• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশৰ যিকোনো প্ৰান্তৰ পৰাই ভোট দিয়ক পছন্দৰ প্ৰাৰ্থীক! নিৰ্বাচন আয়োগৰ ‘ৰিম’ট’ ভোটদানৰ পদক্ষেপ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
December 29, 2022 12:53 pm
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Multi Constituency Remote EVM নিৰ্বাচন আয়োগে ৰিম’ট ভোটদান প্ৰক্ৰিয়া আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে। ফলস্বৰূপে, আন ৰাজ্যত বাস কৰা ভোটাৰসকলে তেওঁলোকৰ নিজৰ ৰাজ্যত ভোট দিবলৈ আহিব নালাগিব। ভোটাৰসকলে বাহিৰত বহি থাকিয়েই ভোট দিব পাৰিব।

ভাৰতৰ নিৰ্বাচন আয়োগে আৰভিএম (ৰিম’ট ভোটিং মেচিন)ৰ জৰিয়তে এক দূৰৱৰ্তী ইলেক্ট্ৰনিক ভোটিং প্ৰক্ৰিয়া আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে। ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলৰ পৰা মতামত বিচৰা হৈছে। আয়োগে ১৬ জানুৱাৰীত এই সন্দৰ্ভত এটা ডেমনষ্ট্ৰেশ্যন দিবলৈ আগবাঢ়িছে।

লগতে পঢ়ক: ‘উচটনিমূলক ভাষণ’ৰ বাবে শলঠেকত প্ৰজ্ঞা সিং ঠাকুৰ; সাংসদগৰাকীৰ বিৰুদ্ধে ৰুজু গোচৰ

Apply Now

যিসকলে কাম বা অন্যান্য কাৰণত তেওঁলোকৰ সমষ্টিৰ বাহিৰত আছে নিৰ্বাচন আয়োগে তেওঁলোকৰ বাবে এনে চিন্তা-চৰ্চা কৰি আছে। সেয়ে তেওঁলোকে ১৬ জানুৱাৰী তাৰিখে বিভিন্ন ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দলক আমন্ত্ৰণ জনাইছে। যদি এই প্ৰদৰ্শনৰ পিছত তেওঁলোকৰ কোনো আপত্তি থাকে তেওঁলোকে ৩১ জানুৱাৰীৰ ভিতৰত সেয়া জনাব পাৰিব।

স্বাভাৱিকতে, এইটো এটা অতি গুৰুত্বপূৰ্ণ চিন্তা হিচাপে বিবেচিত হৈছে। কিয়নো যি বৃত্তিৰেই নহওঁক কিয়, যিসকল প্ৰব্ৰজনকাৰী লোক আছে তেওঁলোকৰ বহুতে ভোট দিবলৈ তেওঁলোকৰ গৃহ ৰাজ্যলৈ ঘূৰি আহিব নোৱাৰে।

২০১৯ৰ পৰিসংখ্যাই দেখুৱাইছে যে প্ৰায় ৬৭.৪ শতাংশ লোকে ভোট দিছিল। অৰ্থাৎ প্ৰায় ৩০ শতাংশ লোকে ভোটদানৰ অধিকাৰ প্ৰয়োগ কৰিব নোৱাৰিলে। নিৰ্বাচন আয়োগে নিজেই ট্ৰেক কৰি চোৱাৰ পিছত ইয়াৰ ওপৰত ভিত্তি কৰি মাল্টি-কনষ্টিটিউন্সি ইলেক্ট্ৰনিক ভোটিং মেচিন সৃষ্টি কৰিছে আৰু অহা বছৰৰ ১৬ তাৰিখে তাৰ প্ৰদৰ্শন কৰা হ’ব ।

লগতে পঢ়ক: Fight in Flight: কলকাতা-বেংকক বিমানত মাজ আকাশতে মাৰপিটত লিপ্ত যাত্ৰী; চাওক ভাইৰেল ভিডিঅ’

অৱশ্যে, আয়োগে এই সন্দৰ্ভত কিছুমান প্ৰত্যাহ্বানমূলক বিষয়ো মনত ৰাখিব লগা হৈছে। সেইবোৰৰ ভিতৰত প্ৰশাসনিক প্ৰত্যাহ্বানকে ধৰি কেইবাটাও কাৰিকৰী বিষয়ো বিবেচনাধীন হৈ আছে। একেদৰে, আইনৰ ক্ষেত্ৰত কেইবাটাও সংশোধনৰ প্ৰয়োজন, যাৰ ভিতৰত আছে ১৯৫০ আৰু ৫১ৰ আৰ পি আইন তথা নিৰ্বাচনী নিয়মাৱলী ১৯৬১ আৰু ১৯৬০ৰ নিৰ্বাচক পঞ্জীয়ন নিয়ম অন্যতম।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভিক্ষা কৰিয়েই কটালে জীৱন! মৃত্যুৰ পাছত বৃদ্ধাৰ কোঠাত উদ্ধাৰ ৮.৪০ লাখ টকা

ভিক্ষা কৰিয়েই কটালে জীৱন! মৃত্যুৰ পাছত বৃদ্ধাৰ কোঠাত উদ্ধাৰ ৮.৪০ লাখ টকা

August 24, 2026 6:03 pm
ৰামদেৱ আৰু কংগনাৰ বাক যুদ্ধ : কংগনাক কি উত্তৰ দিলে বাবা ৰামদেৱে?‎

ৰামদেৱ আৰু কংগনাৰ বাক যুদ্ধ : কংগনাক কি উত্তৰ দিলে বাবা ৰামদেৱে?‎

August 24, 2026 5:37 pm
মণিপুৰত পুনৰ জ্বলি উঠিল হিংসাৰ জুই : গুলীত আহত CRPF জোৱান, জ্বলাই দিলে দুটাকৈ ঘৰ

মণিপুৰত পুনৰ জ্বলি উঠিল হিংসাৰ জুই : গুলীত আহত CRPF জোৱান, জ্বলাই দিলে দুটাকৈ ঘৰ

August 24, 2026 5:28 pm
দৰিদ্ৰ পৰিয়াললৈ বছৰি ৩টা বিনামূলীয়া গেছ চিলিণ্ডাৰ, কিন্নৰ সকলৰ বাবে বিনামূলীয়া বাছ সেৱা : ঘোষণা বিজয়ৰ

দৰিদ্ৰ পৰিয়াললৈ বছৰি ৩টা বিনামূলীয়া গেছ চিলিণ্ডাৰ, কিন্নৰ সকলৰ বাবে বিনামূলীয়া বাছ সেৱা : ঘোষণা বিজয়ৰ

August 24, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভিক্ষা কৰিয়েই কটালে জীৱন! মৃত্যুৰ পাছত বৃদ্ধাৰ কোঠাত উদ্ধাৰ ৮.৪০ লাখ টকা

ভিক্ষা কৰিয়েই কটালে জীৱন! মৃত্যুৰ পাছত বৃদ্ধাৰ কোঠাত উদ্ধাৰ ৮.৪০ লাখ টকা

August 24, 2026 6:03 pm
ৰামদেৱ আৰু কংগনাৰ বাক যুদ্ধ : কংগনাক কি উত্তৰ দিলে বাবা ৰামদেৱে?‎

ৰামদেৱ আৰু কংগনাৰ বাক যুদ্ধ : কংগনাক কি উত্তৰ দিলে বাবা ৰামদেৱে?‎

August 24, 2026 5:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd