• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মেট্রিক-হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা অনুষ্ঠিত হ’বই; কিন্তু কেতিয়াকৈ পতা হ’ব পৰীক্ষা?

আগষ্টৰ প্ৰথম সপ্তাহত পৰীক্ষা অনুষ্ঠিত কৰি ছেপ্টেম্বৰৰ ভিতৰত ফলাফল ঘোষণা কৰাৰ প্ৰস্তাৱ

জাহ্নৱী বৰুৱা by জাহ্নৱী বৰুৱা
June 8, 2021 5:14 pm
WhatsApp Image 2021-06-08 at 4.38.01 PM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেট্ৰিক আৰু হায়াৰ চেকেণ্ডৰী পৰীক্ষা কেনেকৈ অনুষ্টিত হব ! নে পৰীক্ষা বাতিল কৰা হ’ব, তাকে লৈ আজি জনতা ভৱনত অনুষ্ঠিত হোৱা এক বৈঠকত আলোচনা কৰা হয়।

আজিৰ বৈঠকত অংশ লয় ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ ফালৰ পৰা শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু, ছেবা, শিক্ষা সাংসদৰ প্ৰতিনিধি, আছু আৰু এবছুৰ প্ৰতিনিধিৰ  লগতে অসম সাহিত্য সভা, বড়ো সাহিত্য সভাকে ধৰি বিভিন্ন জিলাৰ উপায়ুক্তসকল।

Apply Now

আজিৰ বৈঠকত হোৱা আলোচনা মৰ্মে জুলাই মাহত অনুষ্ঠিত নহয় মেট্ৰিক পৰীক্ষা।

স্বাস্থ্য বিভাগে আগষ্টত পৰীক্ষা অনুষ্ঠিত কৰাৰ পোষকতা কৰে।

পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যখনত ৮৮০ টা চেণ্টাৰ ছেবাই নিৰ্ধাৰণ কৰিছে। প্ৰয়োজন সাপেক্ষে পৰীক্ষা কেন্দ্ৰ বৃদ্ধি কৰা হব।

বৈঠকত আছুৱে তিনিটা বিষয়ত পৰীক্ষা অনুষ্ঠিত কৰাৰ পোষকতা কৰে।

অন্য ৰাজ্যৰ নিচিনা পৰীক্ষা অনুষ্ঠিত নকৰাকৈ মাৰ্কিং কোনো পদ্ধতি নাই ছেবা আৰু শিক্ষা সংসদৰ। সেইকাৰণে পৰীক্ষা অনুষ্ঠিত কৰিব লাগিবই বুলি মতপোষণ কৰে আছুৱে।

আনহাতে, পৰীক্ষা বাতিল কৰাৰ কোনো পৰ্যায় নাই,পৰীক্ষা অনুষ্ঠিত কৰিবই লাগিব বুলি মত আগবঢ়ায় সদৌ নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱে।

অহা ৫ ছেপ্টেম্বৰৰ ভিতৰত মেট্ৰিক আৰু হায়াৰ চেকেণ্ডৰী পৰীক্ষা অনুষ্ঠিত কৰি ফলাফল ঘোষণা কৰিব লাগিব বুলিও বৈঠকত সিদ্ধান্ত লোৱা হয়।

এবছুৰ ফালৰ পৰা ক’ভিডৰ সকলো নীতি-নিৰ্দেশনা মানি পৰীক্ষা অনুষ্ঠিত কৰাৰ লগতে বিষয় কমাই পৰীক্ষা অনুষ্ঠিত কৰাৰ পোষকতা কৰা হয়। তিনিটা বিষয়ত পৰীক্ষা অনুষ্ঠিত কৰি তিনিদিনত শেষ কৰাৰ কথা কোৱা হৈছে।

সেইদৰে, ১৫ আগষ্টৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত কৰি ৫ ছেপ্টেম্বৰৰ ভিতৰত সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ আহ্বান জনাইছে এবছুৱে।

বিশেষ এছ অ’ পি প্ৰকাশ কৰি পৰীক্ষা অনুষ্ঠিত কৰাৰ পৰামৰ্শ দিছে এবছুৱে।

যিটো বিষয়ত সৰ্বাধিক নম্বৰ পায়, তাৰ লাভ হিচাপে আন তিনিটা বিষয়ত মাৰ্কিং কৰাৰ পোষকতা কৰা হৈছে বৈঠকত।

মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি সিদ্ধান্ত চূড়ান্ত কৰিব বুলি বৈঠকত জনাইছে শিক্ষা মন্ত্ৰীয়ে।পৰীক্ষা নপতাকৈ ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ কৰিব পৰা নাযাব, গতিকে পৰীক্ষা পাতিবই লাগিব বুলিও কয় শিক্ষামন্ত্ৰীগৰাকীয়ে।

ছাত্ৰ-ছাত্ৰীয়ে তিনিটা বিষয়ত ১০০ নম্বৰকৈ পৰীক্ষা দিয়াৰ পোষকতা কৰে আছুৱে। নিজ ইচ্ছা অনুসৰি তিনিটা বিষয় লব পৰাকৈ পৰামৰ্শ দিয়া হৈছে।

যিটো বিষয়ত সৰ্বাধিক নম্বৰ লাভ কৰিব, সেয়া পৰীক্ষা নিদিয়া বিষয় সমূহৰ নম্বৰ হিচাপে গণ্য কৰা হব।

সেই সূত্ৰটোয়ে উচিত সূত্ৰ বুলি মত দিয়ে আছুৰ উপদেষ্টা ড০ সমুজ্জল ভট্টাচাৰ্যই।

মুখ্যমন্ত্ৰীৰ লগত কথা পাতি অহা ১০ দিনৰ ভিতৰতে চৰকাৰে চুড়ান্ত সিদ্ধান্ত লব। পৰীক্ষা হবই, বিকল্প কোনো ব্যৱস্থা নাই।

আনহাতে, উচ্চতৰ মাধ্যমিক পৰীক্ষা কেনেকৈ অনুষ্ঠিত হব, এই বিষয়ে একো জনোৱা নাই যদিও  দুই এদিনৰ ভিতৰতে আছু আৰু এবছুৰ লগত বহিব অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ।

জাহ্নৱী বৰুৱা

জাহ্নৱী বৰুৱা

Stay Connected

  • 117k Fans

Recent News

নেচলেৰ ডেইৰী হোৱাইটনাৰ অস্বাস্থ্যকৰ আৰু মানদণ্ডহীন! বিক্ৰী নিষিদ্ধ কৰিলে এফএছএছএআইয়ে

নেচলেৰ ডেইৰী হোৱাইটনাৰ অস্বাস্থ্যকৰ আৰু মানদণ্ডহীন! বিক্ৰী নিষিদ্ধ কৰিলে এফএছএছএআইয়ে

October 3, 2026 6:09 pm
অসমৰ ‘সম নাগৰিক সংহিতা’ বিধেয়কত স্বাক্ষৰ কৰিলে ৰাষ্ট্ৰপতিয়ে : শীঘ্ৰেই কাৰ্যকৰী হ’ব এই আইন

অসমৰ ‘সম নাগৰিক সংহিতা’ বিধেয়কত স্বাক্ষৰ কৰিলে ৰাষ্ট্ৰপতিয়ে : শীঘ্ৰেই কাৰ্যকৰী হ’ব এই আইন

October 3, 2026 6:08 pm
গুৱাহাটীত দুৰ্গা পূজাক লৈ কঠোৰ নিৰ্দেশনা প্ৰশাসনৰ, শব্দৰ পৰা নিৰাপত্তালৈ জাৰি একাধিক নিয়ম

গুৱাহাটীত দুৰ্গা পূজাক লৈ কঠোৰ নিৰ্দেশনা প্ৰশাসনৰ, শব্দৰ পৰা নিৰাপত্তালৈ জাৰি একাধিক নিয়ম

October 3, 2026 4:45 pm
১৫ অক্টোবৰৰ পৰা ইউপিআই লেনদেনত নতুন নিয়ম! তাৰ পূৰ্বেই ব্যৱহাৰকাৰীৰ অভিলেখ, লেনদেন বৃদ্ধি পালে ২৭ শতাংশ

১৫ অক্টোবৰৰ পৰা ইউপিআই লেনদেনত নতুন নিয়ম! তাৰ পূৰ্বেই ব্যৱহাৰকাৰীৰ অভিলেখ, লেনদেন বৃদ্ধি পালে ২৭ শতাংশ

October 3, 2026 4:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেচলেৰ ডেইৰী হোৱাইটনাৰ অস্বাস্থ্যকৰ আৰু মানদণ্ডহীন! বিক্ৰী নিষিদ্ধ কৰিলে এফএছএছএআইয়ে

নেচলেৰ ডেইৰী হোৱাইটনাৰ অস্বাস্থ্যকৰ আৰু মানদণ্ডহীন! বিক্ৰী নিষিদ্ধ কৰিলে এফএছএছএআইয়ে

October 3, 2026 6:09 pm
অসমৰ ‘সম নাগৰিক সংহিতা’ বিধেয়কত স্বাক্ষৰ কৰিলে ৰাষ্ট্ৰপতিয়ে : শীঘ্ৰেই কাৰ্যকৰী হ’ব এই আইন

অসমৰ ‘সম নাগৰিক সংহিতা’ বিধেয়কত স্বাক্ষৰ কৰিলে ৰাষ্ট্ৰপতিয়ে : শীঘ্ৰেই কাৰ্যকৰী হ’ব এই আইন

October 3, 2026 6:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd