• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বিশ্বাসঘাতক চীন! : পূৱ লাডাখ সীমান্তত মোতায়েন যুদ্ধ বিমানসহ ৪০ হাজাৰ চীনা পদাতিক সৈন্য!

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 23, 2020 12:10 pm

2 min read

index.jpgll
10.1k
VIEWS
Share on FacebookShare on Twitter

লাডাখৰ ভাৰত-চীন সীমান্তৰ পৰিস্থিতি কেনে ? সেনাৰ ক’ৰ কামাণ্ডাৰ পৰ্যায়ৰ বৈঠকৰ সিদ্ধানক সন্মান জনাইছে নে চীনে ? আকৌ বিশ্বাসঘাটকতা কৰিছে নেকি চীনে ?

হয়, সংবাদ সংস্থা ANIৰ বাতৰিৰ অনুসৰি চীনে পুনৰ ভাৰতক বিশ্বাসঘাতকতা কৰিছে।

পূৱ লাডাখত চীনে এতিয়াও ৪০ হাজাৰ পদাতিক সৈন্য মোতায়েন কৰি ৰাখিছে।

দুই দেশৰ সেনা বাহিনীৰ ক’ৰ কামাণ্ডাৰ বৈঠকৰ সিদ্ধান্তৰ মতে দুই দেশেই লাডাখৰ বিবাদিত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ পৰা সৈন্যবাহিনী প্ৰত্যাহাৰ কৰাৰ কথা আছিল।

সেই সিদ্ধান্ত মৰ্মে ভাৰতে সীমান্তৰ বিবাদিত এলেকাৰ পৰা ভাৰতীয় সেনা প্ৰত্যাহাৰ কৰিছিল।

চীনেও সীমান্তৰ পৰিস্থিত স্বাভাৱিক কৰাৰ স্বাৰ্থত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ পৰা সেনাবাহিনী প্ৰত্যাহাৰ কৰিবলৈ আৰম্ভ কৰিছিল।

কিন্তু ANIৰ বাতৰি অনুসৰি পিপ’লছ লিবাৰেশ্যন আৰ্মি-এ এতিয়াও পূৱ লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত ৪০ হাজাৰ পদাতিক সৈন্য মোতায়েন কৰি ৰাখিছে।

ANIৰ বাতৰিৰ মতে ভাৰতৰ লগত পুনৰ বিশ্বাসঘাতকা কৰিছে চীনে।

সূত্ৰৰ খবৰ অনুসৰি চীনে সীমান্তত সেনা মোতায়েনৰ লগতে ভাৰতক লক্ষ্য কৰি একাধিক কামান, যুদ্ধ বিমান আদিও মুজুত কৰি ৰাখিছে।

সূত্ৰটোৰ মতে ইয়াৰ পৰা প্ৰমাণ হয় যে চীন সীমান্তৰ উত্তপ্ত পৰিস্থিতি স্বাভাৱকি কৰাৰ পক্ষপাতি নহয়।

অৱশ্যে ANIএ এই সন্দৰ্ভত ভাৰতীয় সেনা বাহিনীৰ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। ভাৰতীয় সেনাৰ সূত্ৰয়ো এই সম্পৰ্ক বৰ্তমান কোনো তথ্য প্ৰকাশ কৰা নাই।

Recent News

Bajali

বৰপেটা পৰিবহণ বিভাগৰ চৰম ব্যৰ্থতা : পথ সুৰক্ষা সপ্তাহতে ৬ লোকৰ দুৰ্ঘটনাত মৃত্যু

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

index

ত্ৰিপুৰাৰ শিক্ষক বিক্ষোভত নিৰাপত্তাৰক্ষীসহ শতাধিক বিক্ষোভকাৰী আহত : ২ শতাধিক বিক্ষোভকাৰী শিক্ষকক গ্ৰেপ্তাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd