• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মূল্যায়নৰ সমস্যা সমাধানৰ বাবে পুনৰ ছাত্ৰ সংগঠনৰ সৈতে আলোচনা কৰা হ’ব : শিক্ষামন্ত্ৰী ৰণোজ পেগু

বি টি আৰৰ শৈক্ষিক সমস্যা সমাধান কৰা হব : পেগু

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
July 3, 2021 4:03 pm
d2
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহামাৰী কৰোনাৰ বাবে মেট্ৰিক আৰু হায়াৰ চেকেণ্ডাৰী পৰীক্ষা বাতিল কৰি বিকল্প হিচাপে ঘোষণা কৰি পাঁচ নম্বৰ দফাৰ সিদ্ধান্তক লৈ বিভিন্ন ছাত্ৰ সংগঠন সৰৱ হোৱাৰ সময়তে আজি বি টি আৰৰ মুখ্য সদৰ কোকৰাঝাৰত উপস্থিত হয় অসমৰ শিক্ষা মন্ত্ৰী ডঃ ৰণোজ পেগু।

গুৱাহাটীৰ পৰা পুৱা ৯.৪৫ বজাত ৰাজধানী এক্সপ্ৰেছেৰে আহি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে বি টি আৰ প্ৰশাসনিক বিষয়া, নিখিল বড়ো ছাত্র সন্থা, বড়ো সাহিত্য সভা আৰু সদৌ বড়ো প্ৰাথমিক শিক্ষক সন্থা আদি দল সংগঠনৰ সৈতে আলোচনাত মিলিত হয়।

Apply Now

বি টি আৰ প্ৰধান প্ৰমোদ বড়ো পৰিচালনা কৰা বৈঠকত বি টি আৰৰ শৈক্ষিক সমস্যাৰ ওপৰত বিশদ ভাৱে আলোচনা কৰা হয়। বৈঠকৰ জড়িয়তে লোৱা ইতিবাচক সিদ্ধান্তৰ বিষয়ে শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে সংবাদ মাধ্যমৰ আগত সদৰী কৰে যে বি টি আৰৰ শৈক্ষিক সমস্যা সমাধান কৰা হব।

পাঁচ নম্বৰ দফাৰ বিষয়টোৰ ওপৰত গুৱাহাটীত সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয় পৰিষদ আৰু নিখিল বড়ো ছাত্র সন্থাৰ সৈতে পুনৰ আলোচনা কৰা হব ।

আনহাতে বি টি আৰ প্ৰধান প্ৰমোদ বড়ো- এ কয় যে শিক্ষা মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰা পিছত মন্ত্ৰী ৰণোজ পেগুৱে কোকৰাঝাৰলৈ আহিছে সেয়ে বি টি আৰৰ পৰা মন্ত্ৰীক আদৰণি জনোৱা হৈছে।

বডোলেণ্ডত দীৰ্ঘদিন ধৰি চলি অহা শিক্ষানুষ্ঠানৰ অপ্ৰাদেশিক সমস্যা, শিক্ষক নিযুক্তি সমস্যা আদি শৈক্ষিক সমস্যা সমাধান কৰা উদ্দেশ্য আজি আলোচনা কৰা হৈছে আৰু অসম চৰকাৰে আজি গ্ৰহণ কৰা সিদ্ধান্তক কাৰ্যকৰী কৰাত সহযোগিতা আগবঢ়াব বুলি বড়োৱে আশা প্ৰকাশ কৰে ।

অসমৰ আন এগৰাকী এক মন্ত্ৰী ইউ জি ব্ৰহ্মই উক্ত বৈঠকত অংশগ্ৰহণ কৰি আলোচনা ফলপ্ৰসূ হোৱা বুলি কৈ এনেধৰণৰ আলোচনা চলি থাকিলে সমস্যাৰ সমাধান নিশ্চয় হব বুলি আশা প্ৰকাশ কৰে।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd