DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফলক লৈ অসন্তুষ্ট তথা ফেইল কৰা সকলেও পৰীক্ষা দিব পাৰিব: শিক্ষামন্ত্ৰী

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
August 1, 2021 7:18 am
Education Minister Ranoj Pegu

যোৰহাটত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু।

339
VIEWS
Share on FacebookShare on Twitter

শনিবাৰে যোৰহাটত উপস্থিত হয় শিক্ষা মন্ত্ৰী ৰণোজ পেগু l যোৰহাটত উপস্থিত হৈ শিক্ষা মন্ত্ৰীজনে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় l

ডঃ ৰণোজ পেগুৱে সাংবাদিকৰ আগত কয় যে অসম নাগালেণ্ডৰ সীমা সমস্যাক লৈ দুই ৰাজ্যৰ প্ৰতিনিধিৰ আলোচনা হৈছে।

দুই পক্ষৰ মাজত হোৱা চুক্তি অনুসৰি দুয়ো ৰাজ্যই নিৰাপত্তা বাহিনী নিজ নিজ নিৰাপদ দূৰত্বলৈ লৈ যাব l

সেইদৰে, ড্ৰোণ কেমেৰাৰ যোগেদি সীমান্ত পৰ্য্যবেক্ষণ কৰা হব l

মিজোৰামেৰে হোৱা শেহতীয়া সংঘৰ্ষৰ সম্পৰ্কত তেওঁ কয়, ‘’মিজোৰামৰ ক্ষেত্ৰত আমাৰ স্থিতি সবল। এক ইঞ্চি মাটিও নতুনকৈ দখল কৰিব পৰা নাই। তেওঁলোকে জাননী জাৰি কৰে, কি কৰে কৰক। বিতৰ্কিত সাংসদগৰাকীৰ ক্ষেত্ৰতো আইনে নিজৰ বাট লব l’’

আনহাতে, উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফলক লৈ কোনো যদি অসন্তুষ্ট তেতিয়া পৰীক্ষা দিব পাৰিব আৰু ফেইল কৰা সকলেও পৰীক্ষা দিব পাৰিব বুলি জানিবলৈ দিয়ে শিক্ষামন্ত্ৰী গৰাকীয়ে।

তেওঁ লগতে ঈশাণ-উদয় জলপানি কেলেংকাৰিৰ বিষয়ে দিল্লীত জনোৱাৰ কথাও উল্লেখ কৰে l

Recent News

Modi plans to create 50 states! বিজেপি মন্ত্ৰীৰ দাবী; ২০২৪ চনৰ নিৰ্বাচনৰ পিছত দেশত ৫০ খন ৰাজ্য কৰাৰ সিদ্ধান্ত লৈছে মোদীয়ে

Modi plans to create 50 states! বিজেপি মন্ত্ৰীৰ দাবী; ২০২৪ চনৰ নিৰ্বাচনৰ পিছত দেশত ৫০ খন ৰাজ্য কৰাৰ সিদ্ধান্ত লৈছে মোদীয়ে

India tour of England: ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট আৰম্ভ হোৱাৰ পূৰ্বে বৃহৎ আঘাত; কৰ’নাত আক্ৰান্ত টীম ইণ্ডিয়াৰ অধিনায়ক

India tour of England: ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট আৰম্ভ হোৱাৰ পূৰ্বে বৃহৎ আঘাত; কৰ’নাত আক্ৰান্ত টীম ইণ্ডিয়াৰ অধিনায়ক

Gujarat Riots: সমাজকৰ্মী তিস্তা শীতলৱাড়ক আটক গুজৰাট এটিএছৰ; আটক প্ৰাক্তন আইপিএছ শ্ৰীকুমাৰো

Gujarat Riots: সমাজকৰ্মী তিস্তা শীতলৱাড়ক আটক গুজৰাট এটিএছৰ; আটক প্ৰাক্তন আইপিএছ শ্ৰীকুমাৰো

ত্ৰিপুৰাত প্ৰৱঞ্চনাৰ বলি অসমৰ দুই শতাধিক যুৱক; অসম চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী ডি ৱাই এফ আইৰ

ত্ৰিপুৰাত প্ৰৱঞ্চনাৰ বলি অসমৰ দুই শতাধিক যুৱক; অসম চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী ডি ৱাই এফ আইৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd