• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

ৰাঁচীৰ চাৰ্টাৰ্ড একাউণ্টেণ্টৰ ৯০০ কোটি টকাৰ সম্পত্তি: ৩ খন ৰাজ্যত ইডিৰ তালাচীত বৃহৎ ধনৰ লেনদেন উদ্ধাৰ

এন ই নাও নিউজ, অসমীয়া by এন ই নাও নিউজ, অসমীয়া
December 2, 2025 3:43 pm
20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এজন চাৰ্টাৰ্ড একাউণ্টেণ্টৰ একাধিক ঠিকনাত ধনৰ পাহাৰ! মঙলবাৰে পুৱা বলৱৎকাৰী সঞ্চালকালয়ে (ED) ৰাঁচীৰ বাসিন্দা চাৰ্টাৰ্ড একাউণ্টেণ্ট (CA) নৰেশকুমাৰ কেজৰিৱালৰ ঘৰত তালাচী চলায়। ফ‘ৰেইন এক্সচেঞ্জ মেনেজমেণ্ট এক্ট (FEMA) ৰ অধীনত চলা এই তদন্তত কমেও ৯০০ কোটি টকাৰ অনাদায়ী বিদেশী সম্পত্তিৰ সম্ভেদ পোৱা গৈছে। ৰাঁচীৰ লগতে তেওঁলোকে মহাৰাষ্ট্ৰৰ মুম্বাই আৰু গুজৰাটৰ চুৰাটৰ একাধিক ঠিকনাতো তালাচী চলাই আছে। তালাচীৰ সময়ত বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ হোৱাৰ লগতে কোটি কোটি টকাৰ লেনদেনৰ তথ্য উদ্ধাৰ কৰা হৈছে।

ইডিৰ পৰা জানিব পৰা মতে, নৰেশ কেজৰিৱালৰ বিৰুদ্ধে হাৱালাৰ জৰিয়তে অবৈধভাৱে ধন বহিঃৰাজ্যলৈ সৰবৰাহ কৰা আৰু ভাৰতলৈ ঘুৰাই অনাৰ অভিযোগ উত্থাপন হৈছিল। তেওঁ আৰু তেওঁৰ পৰিয়ালৰ বহু সদস্যৰ বিশাল সম্পত্তি দেশৰ ৩ খন ৰাজ্যত বিভিন্ন বেনামী নাম আৰু পৰিচয়েৰে বিয়পি আছে। এই ঘটনাৰ তদন্ত আয়কৰ বিভাগে (Income Tax Department) দিয়া এক বিস্তৃত প্ৰতিবেদনৰ পিছতে ইডিয়ে আৰম্ভ কৰিছিল। ইয়াৰ পিছতে তদন্তকাৰীয়ে অনুসন্ধান আৰম্ভ কৰে।

Apply Now

তদন্তৰ সময়ত ইডিৰ বিষয়াসকলে কেজৰিৱালৰ বিশাল সম্পত্তিৰ লেখ-জোখ পোৱা যায়। প্ৰাথমিক তদন্তত অনুমান কৰা হৈছে যে অভিযুক্তৰ হাতত সংযুক্ত আৰব আমিৰশ্বাহী (UAE), নাইজেৰিয়া, আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত অনাদায়ী শ্বে‘ল কোম্পানীৰ জৰিয়তে কমেও ৯০০ কোটি টকাৰ অস্বাভাৱিক বিত্তীয় সংৰক্ষিত ধন আছে। তেওঁ কেনেকৈ এই সম্পত্তিৰ মালিক হ‘ল, সেই বিষয়ে তদন্ত চলি আছে। তদন্তকাৰীৰ মতে, কেজৰিৱালে ভুৱা টেলিগ্ৰাফিক ট্ৰান্সফাৰৰ জৰিয়তে প্ৰায় ১,৫০০ কোটি টকা ভাৰতীয় একাউণ্টলৈ ঘুৰাই অনাত সহায় কৰিছিল বুলি সন্দেহ কৰা হৈছে। এই বিদেশী সম্পত্তি আৰু লেনদেনসমূহ কোনো আইনী নথিপত্ৰত দেখুওৱা হোৱা নাছিল। ইডিৰ বিষয়াসকলে অভিযুক্ত নৰেশক জিম্মাত লৈ জেৰা কৰিবলৈ বিচাৰিছে।

এন ই নাও নিউজ, অসমীয়া

এন ই নাও নিউজ, অসমীয়া

তিনি বছৰৰো অধিক সাংবাদিকতাৰ অভিজ্ঞতা থকা অঞ্জুমান ভৰদ্বাজে বৰ্তমান 'নৰ্থইষ্ট নাও'ৰ অসমীয়া সংস্কৰণৰ কপি সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। উত্তৰ-পূৰ্বাঞ্চল, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনীতি, পৰিবেশ, ক্ৰীড়া আৰু স্বাস্থ্য সম্পৰ্কীয় বিষয়ত তেওঁৰ বিশেষ আগ্ৰহ আছে। ঔষধ প্ৰতিৰোধী যক্ষ্মাৰোগৰ প্ৰতিবেদন প্ৰস্তুতৰ বাবে ভৰদ্বাজে ২০২৫-২৬ বৰ্ষৰ 'ৰীচ্চ মিডিয়া ফেল’শ্বিপো' (REACH Media Fellowship) লাভ কৰিছে। [email protected]

Stay Connected

  • 117k Fans

Recent News

মহিলা মল্লযুঁজাৰুৰ যৌন নিৰ্যাতনৰ অভিযোগৰ কোনো প্রমাণ নাই; দোষমুক্ত বিজেপিৰ ব্রিজ ভূষণ

মহিলা মল্লযুঁজাৰুৰ যৌন নিৰ্যাতনৰ অভিযোগৰ কোনো প্রমাণ নাই; দোষমুক্ত বিজেপিৰ ব্রিজ ভূষণ

August 3, 2026 12:33 pm
বুমৰাহৰ বিকল্প বিচাৰি পালে টিম ইণ্ডিয়াই; শ্ৰীলংকাৰ বিৰুদ্ধেই খেলিব টেষ্ট শৃংখলা!

বুমৰাহৰ বিকল্প বিচাৰি পালে টিম ইণ্ডিয়াই; শ্ৰীলংকাৰ বিৰুদ্ধেই খেলিব টেষ্ট শৃংখলা!

August 3, 2026 11:39 am
স্বাস্থ্য খণ্ডৰ সংকট! দেশৰ ২০খন এইমছত খালী হৈ আছে ২,১৮১টা অধ্যাপক বা শিক্ষক-চিকিৎসকৰ পদ

স্বাস্থ্য খণ্ডৰ সংকট! দেশৰ ২০খন এইমছত খালী হৈ আছে ২,১৮১টা অধ্যাপক বা শিক্ষক-চিকিৎসকৰ পদ

August 3, 2026 10:31 am
অসমৰ বানত এতিয়াও আক্ৰান্ত ১.৩৬ লাখৰো অধিক লোক; মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি

অসমৰ বানত এতিয়াও আক্ৰান্ত ১.৩৬ লাখৰো অধিক লোক; মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি

August 3, 2026 9:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহিলা মল্লযুঁজাৰুৰ যৌন নিৰ্যাতনৰ অভিযোগৰ কোনো প্রমাণ নাই; দোষমুক্ত বিজেপিৰ ব্রিজ ভূষণ

মহিলা মল্লযুঁজাৰুৰ যৌন নিৰ্যাতনৰ অভিযোগৰ কোনো প্রমাণ নাই; দোষমুক্ত বিজেপিৰ ব্রিজ ভূষণ

August 3, 2026 12:33 pm
বুমৰাহৰ বিকল্প বিচাৰি পালে টিম ইণ্ডিয়াই; শ্ৰীলংকাৰ বিৰুদ্ধেই খেলিব টেষ্ট শৃংখলা!

বুমৰাহৰ বিকল্প বিচাৰি পালে টিম ইণ্ডিয়াই; শ্ৰীলংকাৰ বিৰুদ্ধেই খেলিব টেষ্ট শৃংখলা!

August 3, 2026 11:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd