• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“শিক্ষা সেতু” এপৰ নামত অৰাজক অৱস্থা চলিছে শিক্ষানুষ্ঠানত ; নিম্নমানৰ টেবলেট যোগানেৰে ভয়ংকৰ কেলেংকাৰীত লিপ্ত হৈছে শিক্ষা বিভাগঃ ডি ৱাই এফ আই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2024 6:33 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিক্ষকসমাজৰ যুক্তিপূৰ্ণ দাবীক আওকাণ কৰি জোৰ-জুলুমকৈ শিক্ষা সেতু এপ জাপি দিয়াৰ ফলত শিক্ষা বিভাগত অভাৱনীয় পৰিস্থিতি সৃষ্টি হৈছে। শিক্ষা বিভাগে যোগান ধৰা দুৰ্বল টেবলেটৰ বাবে শিক্ষক-ছাত্ৰ-ছাত্ৰী উভয়ে সংকটত পৰিছে। ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে শিক্ষা সেতু এপৰ সমস্যা শীঘ্ৰে আঁ‌তৰ কৰি সুস্থ শৈক্ষিক পৰিৱেশ নিশ্চিত কৰিবলৈ দাবী জনাইছে। শিক্ষা সেতু এপ আৰু টেবলেট যোগানৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে। শিক্ষা সেতু এপ জোৰকৈ জাপি দি টেবলেট যোগানৰ নামত ভয়ংকৰ কেলেংকাৰী সংঘটিত হৈছে আৰু এই সমগ্ৰ প্ৰক্ৰিয়াত ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী ভুমিকা সন্দেহজনক হৈ পৰিছে।ডি ৱাই এফ আয়ে এই কেলেংকাৰীৰ এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে।

অসম চৰকাৰ আৰু শিক্ষা বিভাগে জোৰ কৈ জাপি দিয়া শিক্ষা সেতু এপৰ লক্ষ্য আছিল শিক্ষক, ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি অনলাইন যোগে দিয়া, আনকি বিদ্যালয় প্ৰস্থানৰ সময়ো শিক্ষা সেতু এপত নিশ্চিত কৰা। আচৰিত কথা যে শিক্ষা সেতু এপৰ বাবে যোগান ধৰা টেবলেটসমূহ ৰিচাৰ্চ কৰাৰ বাবে চৰকাৰে ধনৰ যোগান ধৰাৰ কথা আছিল যদিও সেয়া আজিলৈ নকৰিলে। আন এক গুৰুতৰ অভিযোগ হ’ল শিক্ষা বিভাগে ৫২ হাজাৰ টেবলেট যোগান ধৰিছিল। এই টেবলেটসমূহ ৪-জি মানৰ বুলি কোৱা হৈছিল যদিও প্ৰকৃততে টেবলেটসমূহ ৩-জি ক্ষমতাসম্পন্নহে।

অচৰিত কথাটো হৈছে শিক্ষা সেতু এপ প্ৰৱৰ্তন কৰাৰ প্ৰাকক্ষণত শিক্ষক সমাজে তীব্ৰ প্ৰতিবাদ কৰিছিল। কিন্তু শিক্ষা মন্ত্ৰী তথা মুখ্যমন্ত্ৰীয়ে শিক্ষকসমাজক চৰম ভেঙুচালি কৰি জোৰপূৰ্বক এই সেতু প্ৰৱৰ্তন কৰে। এতিয়া এই সেতু ভালুকৰ সাঙিত পৰিণত হৈছে। এনেবোৰ কথাই প্ৰমাণ কৰিছে শিক্ষা সেতু এপৰ নামত বৃহৎ লাভৰ বিষয়টো জড়িত হৈ আছে আৰু বৃহৎ মুনাফাৰ বাবে এনে আঁ‌চনি প্ৰৱৰ্তন কৰিছে বুলি চৰ্চা চলিছে। ডি ৱাই এফ আইয়ে দাবী কৰিছে শীঘ্ৰে শিক্ষা সেতু এপৰ সমস্যা দূৰ কৰক। এপৰ বাবে টেবলেট যোগানৰ নামত হোৱা দুৰ্নীতিৰ সঠিক তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰক।

Apply Now
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd