীত ) অহা বিশদিন অত্যন্ত গুৰুত্বপূৰ্ণ ।

ফেচবুক কৰ্ণাৰ : ( দিল্লীত ) অহা বিশদিন অত্যন্ত গুৰুত্বপূৰ্ণ ।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd