• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাৰ কেলেংকাৰী: ৰাজ্যসভাৰ সাংসদ অমৰেন্দ্ৰ ধাৰি সিঙক গ্ৰেপ্তাৰ

 এন ই নাও নিউজ by এন ই নাও নিউজ
June 3, 2021 10:57 pm
ed
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশজুৰি তুমুল বিতৰ্কৰ সূচনা কৰা সাৰ কেলেংকাৰীৰ সৈতে জৰিত থকাৰ অভিযোগত আজি এনফোৰ্চমেণ্ট সঞ্চালকালয়ে ৰাজ্যসভাৰ আৰজেডিৰ সাংসদ অমৰেন্দ্ৰ ধাৰি সিঙক গ্ৰেপ্তাৰ কৰে।

প্ৰিভেনছন অৱ মানি লাউণ্ড্ৰেৰিং এক্ট, ২০০২ ৰ অধীনত সাংসদগৰাকীক গ্ৰেপ্তাৰ কৰা হয়।দিল্লীৰ ডিফেন্স কল’নিত থকা বাসভৱনৰ পৰাই আজি সাংসদগৰাকীক গ্ৰেপ্তাৰ কৰা হয়।

Apply Now

বিগত মাহত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআই-এ সাংসদ সিঙৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছিল। উল্লেখ্য ইফকো আৰু ইণ্ডিয়ান পটাছ লিমিটেডে বিদেশৰ পৰা পটাছ আৰু পটাছ উৎপাদনত ব্যৱহৃত কেঁচামাল আমদানি কৰাৰ বাবে বহু কেইটা বিদেশী প্ৰতিষ্ঠানক ঠিকা দিছিল।

উক্ত ঠিকা আৱণ্টনত দুৰ্নীতি হোৱাৰ লগতে পটাছ আৰু কেঁচামালৰ দাম বেছিকৈ দেখুৱাই চৰকাৰী ধন আত্মসাৎ কৰা হৈছিল।

এই ঘটনাৰ সৈতে সাংসদ সিঙো জৰিত হৈ পৰিছিল।ডুবাইৰ কিষাণ ইণ্টৰনেছনেল নামৰ প্ৰতিষ্ঠানটোৰ সৈতে সাংসদগৰাকীয়ে ধনৰ অভৈধ লেন-দেন কৰা বুলিও সন্দেহ কৰা হৈছে।

অৱশ্যে সাৰ কেলেংকাৰীত সাংসদগৰাকী আৰু কেনেদৰে জৰিত সেয়া অধিক তদন্ত আৰু জেৰাৰ পিছতহে স্পষ্ট হ’ব।

 এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰ্মান্তিক! জনপ্ৰিয় মেকআপ আৰ্টিষ্ট তথা ইনফ্লুৱেন্সাৰক ৰাজহুৱা স্থানত গুলীয়াই হত্যা

মৰ্মান্তিক! জনপ্ৰিয় মেকআপ আৰ্টিষ্ট তথা ইনফ্লুৱেন্সাৰক ৰাজহুৱা স্থানত গুলীয়াই হত্যা

October 4, 2026 7:59 am
চিজেপিৰ প্ৰতিবাদী কাৰ্যসূচীলৈ গৈ অসুস্থ, চিকিৎসালয়ত কৰুণ মৃত্যু ৭৫ বছৰীয়া বৃদ্ধৰ

চিজেপিৰ প্ৰতিবাদী কাৰ্যসূচীলৈ গৈ অসুস্থ, চিকিৎসালয়ত কৰুণ মৃত্যু ৭৫ বছৰীয়া বৃদ্ধৰ

October 4, 2026 7:57 am
৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰ্মান্তিক! জনপ্ৰিয় মেকআপ আৰ্টিষ্ট তথা ইনফ্লুৱেন্সাৰক ৰাজহুৱা স্থানত গুলীয়াই হত্যা

মৰ্মান্তিক! জনপ্ৰিয় মেকআপ আৰ্টিষ্ট তথা ইনফ্লুৱেন্সাৰক ৰাজহুৱা স্থানত গুলীয়াই হত্যা

October 4, 2026 7:59 am
চিজেপিৰ প্ৰতিবাদী কাৰ্যসূচীলৈ গৈ অসুস্থ, চিকিৎসালয়ত কৰুণ মৃত্যু ৭৫ বছৰীয়া বৃদ্ধৰ

চিজেপিৰ প্ৰতিবাদী কাৰ্যসূচীলৈ গৈ অসুস্থ, চিকিৎসালয়ত কৰুণ মৃত্যু ৭৫ বছৰীয়া বৃদ্ধৰ

October 4, 2026 7:57 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd