• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাজেটৰ পূৰ্বে প্ৰতিশ্ৰুতিৰ বৰষুণ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ; ভেন্সাৰ শিক্ষকৰ বাবে আছে সুখৱৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 25, 2020 2:12 pm
WhatsApp Image 2020-01-25 at 1.33.45 PM

হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিক্ষা বিভাগৰ পুনৰ দায়িত্ব লোৱাৰ পাছত শিক্ষা মন্ত্ৰী হিচাপে আজি প্ৰথমখন সংবাদমেল সম্বোধন কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জনতা ভৱনৰ চি এম ব্লকত হোৱা এই সংবাদমেলত শিক্ষা বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে।

মন্ত্ৰীগৰাকীয়ে কয় যে ৯৬৩৫ টা নিয়মীয়া প্ৰাথমিক শিক্ষক পদৰ বিজ্ঞাপন ওলাল। এপ্ৰিল মে’ ৰ ভিতৰত এই সংখ্যা ১৫ হাজাৰ হ’বগৈ।

Apply Now

ফেব্ৰুৱাৰি মাহৰ ভিতৰত মাধ্যমিক টেটৰ ফলাফল ঘোষণা কৰা হ’ব। বহাগ বিহুৰ আগত ৬০০০ মাধ্যমিক শিক্ষকক নিযুক্তি দিয়া হ’ব। পাছলৈ এই সংখ্যা ৮০০০ লৈ বৃদ্ধি কৰা হ’ব।

১০ জনতকৈ বেছি শিক্ষাৰ্থীয়ে মেট্ৰিক দিব নোৱাৰা বিদ্যালয়ক ওচৰৰ বিদ্যালয়ৰ লগত সংলগ্ন কৰা হ’ব, তেতিয়া শিক্ষকৰ সমস্যা নাইকিয়া হ’ব।

এপ্ৰিল মে’ মাহৰ ভিতৰত শিক্ষকৰ ৯০ শতাংশ সমস্যাই সমাধান হ’ব।

অহা ১৫ আগষ্টৰ  ভিতৰত আইনৰ গণ্ডিত থকা ৪৯৯৩ খন বিদ্যালয় প্ৰাদেশীকৰণ, ১৩৩৬২ জন প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষকৰ প্রাদেশীকৰণ হ’ব।

১৫ আগষ্টৰ ভিতৰতে প্ৰায় ৬২৬ খন হাইস্কুল প্ৰাদেশীকৰণ কৰা হ’ব আৰু প্ৰায় ৪৮২৮ জন শিক্ষকৰ চাকৰি প্ৰাদেশীকৰণ হ’ব।

৩০ খন নতুন মহাবিদ্যালয় প্ৰাদেশীকৰণ কৰাৰ লগতে সেই মহাবিদ্যালয়ৰ ৯০০ শিক্ষকৰ চাকৰি প্ৰাদেশীকৰণ হ’ব।

৭৬৮ জন DROP OUT শিক্ষকক UGC স্কেলত আনি চাকৰি নিয়মীয়াকৰণ কৰা হ’ব।

তেওঁ জানিবলৈ দিয়ে যে ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয়ত ৬০০ শিক্ষক পদ খালী হৈ আছে। এতিয়াৰে পৰা পোনপটীয়াকৈ অধক্ষ্যই শিক্ষক পদৰ বাবে বিজ্ঞাপন দিব পাৰিব।

৫৮০০ ঠিকাভিত্তিক হাইস্কুল শিক্ষকক নিয়মীয়া শিক্ষকৰ সমহাৰত দৰমহা , DA, ৬০ বছৰলৈকে চাকৰিৰ নিৰাপত্তা, অন্যান্য সুবিধা সামৰি অহা ৪ মাৰ্চত দাখিল কৰা বাজেটত এখন আঁচনি অন্তৰ্ভুক্ত কৰা হ’ব।

ষ্টেট পুলত কাম কৰা সকলকো নিয়মীয়া শিক্ষকৰ সুবিধাসমূহ সমহাৰত লাভ কৰিব পৰাকৈ বাজেটত এখন আঁচনি অন্তৰ্ভুক্ত কৰা হ’ব।

আনহাতে, কম্পিউটাৰ শিক্ষকৰ সুবিধা সমূহ বৃদ্ধি কৰা হ’ব। লগতে ৰাজ্যৰ বিদ্যালয়সমূহত অসমীয়া বিষয় বাধ্যতামূলক কৰা হ’ব।

মন্ত্ৰীগৰাকীয়ে লগতে জনায় যে নিযুক্তি প্ৰক্ৰিয়া চলি থকা সময়ত শিক্ষকৰ বদলিকৰণৰ কাম হাতত লোৱা নহয়। কোনো শিক্ষক সন্থাৰ লোকক নিযুক্তি প্ৰক্ৰিয়া চলি থকা সময়ত সাক্ষাৎ কৰা নহ’ব, কাহিলিপাৰা, দিছপুৰলৈ কোনো আহিব নালাগে। অহা ৭ দিনৰ ভিতৰত এটা ই-মেইল আৰু ৱেবচাইট মুকলি কৰা হ’ব য’ত স্মাৰক পত্ৰ দিব পাৰিব বা পৰামৰ্শ প্ৰদান কৰিব লাগিব।

বিদ্যালয় কৰ্তৃপক্ষ আৰু SMDC ৰ জৰিয়তে ইউনিফৰ্ম যোগান ধৰা হ’ব। এইবছৰৰ পৰা চাৰিজোৰ ইউনিফৰ্ম পাব। প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে দিয়া হ’ব ইউনিফৰ্ম। তিনিযোৰ গতানুগতিক আৰু এযোৰ স্পৰ্টিং, পেন্ট বা স্কাৰ্ট হ’ব।

উচ্চ ন্যায়ালয়ত গোচৰ চলি থকা বাবে এবছৰ ইউনিফৰ্ম যোগান বন্ধ হৈ আছিল বুলিও তেওঁ কয়। ৰাজ্য চৰকাৰৰ স্ব অগ্ৰাধিকাৰ বাজেটৰ পৰা ৪৯৪ কোটি টকা SMDC ক দিয়া হৈছে। প্ৰতিযোৰ ইউনিফৰ্মৰ বাবদ ৩০০ টকা দিয়া হ’ব।

নৱম-দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক দুযোৰ ইউনিফৰ্ম দিয়া হ’ব। এই দুই শ্ৰেণীৰ বাবে  এযোৰ ইউনিফৰ্মৰ বাবদ ৩৫০ টকা ধৰা হৈছে।

অহা ৩ ফেব্ৰুৱাৰিৰ পৰা ৬ মাহৰ ভিতৰত এই কামসমূহ সম্পূৰ্ণ কৰা হ’ব। সমগ্ৰ কামৰ বাবদ ৩০০০ কোটি টকা ধাৰ্য্য কৰা হ’ব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আদালতৰ ৰোষত জ্ঞানেশ কুমাৰৰ ডি এম কন্যা! কটা যাব তেওঁৰ আৰু আৰক্ষীৰ দৰমহা, কিন্তু কিয়?

আদালতৰ ৰোষত জ্ঞানেশ কুমাৰৰ ডি এম কন্যা! কটা যাব তেওঁৰ আৰু আৰক্ষীৰ দৰমহা, কিন্তু কিয়?

September 8, 2026 10:35 am
আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

September 8, 2026 10:06 am
মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

September 8, 2026 8:38 am
সীমান্তৰ পৰিস্থিতিৰ পৰ্যালোচনা! অৰুণাচলত প্ৰথমবাৰৰ বাবে ভাৰত-চীন কৰ্পছ কমাণ্ডাৰৰ বৈঠক

সীমান্তৰ পৰিস্থিতিৰ পৰ্যালোচনা! অৰুণাচলত প্ৰথমবাৰৰ বাবে ভাৰত-চীন কৰ্পছ কমাণ্ডাৰৰ বৈঠক

September 8, 2026 8:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আদালতৰ ৰোষত জ্ঞানেশ কুমাৰৰ ডি এম কন্যা! কটা যাব তেওঁৰ আৰু আৰক্ষীৰ দৰমহা, কিন্তু কিয়?

আদালতৰ ৰোষত জ্ঞানেশ কুমাৰৰ ডি এম কন্যা! কটা যাব তেওঁৰ আৰু আৰক্ষীৰ দৰমহা, কিন্তু কিয়?

September 8, 2026 10:35 am
আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

September 8, 2026 10:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd