• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘শিক্ষাৰ আৰু প্ৰয়োজন নাই’, পৰিয়ালৰ বোজা ব’বলৈ বিদ্যালয় এৰিছে দেশৰ ৪৪ শতাংশ শিশু-কিশোৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 30, 2026 11:46 am
31
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মোডী যুগত দেশত ওলোটা পুৰাণ। কাৰণ দেশৰ ১৪ৰ পৰা ১৮ বছৰ বয়সৰ শিশু তথা কিশোৰ-কিশোৰীৰ এটা অংশই অনুভৱ কৰে যে ‘শিক্ষাৰ আৰু  প্ৰয়োজন নাই’। ইয়াতেই শেষ নহয়। সমগ্ৰ দেশৰ ৪৪ শতাংশ শিশু আৰু কিশোৰে পৰিয়াল পোহপাল দিবলৈ বিদ্যালয় এৰিছে। কাৰণ এটাই – মূল্যবৃদ্ধিৰ জোৰা মাৰিবলৈ অতিৰিক্ত উপাৰ্জনৰ প্ৰয়োজন।

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বৃহস্পতিবাৰে সংসদত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ অৰ্থনৈতিক জৰীপ দাখিল কৰে। সেই প্ৰতিবেদনত এই কথা উল্লেখ আছে। একে সময়তে সংশ্লিষ্ট অৰ্থনৈতিক সমীক্ষাত উল্লেখ কৰা হৈছে যে দেশৰ আঠ শতাংশ শিশু আৰু কিশোৰ-কিশোৰীয়ে ‘শিক্ষাক অপ্ৰয়োজনীয়’ বুলি গণ্য কৰে। সেয়ে তেওঁলোকে গম নোপোৱাকৈয়ে বিদ্যালয় বাদ দিছে। স্বাভাৱিকতে শিক্ষা বিশেষজ্ঞসকলে সামগ্ৰিক বিষয়টো অতি উদ্বেগজনক বুলি বিবেচনা কৰে।

Apply Now

অৰ্থনৈতিক জৰীপৰ প্ৰতিবেদনত বিদ্যালয় ত্যাগ কৰাৰ কাৰণ হিচাপে উল্লেখ কৰা কাৰকসমূহ কি কি? ইয়াৰে এটা হ’ল পৰিয়ালৰ বাবে অতিৰিক্ত উপাৰ্জন। এই কাৰণেই ৪৪ শতাংশ কণ কণ ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয় এৰিছে। তাৰ পিছত ঘৰৰ কামত সহায়।

অৰ্থনৈতিক সমীক্ষাৰ প্ৰতিবেদনত দেখা গৈছে যে দেশৰ ২৮ শতাংশ শিশু আৰু কিশোৰ-কিশোৰীয়ে ঘৰৰ কাম-কাজত সহায় কৰিবলৈ বিদ্যালয় এৰিছে। ‘শিক্ষাৰ আৰু প্ৰয়োজন নাই’ এই কাৰণে আঠ শতাংশই বিদ্যালয় এৰিছে। অৰ্থনৈতিক জৰীপে দাবী কৰিছে যে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ সময়কালীন শ্ৰমিক শক্তি জৰীপৰ (পিএলএফএছ) ইউনিট পৰ্যায়ৰ তথ্যতে প্ৰাসংগিক উক্ত পৰিসংখ্যাৰ কথা উল্লেখ কৰা হৈছে।

অৱশ্যে এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ কেন্দ্ৰই ২০২৫-২৬ বিত্তীয় বৰ্ষৰ অৰ্থনৈতিক জৰীপতো কিছু প্ৰস্তাৱ আগবঢ়াইছে। তেওঁলোকৰ মতে আৰ্থিক হেঁচাত যিদৰে শিশু আৰু কিশোৰ-কিশোৰীৰ এক বৃহৎ অংশই বিদ্যালয় এৰিছে, স্কুলীয়া শিক্ষাত বৃত্তিমূলক আৰু দক্ষতা বিকাশৰ ওপৰত গুৰুত্ব দিয়াটো প্ৰয়োজনীয় হৈ পৰিছে।

অৰ্থনৈতিক সমীক্ষাত স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে ১৪ৰ পৰা ১৮ বছৰৰ ভিতৰৰ ছাত্ৰ-ছাত্ৰীৰ মাত্ৰ ০.৯৭ শতাংশইহে বিদ্যালয়ত এনে বৃত্তিমূলক আৰু দক্ষতা বিকাশৰ প্ৰশিক্ষণ লাভ কৰিছে। অৰ্থাৎ ছাত্ৰ-ছাত্ৰীৰ এক বৃহৎ অংশই বিদ্যালয়ত হাতে কামে প্ৰশিক্ষণ লাভ কৰা নাই যিয়ে ভৱিষ্যতে আয়ৰ পথ মুকলি কৰিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী অগ্ৰগতি; গাহৰিৰ কিডনি লৈ ২৭১ দিন জীয়াই থাকিল এগৰাকী ব্যক্তি

চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী অগ্ৰগতি; গাহৰিৰ কিডনি লৈ ২৭১ দিন জীয়াই থাকিল এগৰাকী ব্যক্তি

September 4, 2026 2:49 pm
নিজৰ ভগ্নীকেই বিয়া কৰালে নেকি সাংসদ নিশিকান্ত ডুবেই? সাংবাদিকৰ প্ৰশ্নত স্পষ্ট উত্তৰ নিদি কথা সলালে বিজেপি সাংসদগৰাকীয়ে

নিজৰ ভগ্নীকেই বিয়া কৰালে নেকি সাংসদ নিশিকান্ত ডুবেই? সাংবাদিকৰ প্ৰশ্নত স্পষ্ট উত্তৰ নিদি কথা সলালে বিজেপি সাংসদগৰাকীয়ে

September 4, 2026 2:46 pm
ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

September 4, 2026 1:12 pm
পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

September 4, 2026 12:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী অগ্ৰগতি; গাহৰিৰ কিডনি লৈ ২৭১ দিন জীয়াই থাকিল এগৰাকী ব্যক্তি

চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী অগ্ৰগতি; গাহৰিৰ কিডনি লৈ ২৭১ দিন জীয়াই থাকিল এগৰাকী ব্যক্তি

September 4, 2026 2:49 pm
নিজৰ ভগ্নীকেই বিয়া কৰালে নেকি সাংসদ নিশিকান্ত ডুবেই? সাংবাদিকৰ প্ৰশ্নত স্পষ্ট উত্তৰ নিদি কথা সলালে বিজেপি সাংসদগৰাকীয়ে

নিজৰ ভগ্নীকেই বিয়া কৰালে নেকি সাংসদ নিশিকান্ত ডুবেই? সাংবাদিকৰ প্ৰশ্নত স্পষ্ট উত্তৰ নিদি কথা সলালে বিজেপি সাংসদগৰাকীয়ে

September 4, 2026 2:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd