DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 10, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

পডুচেৰীসহ চাৰি ৰাজ্যত ভোটগ্ৰহণৰ ৭২ ঘণ্টাৰ পূৰ্বে বাইক ৰেলী নিষিদ্ধ কৰিলে নিৰ্বাচন আয়োগে; কিন্তু কিয়?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 22, 2021 5:11 pm
index.jpg
302
VIEWS
Share on FacebookShare on Twitter

বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া পডুচেৰীসহ দেশৰ চাৰি ৰাজ্যত ভোটগ্ৰহণৰ ৭২ ঘণ্টাৰ পূৰ্বে বাইক ৰেলীৰ নিষিদ্ধ ঘোষণা কৰিছে নিৰ্বাচন আয়োগে।

বাইক ৰেলীবোৰৰ দ্বাৰা ভোটাৰক ভীতিগ্ৰস্ত কৰি তোলা হয় বুলি উল্লেখ কৰি সোমবাৰে দেশৰ নিৰ্বাচন আয়োগে এই নিৰ্দেশনা জাৰি কৰিছে।

“নিৰ্বাচন আয়োগে লক্ষ্য কৰিছে যে কিছুমান ঠাইত ভোটাৰসকলক ভীতিগ্ৰস্ত আৰু সমাজ বিৰোধী কাৰ্যৰ বাবে নিৰ্বাচনৰ দিনা বাইক ব্যৱহাৰ কৰা হয়। নিৰ্বাচন আয়োগে সিদ্ধান্ত লৈছে যে ভোটগ্ৰহণৰ ৭২ ঘণ্টা পূৰ্বে বা ভোটগ্ৰহগণৰ দিনা সমষ্টিত বাইক ৰেলীৰ অনুমতি দিয়া নহ’ব।” সংবাদ সংস্থা এএনআই-এ নিৰ্বাচন আয়োগৰ উদ্ধৃতিৰে এইদৰে কয়।

উল্লেখ্য যে অহা সপ্তাহৰ পৰা অসমৰ ১২৬ টা, পশ্চিম বংগৰ ২৯৪ টা, কেৰলাৰ ১৪০ টা, তামিলনাডুৰ ২৩৪ আৰু পডুচেৰীৰ ৩০ বিধানসভাৰ সমষ্টিত নিৰ্বাচন আৰম্ভ হ’ব।

ইফালে মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৱাই কয় যে আঠটা পৰ্যায়ত ১২ হাজাৰো অধিক ভোটগ্ৰহণ কেন্দ্ৰত ১.১ লাখ ভোটাৰে কোভিড প্ৰট’কল মানি এই নিৰ্বাচনত ভোটাধিকাৰ সাৱ্যস্ত কৰিব পাৰিব।

ভোটগ্ৰহণৰ পূৰ্বে নিৰ্বাচনী দায়িত্ব লাভ কৰা সকলো বিষয়া-কৰ্মীকে কোভিড ভেকচিন প্ৰদান কৰা হ’ব বুলিও মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকীয়ে কয়।

আনহাতে ভোটগ্ৰহণ সুচাৰুৰূপে সম্পন্ন কৰিবলৈ নিৰাপত্তাৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰসমূহত অৰ্ধসামৰিক বাহিনীৰ জোৱানক মোতায়েন কৰা হ’ব বুলিও জনাইছে মুখ্য নিৰ্বাচন আয়ুক্তই।

উল্লেখ্য যে ভোটগ্ৰহণৰ ৪৮ ঘণ্টাৰ পূৰ্বে ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া সমষ্টিসমূহত নিৰ্বাচনী প্ৰচাৰৰ সমাপ্ত হ’ব।

Recent News

Rahul Gandhi Lok Sabha election

লক্ষ্য ২৪: বিৰোধীৰ মহা বৈঠকত উপস্থিত থাকিব ৰাহুল গান্ধী, মল্লিকাৰ্জুন খৰ্গে

তিনিচুকীয়াত শহুৰেকৰ আক্ৰমণত প্ৰাণ গ’ল গৰ্ভস্থ শিশুসহ গৰ্ভৱতী মহিলাৰ

তিনিচুকীয়াত শহুৰেকৰ আক্ৰমণত প্ৰাণ গ’ল গৰ্ভস্থ শিশুসহ গৰ্ভৱতী মহিলাৰ

Manipur Violence

অশান্ত মণিপুৰ: সন্দেহযুক্ত উগ্ৰপন্থীৰ আক্ৰমণত তিনিগৰাকী নিহত

কেতিয়াও নকৰে প্ৰৱঞ্চনা, প্ৰেমিকৰ বাবে সকলো ত্যাগ কৰিবলৈ সাজু এইকেইটা ৰাশিৰ ছোৱালী

কেতিয়াও নকৰে প্ৰৱঞ্চনা, প্ৰেমিকৰ বাবে সকলো ত্যাগ কৰিবলৈ সাজু এইকেইটা ৰাশিৰ ছোৱালী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd