• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

১২ খন ৰাজ্য-কেন্দ্ৰশাসিত অঞ্চলত এছ আই আৰ: ৯৯ শতাংশ এনৰ’লমেণ্ট ফৰ্ম (EF) বিতৰণত নিৰ্বাচন আয়োগৰ সফলতা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 22, 2025 2:20 pm
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ নিৰ্বাচন আয়োগে (ECI) দেশৰ ১২ খন ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলত চলি থকা এছ আই আৰ অভিযানত উল্লেখযোগ্য সফলতা লাভ কৰিছে। আয়োগে সদৰী কৰিছে যে দ্বিতীয় পৰ্যায়ৰ বাবে প্ৰায় ৯৯ শতাংশ ভোটাৰে তেওঁলোকৰ গণনা বা নামভৰ্তি প্ৰ-পত্ৰ (Enrolment Form–EF) লাভ কৰিছে। এই অভিযানত ১৩.৬৪ কোটিৰো অধিক প্ৰ-পত্ৰ ডিজিটেলাইজ কৰা হৈছে।

এছ আই আৰ (SIR)-ৰ দ্বিতীয় পৰ্যায়ত ২৭ অক্টোবৰলৈকে প্ৰায় ৫০.৯৭ কোটি ভোটাৰৰ ভিত্তিত ৫০.৪৩ কোটি গণনা প্ৰ-পত্ৰ বিতৰণ কৰা হৈছে। এই ১২ খন ৰাজ্যৰ ভিতৰত গোৱা আৰু লক্ষদ্বীপত ১০০ শতাংশ বিতৰণ সম্পন্ন হৈছে। গোৱাত ১১,৮৫,০৩৪ গৰাকী ভোটাৰৰ বাবে ১১.৮৫ লাখ ই এফ (EF) প্ৰদান কৰা হৈছে। আনহাতে, লক্ষদ্বীপত ৫৭,৮১৩ খন গণনা প্ৰ-পত্ৰ বিতৰণ হৈছে আৰু ইয়াত ডিজিটেলাইজেচনৰ হাৰ ৬১.৩০ শতাংশ।

Apply Now

কিন্তু কেৰালাত ডিজিটেলাইজেচনৰ হাৰ সৰ্বনিম্ন মাত্ৰ ৬.১৮ শতাংশ আৰু উত্তৰ প্ৰদেশত ৯.২১ শতাংশ। নিৰ্বাচন আয়োগে জোৰ দি কৈছে যে গণনা প্ৰ-পত্ৰ যোগ্য ভোটাৰ তালিকাৰ সঠিক প্ৰস্তুতিৰ বাবে অতি গুৰুত্বপূৰ্ণ। ইয়াক আয়োগৰ ৱেবছাইটত উপলব্ধ কৰা হৈছে আৰু বুথ পৰ্যায়ৰ বিষয়াসকলে (বুথ লেভেল অফিচাৰ – বিএলঅ‘) ঘৰে ঘৰে প্ৰদান কৰিব পাৰে।

উল্লেখ্য যে পশ্চিমবংগত এছ আই আৰ (SSR)-ৰ সৈতে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিও আৰম্ভ হৈছে। উপ-নিৰ্বাচন আয়ুক্ত জ্ঞানেশ ভাৰতীয়ে কলকাতাত প্ৰথম পৰ্যায়ৰ পৰীক্ষণ (First Level Checking – FLC) দলৰ সদস্যসকলৰ সৈতে বৈঠক কৰি এছ আই আৰ, ইভিএম আৰু ভিভিপিএটিৰ মজুতকৰণ নিশ্চিত কৰাৰ ওপৰত আলোচনা কৰিছে। আয়োগৰ বিষয়াসকলৰ মতে, ৰাজ্যিক নিৰ্বাচন আয়োগৰ সকলো মেচিন ষ্টকত সুৰক্ষিত আছে।

ইভিএমত নতুন নিয়ম প্ৰৱৰ্তন হৈছে। প্ৰতিটো সমষ্টিৰ প্ৰাৰ্থীৰ ফটো সন্নিৱিষ্ট কৰা হ‘ব।  ২০২৬ চনৰ নিৰ্বাচনত সমগ্ৰ ৰাজ্যত ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা ৮০,৬৮১ ৰ পৰা ৯৫ হাজাৰলৈ বৃদ্ধি পাব। বৰ্তমান ৰাজ্যৰ মুখ্য নিৰ্বাচন আয়ুক্তৰ কাৰ্যালয়ত ১.৩০ লাখ ইভিএম আৰু ১.৩৫ লাখ ভিভিপিএটি মেচিন মজুত আছে বুলি সদৰী কৰিছে।

উল্লেখযোগ্য যে, শাসকীয় তৃণমূল কংগ্ৰেছ (টিএমচি) আৰু কংগ্ৰেছকে ধৰি অন্যান্য বিৰোধী দলসমূহে এছ আই আৰ প্ৰক্ৰিয়াৰ তীব্ৰ বিৰোধিতা কৰি আহিছে। তেওঁলোকে কয় যে যোগ্য ভোটাৰক তালিকাৰ পৰা আঁতৰাই দিলে নাগৰিকৰ ভোটাধিকাৰ খৰ্ব কৰিব। টিএমচিয়ে এই প্ৰক্ৰিয়া বন্ধ কৰাৰ আহ্বান জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টাইম বোমাৰে ভাৰতত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা! গুজৰাটত গ্ৰেপ্তাৰ ৫ জইছ সন্ত্ৰাসবাদী

টাইম বোমাৰে ভাৰতত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা! গুজৰাটত গ্ৰেপ্তাৰ ৫ জইছ সন্ত্ৰাসবাদী

July 18, 2026 2:38 pm
গুৱাহাটীত সোণম ৱাংচুকৰ প্ৰতিকৃতি অংকনেৰে ৰাজহুৱা দেৱাল বিকৃত কৰাৰ অভিযোগত আটক দুই যুৱক

গুৱাহাটীত সোণম ৱাংচুকৰ প্ৰতিকৃতি অংকনেৰে ৰাজহুৱা দেৱাল বিকৃত কৰাৰ অভিযোগত আটক দুই যুৱক

July 18, 2026 1:32 pm
অৱশেষত ‘মিছ ৱৰ্ল্ড’ৰ মঞ্চত পাকিস্তান; ইতিহাস ৰচনা কৰিবলৈ ওলাইছে আনিকা মেৰাজে

অৱশেষত ‘মিছ ৱৰ্ল্ড’ৰ মঞ্চত পাকিস্তান; ইতিহাস ৰচনা কৰিবলৈ ওলাইছে আনিকা মেৰাজে

July 18, 2026 12:52 pm
চিকিৎসালয়ত সোণম ৱাংচুক : এইবাৰ অনশনৰ ঘোষণা অভিজিৎ দীপকেৰ

চিকিৎসালয়ত সোণম ৱাংচুক : এইবাৰ অনশনৰ ঘোষণা অভিজিৎ দীপকেৰ

July 18, 2026 12:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টাইম বোমাৰে ভাৰতত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা! গুজৰাটত গ্ৰেপ্তাৰ ৫ জইছ সন্ত্ৰাসবাদী

টাইম বোমাৰে ভাৰতত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা! গুজৰাটত গ্ৰেপ্তাৰ ৫ জইছ সন্ত্ৰাসবাদী

July 18, 2026 2:38 pm
গুৱাহাটীত সোণম ৱাংচুকৰ প্ৰতিকৃতি অংকনেৰে ৰাজহুৱা দেৱাল বিকৃত কৰাৰ অভিযোগত আটক দুই যুৱক

গুৱাহাটীত সোণম ৱাংচুকৰ প্ৰতিকৃতি অংকনেৰে ৰাজহুৱা দেৱাল বিকৃত কৰাৰ অভিযোগত আটক দুই যুৱক

July 18, 2026 1:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd