• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কংগ্ৰেছ-বিজেপিৰ প্ৰাৰ্থীসকলৰ শিক্ষাগত অৰ্হতা; বিজেপিৰ তিনিজন প্ৰাৰ্থী মেট্ৰিকলৈ পঢ়া

পঞ্চায়তৰ বাবে উঃ মাধ্যমিক অৰ্হতা নিৰ্ধাৰণ কৰা বিজেপিয়ে লোকসভাত নমাইছে তিনিজনকৈ মেট্ৰিকৰ ডেওনা গৰকা প্ৰাৰ্থী

এন ই নাও নিউজ by এন ই নাও নিউজ
April 5, 2019 9:03 pm
Election violence in Arunachal Pradesh

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰেনট

425
VIEWS
Share on FacebookShare on Twitter

বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে পঞ্চায়ত নিৰ্বাচন খেলিবৰ বাবে প্ৰাৰ্থীৰ নিৰ্ধাৰিত শিক্ষাগত অৰ্হতা ধৰি দিয়াৰ বিপৰীতে লোকসভা নিৰ্বাচনত দেখা গৈছে তেনেই কম শিক্ষিত প্ৰাৰ্থীৰ ৰাষ্ট্ৰীয় ৰাজনীতি গমনৰ প্ৰয়াস।

বিজেপি চৰকাৰখনে অসম পঞ্চায়ত আইনৰ সংশোধন ঘটাই জিলা পৰিষদৰ সদস্যৰ বাবে সাধাৰণ বৰ্গৰ প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতাৰ নিম্নতম উচ্চতৰ মাধ্যমিক নিৰ্ধাৰণ কৰি দিয়াৰ বিপৰীতে একেই বিজেপি দলে লোকসভা নিৰ্বাচনৰ বাবে টিকট দিয়া ১০জনৰ ভিতৰত তিনিজনকৈ মেট্ৰিকৰ ডেওনালৈকে পঢ়া লোক। গুৱাহাটী সমষ্টিৰ কুইন ওজা, ডিব্ৰুগড় সমষ্টিত ৰামেশ্বৰ তেলী আৰু লখিমপুৰত প্ৰদান বৰুৱাৰ প্ৰকৃত শিক্ষাগত অৰ্হতা মেট্ৰিকৰ ডেওনা।

অৱশ্যে মেট্ৰিক পাছ কৰাৰ পিছত প্ৰদান বৰুৱাই ডিব্ৰুগড় পলিটেকনিকত মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ডিপ্ল’মা ক’ৰ্ছ কৰিছে। একেদৰে কুইন ওজাই এটা Bachelor’s Preparatory Program কৰিছে বুলি উল্লেখ কৰিছে।

কংগ্ৰেছৰো লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থী অনিল গোহাঁইৰ শিক্ষাগত অৰ্হতা একেই। মেট্ৰিকৰ ডেওনা।

লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱা ৰাজ্যৰ মূল দলকেইটাৰ প্ৰাৰ্থীকেইজনৰ শিক্ষাগত অৰ্হতাৰ তলত তুলনামূলক উপস্থাপন দিয়া হ’ল-

দল/প্ৰাৰ্থী                                                          শিক্ষাগত অৰ্হতা

১। কৰিমগঞ্জ

(কংগ্ৰেছ) স্বৰূপ দাস                                       স্নাতক (কলা)

(বিজেপি) কৃপানাথ মল্লা                                  স্নাতক (বিজ্ঞান)

২। শিলচৰ

(কংগ্ৰেছ) সুস্মিতা দেব                                    স্নাতকোত্তৰ (আইন, লণ্ডন য়ুনিভাৰ্ছিটি)

(বিজেপি)ৰাজদীপ ৰয়                                    স্নাতকোত্তৰ (শল্যচিকিৎসা, দাণ্ডি য়ুনিভাৰ্ছিটি, য়ু কে)

৩। স্বায়ত্তশাসিত জিলা

(কংগ্ৰেছ) বীৰেনচিং ইংতি                                 স্নাতকোত্তৰ, এল এল বি

(বিজেপি)হৰেনচিং বে’                                      স্নাতকোত্তৰ (বিজ্ঞান)

৪। ধুবুৰী

(কংগ্ৰেছ) আবু তাহেৰ বেপাৰী                              স্নাতকোত্তৰ

(অগপ)জাবেদ ইছলাম                                        স্নাতক

(এ আই য়ু ডি এফ)বদৰুদ্দিন আজমল                  ফাজিল পৰীক্ষা (উঃ মাঃ সমতুল্য)

৫। কোকৰাঝাৰ

(কংগ্ৰেছ) শব্দ ৰাভা                                           স্নাতক (কলা), এল এল বি

(বি পি এফ) প্ৰমীলাৰাণী ব্ৰহ্ম                             স্নাতক (কলা)

(নিৰ্দলীয়) নৱ শৰণীয়া                                       উচ্চতৰ মাধ্যমিক

(চি পি আই (এম)) বিৰাজ ডেকা                         স্নাতকোত্তৰ (কলা)

৬। বৰপেটা

(কংগ্ৰেছ) আব্দুল খালেক                                  স্নাতকোত্তৰ (কলা)

(অগপ)কুমাৰ দীপক দাস                                  স্নাতক (বিজ্ঞান), এল এল বি

(এ আই য়ু ডি এফ)ৰফিকুল ইছলাম                   স্নাতকোত্তৰ (কলা), পি এইচ্ছ ডি

৭। গুৱাহাটী

(কংগ্ৰেছ) ববিতা শৰ্মা                                    স্নাতকোত্তৰ (কলা)

(বিজেপি)কুইন ওজা                                     হাইস্কুল শিক্ষান্ত উত্তীৰ্ণ

(নিৰ্দলীয়)উপমন্যু হাজৰিকা                         এল এল বি

(নিৰ্দলীয়)জোনমণি খাউণ্ড                           স্নাতকোত্তৰ (আইন)

৮। মঙলদৈ

(কংগ্ৰেছ) ভুৱনেশ্বৰ কলিতা                         স্নাতকোত্তৰ (কলা), এল এল বি

(বিজেপি)দিলীপ শইকীয়া                           স্নাতক (বাণিজ্য)

৯। তেজপুৰ

(কংগ্ৰেছ) এম জি ভি কে ভানু                      স্নাতকোত্তৰ (ইঞ্জিনীয়াৰিং)

(বিজেপি)পল্লৱলোচন দাস                          স্নাতক (বাণিজ্য)

১০। নগাওঁ

(কংগ্ৰেছ) প্ৰদ্যুৎ বৰদলৈ                           স্নাতকোত্তৰ (কলা)

(বিজেপি)ৰূপক শৰ্মা                                স্নাতক (বাণিজ্য)

১১। কলিয়াবৰ

(কংগ্ৰেছ) গৌৰৱ গগৈ                              স্নাতকোত্তৰ (কলা)

(অগপ)মণিমাধৱ মহন্ত                            স্নাতকোত্তৰ (কলা)

১২। যোৰহাট

(কংগ্ৰেছ) সুশান্ত বৰগোহাঁই                         স্নাতক (কলা)

(বিজেপি)তপন গগৈ                                  স্নাতকোত্তৰ (কলা), এল এল বি

১৩। ডিব্ৰুগড়

(কংগ্ৰেছ) পৱন সিং ঘাটোৱাৰ                       স্নাতক (কলা)

(বিজেপি)ৰামেশ্বৰ তেলী                               হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ

১৪। লখিমপুৰ

(কংগ্ৰেছ) অনিল বৰগোহাঁই                         হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ

(বিজেপি)প্ৰদান বৰুৱা                                মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ডিপ্ল’মা

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd