• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বেছিভাগ প্ৰশ্নৰেই উত্তৰ নিদিলে, নিদিলে মোবাইলৰ পাচৱৰ্ড : কেজৰিৱালৰ জিম্মাৰ সন্দৰ্ভত ইডিৰ মন্তব্য

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
April 1, 2024 6:57 pm
481
VIEWS
Share on FacebookShare on Twitter

আবকাৰী দুৰ্নীতিৰ গোচৰত ১৫ দিনৰ বাবে তিহাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। সোমবাৰে আদালতে এই নিৰ্দেশ প্ৰদান কৰিছে।

এই নিৰ্দেশৰ পিছতে ৰামায়ণ-গীতা পঢ়াৰ ইচ্ছা প্ৰকাশ কৰিছে অৰবিন্দ কেজৰিৱালে।

উল্লেখ্য যে অৰবিন্দ কেজৰিৱালৰ ইডিৰ জিম্মা আজি অন্ত পৰিল। আজি ইডিয়ে আদালতত কেজৰিৱালৰ জিম্মা বিচৰা নাছিল। বৰঞ্চ জেলে জিম্মাত লোৱাৰ বাবে আবেদন জনাইছিল। 

ইডিৰ অধিবক্তাই আদালতত কয় যে কেজৰিৱালে তদন্তত সহযোগ কৰা নাই। প্ৰায় সকলো প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত আছে। আনহাতে মোবাইলৰ পাছৱৰ্ডো দিয়া নাই কেজৰিৱালে।

ইফালে কেজৰিৱালে এই গ্ৰেপ্তাৰ অবৈধ বুলি দাবী কৰে। তেওঁ কয় যে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰা হৈছে।

সদ্যহতে তিহাৰ কাৰাগাৰতে থাকিব লাগিব কেজৰিৱাল। আদালতে কেজৰিৱালক পত্নী সুনীতা কেজৰিৱাল, আপ নেতা আতিশী আৰু সৌৰভ ভৰদ্বাজক সাক্ষাৎ কৰিবলৈও অনুমতি প্ৰদান কৰিছে।

অৱশ্যে কাৰাগাৰৰ জিম্মাত থকা অৱস্থাত কেজৰিৱালে কেইবাটাও সামগ্ৰী বিচাৰিছিল। তাৰ ভিতৰত আছিল ৰামায়ণ, গীতা আৰু ‘প্ৰধানমন্ত্ৰীয়ে কেনেকৈ সিদ্ধান্ত লয়’ এই ৩ খন গ্ৰন্থ।

আনহাতে, এই গ্ৰেপ্তাৰৰ বিৰুদ্ধে কেজৰিালে দিল্লী উচ্চ ন্যায়ালয়ত আবেদন জনাইছে। তদন্তকাৰী সংস্থাটোৱে তেওঁৰ মৌলিক অধিকাৰ খৰ্ব কৰা বুলি দাবী কৰিছে কেজৰিৱালে। কাইলৈৰ ভিতৰত এই গ্ৰেপ্তাৰৰ প্ৰত্যুত্তৰ দিবলৈ দিল্লী উচ্চ ন্যায়ালয়ে নিৰ্দেশ প্ৰদান কৰিছে ইডিক। 

অহা ৩ এপ্ৰিলত এই গোচৰৰ পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব আদালতে।

Recent News

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd