• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দিল্লী বিস্ফোৰণৰ সৈতে নাম সাঙোৰখোৱা আল-ফালাহ বিশ্ববিদ্যালয়ত ইডিৰ অভিযান  

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 18, 2025 12:29 pm
288
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত বোমা বিস্ফোৰণৰ তদন্তৰ কেন্দ্ৰস্থল হৈ পৰিছে ফৰিদাবাদৰ আল-ফালাহ বিশ্ববিদ্যালয়। আজি পুৱা ৫ বজাৰ পৰা কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনফৰ্চমেণ্ট ডাইৰেক্টৰেট (ED)-এ বিশ্ববিদ্যালয়ৰ চৌহদ, ট্ৰাষ্টীসকল, সম্পৰ্কিত ব্যক্তি, আৰু প্ৰতিষ্ঠানসমূহত অভিযান আৰম্ভ কৰিছে। একেলগে দিল্লীৰ ওখলা আৰু জামিয়া নগৰসহ ২৫টা স্থানত ইডিয়ে তালাচী চলাইছে।

বিশ্ববিদ্যালয়খনৰ বিৰুদ্ধে আৰ্থিক অনিয়মৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ইডিয়ে ইয়াৰ পুঁজিৰ উৎস আৰু লেনদেনৰ তদন্ত আৰম্ভ কৰিছে। সূত্ৰ অনুসৰি, বিস্ফোৰণৰ কেইবাটাও সন্দেহভাজন অভিযুক্ত বিশ্ববিদ্যালয়খনৰ সৈতে জড়িত থকাৰ সন্দেহ প্ৰকাশ পাইছে। তদন্তকাৰীসকলে প্ৰতিষ্ঠানটোৰ তথ্য, বিত্তীয় লেনদেন আৰু প্ৰশাসনিক অনুমোদনসমূহ পৰীক্ষা কৰিছে, যাতে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সৈতে যিকোনো যোগাযোগ পোৱা যায়।

Apply Now

অধ্যক্ষ জাভেদ আহমেদ ছিদ্দিকীক চমন:

দিল্লী আৰক্ষীয়ে ইতিমধ্যে আল-ফলাহ বিশ্ববিদ্যালয়ৰ অধ্যক্ষ জাভেদ আহমেদ ছিদ্দিকীক দুবাৰকৈ চমন জাৰি কৰিছে। অধ্যক্ষৰ বক্তব্যত প্ৰতিষ্ঠানৰ কাৰ্যকলাপ আৰু সম্পৰ্কিত ব্যক্তিৰ কাম-কাজত বহুত বিসংগতি পোৱা গৈছে, যাৰ ফলত এই চমন জাৰি কৰা হৈছে। আৰক্ষীৰ সূত্ৰ মতে, এই চমন বিস্ফোৰণৰ ব্যাপক তদন্তৰ অংশ। অভিযুক্তসকলৰ একাংশ বিশ্ববিদ্যালয়খনৰ সৈতে জড়িত আছিল।

দিল্লী আৰক্ষীয়ে বিশ্ববিদ্যালয়খনৰ বিৰুদ্ধে আৰ্থিক আৰু প্ৰশাসনিক অনিয়মৰ জালিয়াতিৰ দুটাকৈ গোচৰ (FIR) ৰুজু কৰিছে।

অবৈধ নিৰ্মাণৰ নতুন অভিযোগ:

বিস্ফোৰণ তদন্তৰ লগতে আল-ফলাহ বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণত ব্যাপক নিয়মভংগ কৰাৰ অভিযোগ উত্থাপিত হৈছে। তদন্তকাৰী সংস্থাসমূহে সন্দেহ প্ৰকাশ কৰিছে যে অনুমোদন নথকা কেইবাটাও নিৰ্মাণ কাৰ্য সম্পন্ন হৈছে। সেয়ে প্ৰশাসনে তদন্ত প্ৰক্ৰিয়া অধিক কঠোৰ কৰি তুলিছে। সূত্ৰ অনুসৰি, শীঘ্ৰেই বিশ্ববিদ্যালয়খন পৰিদৰ্শন কৰি অবৈধ নিৰ্মাণসমূহ ভাঙি পেলাব পাৰে।

এতিয়া প্ৰশাসনৰ পৰৱৰ্তী পদক্ষেপৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বি চি চি আইৰ ডাঙৰ সিদ্ধান্ত; টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হ’ল লক্ষ্মীপতি বালাজী

বি চি চি আইৰ ডাঙৰ সিদ্ধান্ত; টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হ’ল লক্ষ্মীপতি বালাজী

September 21, 2026 7:48 am
প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

September 20, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd