• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

লাউ গোম্পাত ভাৰতীয় সেনা বাহিনীৰ দ্বৰা ধনু-কাঁড় প্ৰতিযোগিতাৰ আয়োজন

NE NOW NEWS
তেজপুৰ , August 20, 2018 7:01 pm

1 min read

IMG_0207
81
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় সেনা বাহিনীৰ ব্লেজিং শ্ব’ৰ্ড ডিভিজনৰ ইষ্ট টাৱাং ব্ৰিগেডে অৰুণাচলৰ টাৱাং জিলাৰ অন্তৰ্গত লাউ উন্নয়ন খণ্ডৰ অন্তৰ্গত গোম্পা গাঁৱত আয়োজন কৰিছে ধনু-কাঁড় প্ৰতিযোগিতা। দুদিনীয়াকৈ আয়োজন কৰা এই প্ৰতিযোগিতাখনৰ উদ্দেশ্য হৈছে অসামৰিক প্ৰশাসনৰ লগতে সামৰিক বাহিনীৰ আন আন বিভাগসমূহৰ মাজত সচেতনতা আৰু বান্ধুত্বৰ বান্ধোন সুদৃঢ় কৰা।

এই প্ৰতিযোগিতাখনত  এছএছবি, আইটিবিপি আৰু অৰুণাচল ৰাজ্যিক আৰক্ষীকে আদি কৰি দাঁতিকাষৰীয়া জুংধা, জুং, লাউ গোম্পা আদি গাঁৱৰ বাসিন্দাসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাত মুঠ ১৪টা দলে অংশগ্ৰহণ কৰে।

প্ৰতিযোগিতাত উৰলিং গাঁৱৰ দলটো বিজয়ী হয়।

এই প্ৰতিযোগিতাৰ সৈতে সংগতি ৰাখি ভাৰতীয় সেনা বাহিনীয়ে এটা চিকিৎসা শিবিৰৰো আয়োজন কৰে। এই চিকিৎসা শিবিৰত স্থানীয় লোকসকলে সম্পূৰ্ণ সহযোগিতা আগবঢ়ায়।

এই প্ৰতিযোগিতা আৰু চিকিৎসা শিবিৰ বিশেষকৈ স্থানীয় যুৱচামৰ মাজত যথেষ্ট প্ৰশংসিত হয়। প্ৰতিযোগিতাখন আৰু চিকিৎসা শিবিৰৰ মাজেৰে স্থানীয় যুৱচামে ভাৰতীয় সামৰিক বাহিনীত যোগ দিবলৈ যথেষ্ট উদ্দীপনা লাভ কৰে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd