• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

NIRF rankings 2022 দেশৰ শীৰ্ষৰ শিক্ষা প্ৰতিষ্ঠানৰ তালিকাত গুৱাহাটী বিশ্ববিদ্যালয়,তেজপুৰ বিশ্ববিদ্যালয়, আইআইটি গুৱাহাটীৰ নাম

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
July 15, 2022 7:05 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিক্ষাৰ ক্ষেত্ৰত দোপত দোপে আগুৱাই গৈছে ভাৰত। শেহতীয়াকৈ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ঘোষণা কৰিলে দেশৰ শীৰ্ষৰ শিক্ষা প্ৰতিষ্ঠানৰ তালিকা। তাৎপৰ্যপূৰ্ণ কথাটো হ’ল এই তালিকাত স্থান লাভ কৰিছে অসমৰ গুৱাহাটী বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয় আৰু আইআইটি গুৱাহাটীয়েও।

বিভিন্ন কাৰক আৰু মানৰ ওপৰত ভিত্তি কৰি প্ৰকাশ হৈছে এই তালিকা। তালিকাত অসমৰ কেইবা খনো শৈক্ষিক প্ৰতিষ্ঠানৰ নাম থকাত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে ৰাজবাসী।

Apply Now

নেচনেল ইনষ্টিটিউচনেল ৰেংকিং ফ্ৰেমৱৰ্ক ২০২২ ঘোষণা কৰি কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয় যে শিক্ষাৰ ক্ষেত্ৰত দেশ এতিয়া আগুৱাই গৈছে। এইবাৰ ১১টা শাখাত ৰেংকিং ঘোষণা কৰা হৈছে। লক্ষ্যণীয় কথাটো হ’ল বিশ্ববিদ্যালয় শাখাত ৩৬সংখ্যক স্থানত আছে গুৱাহাটী বিশ্ববিদ্যালয়। ৫৯সংখ্যক স্থানত আছে তেজপুৰ বিশ্ববিদ্যালয়।

সপ্তম স্থানত আছে আইআইটি গুৱাহাটী। তালিকাৰ ১০টা স্থান লাভ কৰা শিক্ষা প্ৰতিষ্ঠানসমূহ এনেধৰণৰ -সামগ্ৰিক শাখাঃ ১. আইআইটি মাদ্ৰাজ,২. ইণ্ডিয়ান ইনষ্টিটিউট অব ছায়েন্স, বেংগালুৰু,৩.আইআইটি বোম্বে, ৪. আইআইটি দিল্লী, ৫. আইআইটি কানপুৰ ,৬. আইআইটি খড়গপুৰ, ৭. আইআইটি ৰুৰকি, ৮. আইআইটি গুৱাহাটী ,৯. এইমছ, দিল্লী, ১০. জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়।শীৰ্ষ ১০ বিশ্ববিদ্যালয় হৈছে ১. ইণ্ডিয়ান ইনষ্টিটিউট অব ছায়েন্স, বেংগালুৰু, ২. জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়, দিল্লী,৩. জামিয়া মিলিয়া ইছলামিয়া, দিল্লী, ৪. যাদৱপুৰ বিশ্ববিদ্যালয়, পশ্চিম বংগ, ৫. অমৃতা বিশ্ব বিদ্যাপীঠম, তামিলনাডু, ৬. বেনাৰস হিন্দু বিশ্ববিদ্যালয়, উত্তৰ প্ৰদেশ,৭. মণিপাল একাডেমী অব হায়াৰ এডুকেচন, মণিপাল , ৮. কলকাতা বিশ্ববিদ্যালয়, পশ্চিম বংগ ,৯. ভেলোৰ ইনষ্টিটিফট অব টেকন’লজী, তামিলনাডু, ১০. ইউনিভাৰ্ছিটী অব হায়দৰাবাদ, তেলেংগানা

শীৰ্ষৰ ১০খন কলেজ হৈছে ১. মিৰাণ্ডা হাউছ, দিল্লী, ২. হিন্দু কলেজ, দিল্লী, ৩. প্ৰেছিডেন্সী কলেজ, তামিলনাডু ,৪. লয়লা কলেজ, তামিলনাডু, ৫. লেডী শ্ৰীৰাম কলেজ ফৰ অ’মেন, দিল্লী
৬. পিএছজিআৰ কৃষ্ণমমল কলেজ ফৰ অ’মেন, তামিলনাডু, ৭. আত্মা ৰাম সনাতন ধৰ্ম কলেজ, দিল্লী, ৮. ছেইণ্ট জেভিয়াৰ্ছ কলেজ, পশ্চিম বংগ, ৯. ৰামকৃষ্ণ মিছন বিদ্যামন্দিৰ, পশ্চিম বংগ, ১০. কিৰোৰী মল কলেজ, দিল্লী

শীৰ্ষ মেডিকেল কলেজ কেইখন হৈছে ১. অল ইণ্ডিয়া ইনষ্টিটিউট অব মেডিকেল ছায়েন্স, দিল্লী, ২. পোষ্ট গ্ৰেজুৱেট ইনষ্টিটিউট অব মেডিকেল এডুকেচন এণ্ড ৰিছাৰ্চ, চণ্ডীগড়
৩. খ্ৰীষ্টিয়ান মেডিকেল কলেজ, তামিলনাডু, ৪. নেচনেল ইনষ্টিটিউট অব মেণ্টেল হেল্থ এণ্ড নিউৰ’ ছায়েন্স, বেংগালুৰু, ৫. বেনাৰস হিন্দু বিশ্ববিদ্যালয়, উত্তৰ প্ৰদেশ

৬. জৱাহৰলাল ইনষ্টিটিউট অব পোষ্ট গ্ৰেজুৱেট মেডিকেল এডুকেচন এণ্ড ৰিছাৰ্চ, পুডুচেৰী, ৭. সঞ্জয় গান্ধী পোষ্ট গ্ৰেজুৱেট ইনষ্টিটিউট অব মেডিকেল ছায়েন্স, উত্তৰ প্ৰদেশ
৮. অমৃতা বিশ্ব বিদ্যাপীঠম, তামিলনাডু, ৯. শ্ৰী চিত্ৰা তিৰুনেল ইনষ্টিটিউট ফৰ মেডিকেল ছায়েন্স এণ্ড টেকন’লজী, থিৰুৱনন্তপুৰম ,১০ কস্তুৰবা মেডিকেল কলেজ, মণিপাল।

শীৰ্ষ ইঞ্জিনিয়াৰিং কলেজ কেই খন হৈছে ১. আইআইটি, মাদ্ৰাছ, ২. আইআইটি, দিল্লী, ৩. আইইটি, বম্বে, ৪. আইআইটি কানপুৰ ,৫. আইআইটি, খড়গপুৰ
৬. আইআইটি, ৰুৰকি, ৭. আইআইটি, গুৱাহাটী, ৮. এনআইটি, তিৰুচিৰাপল্লী ,৯. আইআইটি হায়দৰাবাদ, ১০. এনআইটি কৰ্ণাটক।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd