DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 8, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সঞ্জয় ৰাউতৰ পৰা ১১ লাখ টকা, অৰ্পিতা মুখাৰ্জীৰ পৰা ৫০ কোটি টকা উদ্ধাৰ ইডিৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
August 2, 2022 5:08 pm
95
VIEWS
Share on FacebookShare on Twitter

ইডিয়ে আজি দুটা পৃথক ঘটনাত সঞ্জয় ৰাউতৰ পৰা ১১ লাখ টকা, অৰ্পিতা মুখাৰ্জীৰ পৰা ৫০ কোটি টকা উদ্ধাৰ কৰে। শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউত আৰু অৰ্পিতা মুখাৰ্জীৰ (বৰ্তমান বৰ্খাস্ত মন্ত্ৰী পাৰ্থ চেটাৰ্জীৰ ঘনিষ্ঠ সহযোগী) পৰা বৃহৎ পৰিমাণৰ নগদ ধন আৰু সোণজব্ধ কৰিবলৈ সক্ষম হৈছে। অনুসন্ধানকাৰী সংস্থাটোৱে মুম্বাইৰ এখন আঁচনিত হোৱা অনিয়মৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত ৰাউতৰ বাসগৃহৰ পৰা ১১.৫০ লাখ টকাৰ নগদ ধন জব্দ কৰিছে। একেদৰে পশ্চিম বংগ ৰাজ্যিক শিক্ষক নিযুক্তি কেলেংকাৰীত জড়িত থকা অৰ্পিতাৰ ফ্লেটৰ পৰা ৫০ কোটি টকা নগদ আৰু সোণ জব্দ কৰা হৈছে।

উল্লেখ্য আয়কৰ বিভাগৰ অনুমোদিত সীমা অনুসৰি সোণ বা সোণৰ গহনা ৰখাৰ ক্ষেত্ৰত বিবাহিত মহিলাই সৰ্বাধিক ৫০০ গ্ৰাম ,অবিবাহিত মহিলাই সৰ্বাধিক ২৫০ গ্ৰাম আৰু পৰিয়ালৰ পুৰুষ সদস্যই ১০০ গ্ৰাম সোণ লগত ৰাখিব পাৰে। উল্লেখ্য পশ্চিম বংগ বিদ্যালয় সেৱা আয়োগ আৰু প্ৰাথমিক শিক্ষা পৰিষদত নিযুক্তি কেলেংকাৰীৰ তদন্ত চলাই থকা কেন্দ্ৰীয় সংস্থা এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে আজি তৃণমূল কংগ্ৰেছৰ মন্ত্ৰী পাৰ্থ চেটাৰ্জীৰ ঘনিষ্ঠ সহযোগী অৰ্পিতা মুখাৰ্জীৰ আৱাসিক চৌহদৰ পৰা উদ্ধাৰ কৰিছে প্ৰায় ২০ কোটি টকাৰ নগদ ধন।

শিক্ষক নিযুক্তি কেলেংকাৰীৰ গোচৰত অভিযুক্ত কেইবাগৰাকীও ব্যক্তিৰ বাসস্থান চৌহদত তালাচী অভিযান চলাই থকাৰ সময়তে কেন্দ্ৰীয় সংস্থাটোৱে এই বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ কৰা হৈছে।

এই বৃহৎ পৰিমাণৰ ধনৰাশি পশ্চিম বংগ বিদ্যালয় সেৱা আয়োগ কেলেংকাৰীৰ জৰিয়তে সংগ্ৰহ কৰা হৈছিল বুলি সন্দেহ কৰা হৈছে। ইডি- ৰ এগৰাকী শীৰ্ষ বিষয়াই জানিবলৈ দিয়া মতে অনুসন্ধানকাৰী দলটোৱে এই বৃহৎ পৰিমাণৰ নগদ ধনৰ লগতে ২০ টাতকৈও অধিক মোবাইল ফোন উদ্ধাৰ কৰা হৈছে।

এই মোবাইল ফোনসমূহ কেলেংকাৰীৰ উদ্দেশ্যে বিভিন্ন সময়ত ব্যৱহাৰ কৰাৰ প্ৰমাণ পোৱা গৈছে বুলি এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ শীৰ্ষ বিষয়াগৰাকীয়ে জানিবলৈ দিছে।

এই কেলেংকাৰীৰ সৈতে জড়িত অভিযুক্ত ব্যক্তিসকলৰ চৌহদৰ পৰা ইডিয়ে বহু আপত্তিজনক নথিপত্ৰ, সন্দেহজনক কোম্পানীৰ বিৱৰণ, ইলেক্ট্ৰনিক সঁজুলি, বিদেশী মুদ্ৰা আৰু সোণ উদ্ধাৰ কৰিছে বুলি জানিব পৰা গৈছে।

Recent News

মাধ্যম বিতৰ্ক : কাৰ হেঁচাত আৰু কিয় বাৰেপতি স্থিতি সলায় হিমন্ত বিশ্ব শৰ্মাই?

মাধ্যম বিতৰ্ক : কাৰ হেঁচাত আৰু কিয় বাৰেপতি স্থিতি সলায় হিমন্ত বিশ্ব শৰ্মাই?

ছাত্ৰ বিক্ষোভত উত্তাল মণিপুৰ; পাঁচ দিনৰ বাবে ৰাজ্যত বন্ধ ইণ্টাৰনেট সেৱা

ছাত্ৰ বিক্ষোভত উত্তাল মণিপুৰ; পাঁচ দিনৰ বাবে ৰাজ্যত বন্ধ ইণ্টাৰনেট সেৱা

চীন সীমান্তত যৌথ সামৰিক অনুশীলন চলাব ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰই

চীন সীমান্তত যৌথ সামৰিক অনুশীলন চলাব ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰই

India defeat West Indies: আফ্ৰিদিক অতিক্ৰমি ছয় মৰাৰ অভিলেখ ৰোহিতৰ; ৱেষ্ট-ইণ্ডিজৰ বিৰুদ্ধে শৃংখলা জয় ভাৰতৰ

India defeat West Indies: আফ্ৰিদিক অতিক্ৰমি ছয় মৰাৰ অভিলেখ ৰোহিতৰ; ৱেষ্ট-ইণ্ডিজৰ বিৰুদ্ধে শৃংখলা জয় ভাৰতৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd