• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰমাণ নাইঃ টিআৰপি গোচৰত ৰিপাব্লিক টিভিক দোষমুক্ত কৰিলে ইডিয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 22, 2022 10:09 am
Arnab-Goswami-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভুৱা টিআৰপি গোচৰত অৱশেষত ইডিয়ে সকাহ দিলে সাংবাদিক অৰ্ণৱ গোস্বামীক। ইডিয়ে আদালতত দাখিল কৰা অভিযোগনামাত কৈছে যে টেলিভিছন ৰেটিং পইণ্ট (টিআৰপি) ৰিপাব্লিক টিভিৰ বিৰুদ্ধে কোনো প্ৰমাণ নাই। কেন্দ্ৰীয় সংস্থাটোৱে মুম্বাইৰ এখন বিশেষ আদালতত দাখিল কৰা অভিযোগনামাত ৰিপাব্লিক টিভিৰ গৰাকী এআৰজি আউটলিয়ৰ মিডিয়া বা ইয়াৰ কোনো সদস্যৰ নাম উল্লেখ কৰা নাই আৰু এনেদৰেই তেওঁলোকক একপ্ৰকাৰ দোষমুক্ত কৰা হৈছে।

ইডিয়ে স্পষ্ট কৰি দিছে যে ইডিৰ তদন্ত মুম্বাই আৰক্ষীৰ দ্বাৰা পৰিচালিত তদন্ততকৈ বেলেগ আছিল। সেয়ে ফলাফলো বেলেগ পোৱা গৈছে ।টিআৰপি গোচৰ সন্দৰ্ভত মুম্বাই আৰক্ষীয়ে কৰা ফৰেনচিক প্ৰতিবেদন “উপৰুৱা” আৰু “সীমিত দিশৰ বিশ্লেষণৰ ওপৰত আধাৰিত” আছিল বুলি ইডিয়ে কৈছে। মুম্বাই আৰক্ষীয়ে দাবী কৰিছিল যে ৰিপাব্লিক টিভিয়ে টিআৰপিৰ নামত ভুৱা নথি দাখিল কৰিছিল।অভিযোগ উঠা মতে ৰিপাব্লিক টিভিৰ টিআৰপি বৃদ্ধি কৰিবলৈ অৰ্ণৱ গোস্বামীয়ে পাৰ্থ দাসগুপ্তক ১২ হাজাৰ মাৰ্কিন ডলাৰৰ লগতে ৪০ লাখ টকা দিয়াৰ কথা পাৰ্থ দাসগুপ্তাই স্বীকাৰ কৰিছিল।

Apply Now

দাসগুপ্তাই প্ৰকাশ কোৱা মতে বাহিৰলৈ ফুৰিবলৈ যোৱাৰ বাবে অৰ্ণৱ গোস্বামীয়ে তেওঁক ১২ হাজাৰ মাৰ্কিন ডলাৰ দিয়াৰ লগতে তিনি বছৰত ৪০ লাখ টকা দিছিল।

ইয়াৰ বিনিময়ত অৰ্ণৱে তেওঁক ৰিপাপ্লিক টিভিৰ টিআৰপি ভুৱাকৈ দেখুৱাবলৈ কৈছিল।

মুম্বাই আৰক্ষীক দিয়া এক লিখিত স্বীকাৰোক্তিত ভাৰতৰ ব্ৰডকাষ্ট অডিয়েন্স ৰিছাৰ্চ কাউন্সিলৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে প্ৰকাশ কৰিছিল।

আৰক্ষীয়ে টিআৰপি কেলেংকাৰী সন্দৰ্ভত ৩,৬০০ পৃষ্ঠাৰ অভিযোগনামা আদালতত দাখিল কৰিছিল।

উক্ত অভিযোগমনামাত আৰক্ষীয়ে দাসগুপ্তাৰ লগতে আন ৫৯ গৰাকী লোকৰ সাক্ষ্য সন্নিবিষ্ট কৰিছিল।

সাক্ষ্য গ্ৰহণ কৰা লোকসকলৰ ভিতৰত কেবল অপাৰেটৰকে ধৰি ৰিপাব্লিক টিভিৰো একাধিক কৰ্মচাৰী আছিল।

অডিট প্ৰতিবেদনত এই কথা পোহৰলৈ আহিছিল
যে ৰিপাব্লিক টিভিৰ লগতে টাইমছ নাও, আজ টক আদি টিভি চেনেলে কাৰচাজিৰে টিআৰপি বেছিকৈ দেখুৱাইছিল।

আৰক্ষীয়ে এই গোচৰ সন্দৰ্ভত বাৰ্কৰ প্ৰাক্তন কাৰ্যবাহী পাৰ্থ দাসগুপ্তৰ লগতে ৰিপাব্লিক মেডিয়া নেটৱৰ্কৰ মুখ্য কাৰ্যবাহী বিকাশ কাঞ্চানদানি,বাৰ্কৰ বিষয়া ৰমিল ৰামগাৰহিয়া আদিৰ বিৰুদ্ধে আদালতত অতিৰিক্ত অভিযোগনামা দাখিল কৰিছিল।

পাৰ্থ দাসগুপ্তাই প্ৰকাশ কৰা মতে ২০০৪ চনৰে পৰাই তেওঁ অৰ্ণৱ গোস্বামীক জানে।এটা সময়ত তেওঁলোকে একেলগে টাইমছ নাও চেনেলত কাম কৰিছিল।

অৰ্ণৱেই তেওঁক টিআৰপি ভুৱাকৈ দেখুৱাই ৰিপাব্লিক টিভিক দেশৰ এক নম্বৰত থকা চেনেলত পৰিণত কৰিবলৈ ধন দিছিল। ইডিৰ প্ৰতিবেদনৰ পিছত সমগ্ৰ বিষয়টো এতিয়া অধিক জটিল হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

September 21, 2026 9:43 pm
ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

September 21, 2026 9:29 pm
‘এল কে আদৱানীৰ নামেই যদি নাথাকে, তেন্তে কাৰ নাম থাকিব?’—এছ আই আৰক লৈ আখিল গগৈৰ প্ৰশ্ন

‘এল কে আদৱানীৰ নামেই যদি নাথাকে, তেন্তে কাৰ নাম থাকিব?’—এছ আই আৰক লৈ আখিল গগৈৰ প্ৰশ্ন

September 21, 2026 9:16 pm
চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

September 21, 2026 8:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

September 21, 2026 9:43 pm
ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

September 21, 2026 9:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd