DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অহা ৪ অক্টোবৰত ৰাজ্যসভাৰ নিৰ্বাচন; সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পথত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

এন ই নাও নিউজ by এন ই নাও নিউজ
September 9, 2021 2:20 pm
Sarbananda_Sonowal-750x375
168
VIEWS
Share on FacebookShare on Twitter

 

বৃহস্পতিবাৰে ভাৰতৰ নিৰ্বাচন আয়োগে বিভিন্ন ৰাজ্যৰ খালী হৈ থকা ৬খন ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। সেই অনুসৰি, অহা ৪ অক্টোবৰত ৰাজ্যসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।

অহা ৪ অক্টোবৰত অসম, পশ্চিমবংগ, তামিলনাডু, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ আৰু পুডুচেৰীৰ খালী থকা ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব।

অসমৰ পৰা প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে মাজুলীৰ পৰা বিধায়ক নিৰ্বাচিত হোৱাৰ পিছত কেন্দ্ৰীয় মন্ত্ৰীসভাত হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এতিয়া সাংবিধানিকভাৱে সোণোৱাল সাংসদৰূপে নিৰ্বাচিত হোৱাটো প্ৰয়োজনীয় হৈ পৰিছে।

আনহাতে, সাংসদ বিশ্বজিৎ দৈমাৰীয়ে পদত্যাগ কৰাৰ পিছত ৰাজ্যসভাৰ এখন আসন অসমত খালী হৈ আছে। সেয়ে খালী হৈ থকা এই আসনখনত সৰ্বানন্দ সোণোৱালক বিজেপিয়ে বিজয়ী কৰি নিয়াটো নিশ্চিত হৈ পৰিছে।

নিৰ্বাচন আয়োগৰ ঘোষণা অনুসৰি, নিৰ্বাচনৰ বাবে ১৫ ছেপ্টেম্বৰত অধিসূচনা জাৰি কৰা হ’ব আৰু মনোনয়ন দাখিলৰ অন্তিম দিন নিৰ্দ্ধাৰণ কৰা হৈছে অহা ২২ ছেপ্টেম্বৰ। সেইদৰে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম অহা দিন ২৭ ছেপ্টেম্বৰ।

তামিলনাডুত দুখন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বিপৰীতে অসম, পশ্চিমবংগ, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ আৰু পুডুচেৰীত এখনকৈ ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচন হ’ব।

Recent News

মাৰ্ঘেৰিটাৰ মাকুম পথাৰত বন্যহস্তীয়ে লণ্ডভণ্ড কৰিলে বাসগৃহ; এজন লোক আহত

মাৰ্ঘেৰিটাৰ মাকুম পথাৰত বন্যহস্তীয়ে লণ্ডভণ্ড কৰিলে বাসগৃহ; এজন লোক আহত

বিশ্বনাথত প্ৰশাসনে জ্বলাই দিলে ১ কোটি টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

বিশ্বনাথত প্ৰশাসনে জ্বলাই দিলে ১ কোটি টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

PPI Kit scam

পিপই কিট কেলেংকাৰী: হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ তৃণমূলৰ সাংসদ শান্তনু সেন

Engine Driver Dies On Duty

চলন্ত ৰে’লতে হৃদৰোগত আক্ৰান্ত মুখ্য ইঞ্জিন চালক: সাবটিলে মৃত্যুক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd