• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘যিমান পাৰে সিমান গৰুৰ মাংস খাওঁক’, গো-সুৰক্ষাৰ কথা কোৱা বিজেপিৰ মন্ত্ৰীয়েই জনালে আহ্বান!

অসম আৰক্ষীক আক্ৰমণ কৰা মিজো আৰক্ষীকো উচ্চ প্ৰশংসা বিজেপি মন্ত্ৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 31, 2021 7:00 pm
Sanbor_Shullai
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গো-সুৰক্ষাৰ বাবে বিজেপিয়ে উত্তৰ প্ৰদেশ অসমকে ধৰি দেশৰ আন কেইবাখনো ৰাজ্যত গো-সুৰক্ষা বিধেয়ক বলৱৎ কৰিবলৈ উঠি-পৰি লগাৰ সময়তে নিজৰ দলৰেই স্থিতিৰ বিৰুদ্ধে গৈছে বিজেপিৰ এগৰাকী মন্ত্ৰীয়ে।

মেঘালয়ৰ বিজেপি দলৰ মন্ত্ৰী ছানবৰ ছুল্লাইয়ে মেঘালয়ৰ জনসাধাৰণক চিকেন, ছাগলীৰ মাংস অথবা মাছৰ তুলনাত গৰুৰ মাংস বেছিকৈ খোৱাৰ বাবে আহ্বান জনাইছে।

Apply Now

মেঘালয়ৰ পশুপালন দপ্তৰৰ মন্ত্ৰী ছুল্লাইয়ে কয় ‘এখন গণতান্ত্ৰিক দেশত মানুহে নিজৰ ইচ্ছানুসৰি খাদ্য গ্ৰহণ কৰাৰ অধিকাৰ আছে। মই সেয়ে চিকেন, ছাগলীৰ মাংস অথবা মাছৰ তুলনাত গৰুৰ মাংস বেছিকৈ খোৱাৰ বাবে জনতাক আহ্বান জনাইছো। মোৰ এই আহ্বানে বিজেপিয়ে গো-হত্যা বন্ধ কৰিবলৈ ওলাইছে বুলি বহুতৰ মনত ঠাই লোৱা ধাৰণাৰ সলনি ঘটাব পাৰিব বুলি মই আশা ৰাখিছো’।

মন্ত্ৰীগৰাকীয়ে লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মেঘালয়লৈ যাতে গৰুৰ সৰবৰাহ বিঘ্নিত নহয় সেই বিষয়ত গুৰুত্ব দিবলৈ আহ্বান জনায়।

অসম-মেঘালয় সীমা সমস্যাৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰী ছুল্লাইয়ে কয় যে আমি কেৱল আলোচনাৰ নামত চাহ খাই থাকিলেই নহ’ব।

তেওঁ কয় ‘ আমাৰ ঘৰত যদি চোৰে চুৰি কৰিবলৈ আহে তেন্তে আমি হাতসাৱটি বহি থাকিলে নহ’ব। আমি আত্মৰক্ষাৰ বাবে ব্যৱস্থা হাতত ল’ব লাগিব’।

সীমান্তত মিজো আৰক্ষীয়ে অসম আৰক্ষীক গুলীওৱাৰ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে মিজোৰাম আৰক্ষীয়ে নিজৰ মাটি আৰু মানুহক ৰক্ষা কৰিবলৈ সাহসী পদক্ষেপ গ্ৰহণ কৰিছে।

মিজোৰাম আৰক্ষীক উচ্চ প্ৰশংসা কৰি বিজেপিৰ মন্ত্ৰীগৰাকীয়ে নিজৰ ৰাজ্য অৰ্থাৎ মেঘালয়ৰ আৰক্ষীক ভয়াতুৰ বুলিও কয়।

তেওঁ কয় যে সীমান্তত মেঘালয়ৰ আৰক্ষীয়ে মাটি আৰু মানুহক ৰক্ষা কৰাৰ সলনি সদায় সাধাৰণ জনতাক আগলৈ ঠেলি দিয়ে আৰু নিজে পিছত অৱস্থান কৰে।

তেওঁ সীমান্ত ৰক্ষাৰ বাবে মেঘালয় আৰক্ষীকো মিজোৰাম আৰক্ষীৰ দৰেই সদায় আগত অৱস্থান কৰিবলৈ কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

June 8, 2026 10:22 am
পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

June 8, 2026 9:31 am
ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

June 8, 2026 8:42 am
ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ পূৰ্বে মমতা-কেজৰিৱালৰ গোপন বৈঠকক লৈ বৃদ্ধি পাইছে জল্পনা-কল্পনা

ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ পূৰ্বে মমতা-কেজৰিৱালৰ গোপন বৈঠকক লৈ বৃদ্ধি পাইছে জল্পনা-কল্পনা

June 8, 2026 8:11 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

June 8, 2026 10:22 am
পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

June 8, 2026 9:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd