• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক প্ৰবীণ শিক্ষাবিদ বীৰেন্দ্ৰ চন্দ্ৰ বৰুৱাৰ মৃত্যু

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
September 7, 2021 7:35 pm
ssi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন অধ্যাপক বীৰেন্দ্ৰ চন্দ্ৰ বৰুৱাৰ হৃদ ৰোগত আক্ৰান্ত স্থানীয় প্ৰগতি নাৰ্চিং হোমত চিকিৎসাধীন অৱস্থাতে  মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৩ বছৰ।

প্ৰয়াত বীৰেন্দ্ৰ চন্দ্ৰ বৰুৱাই ২০০০ চনৰ ৩১ ডিচেম্বৰত  শিৱসাগৰ মহাবিদ্যালয়ৰ পৰা ইংৰাজী বিভাগৰ মূৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল।

Apply Now

অৱসৰ গ্ৰহণৰ পিছতে তেওঁ শিৱসাগৰৰ এখন ব্যক্তিগত মহাবিদ্যালয়ত অধ্যাপক হিচাপে কাম কৰিছিল। ইয়াৰোপৰি তেওঁ শিৱসাগৰ যুৱ দ’লৰ প্ৰাক্তন সভাপতি আৰু সম্পাদকৰ দায়িত্ব  পালন কৰাৰ লগতে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি, শ্ৰী শ্ৰী শংকৰদেৱ সমাজৰ কাৰ্যকৰী সভাপতি হিচাপে অতি নিষ্ঠাৰে দায়িত্ব পালন কৰি আহিছিল। ইয়োৰোপৰি তেওঁ অসম সাহিত্য সভাৰ সদস্য হোৱাৰ লগতে আন বহু দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আছিল।

আজি পুৱা তেওঁৰ নশ্বৰ দেহত বিভিন্ন দল সংগঠনৰ লগতে ব্যক্তিবিশেষে শেষ শ্ৰদ্ধা নিবেদন কৰে। শ্ৰী শ্ৰী শংকৰ সমাজৰ হৈ অনিল দত্তই, যুৱ দ’লৰ হৈ কাৰ্তিক চন্দ্ৰ দত্তই, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সৌমাৰজ্যোতি মহন্তৰ লগতে ৰাজহংস ক্লাৱৰ হৈ বিপুল চিলা ওজা আৰু শিৱসাগৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ প্ৰকাশ কটকীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ইয়াৰ পিছতেই তেওঁৰ নশ্বৰ দেহ শংকৰ সমাজৰ নামঘৰ যুৱদ’লত সমুহীয়াভাৱে শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত শিৱসাগৰ মহাবিদ্যালয়লৈ নিয়া হয় আৰু মহাবিদ্যালয়ৰ তৰফৰ পৰা শেষ শ্ৰদ্ধা জনায়।

শেষত তেওঁ নশ্বৰ দেহ অজস্ৰ গুণমুগ্ধৰ উপস্থিতিত  থানামুখৰ শান্তিবন শ্মশানত শেষকৃত কৰা হয়।

মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু দুগৰাকী কন্যাৰ লগতে বহু আত্মীয়ক ইহ সংসাৰত এৰি থৈ গৈছে।

উল্লেখ্য যে ১ জানুৱাৰী ১৯৪২ চনত টিয়কত জন্ম গ্ৰহণ কৰা বীৰেন্দ্ৰ চন্দ্ৰ বৰুৱাই টীয়ক হাইস্কুল, যোৰহাটৰ জেবি কলেজ আৰু গুৱাহাটী বিশ্ব বিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰিছিল।

স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছতেই বীৰেন্দ্ৰ চন্দ্ৰ বৰুৱাই টিয়ক হাইস্কুলত শিক্ষাকতা কৰে। তাৰপিছত কম সময়ৰ বাবে অসম চৰকাৰৰ অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগত inspector of statistics হিচাপে কাম কৰে।

স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ জাঁজী কলেজত প্ৰতিষ্ঠাপক কালৰে পৰা শিক্ষক হিচাপে কাম কৰে। ১৯৬৫ চনৰ ২৬ অক্টোবৰৰ পৰা শিৱসাগৰ মহাবিদ্যালয়ত ইংৰাজী বিভাগৰ প্ৰবক্তা হিচাপে যোগদান কৰি ২০০০ চনৰ ৩১ ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰিছিল।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুজৰাট, বিহাৰ আৰু মধ্যপ্ৰদেশৰ উপনিৰ্বাচন : দুটা আসনত বিৰোধীৰ সফলতা, গুজৰাটত নাক ৰাখিলে বিজেপিয়ে

গুজৰাট, বিহাৰ আৰু মধ্যপ্ৰদেশৰ উপনিৰ্বাচন : দুটা আসনত বিৰোধীৰ সফলতা, গুজৰাটত নাক ৰাখিলে বিজেপিয়ে

August 3, 2026 9:34 pm
৩০ বছৰৰ বিজেপিৰ দুৰ্গ ৩০ দিনত ধূলিসাৎ! প্ৰশান্ত কিশোৰৰ জয়ে লালু আৰু বিজেপিক দিলে কঠোৰ বাৰ্তা

৩০ বছৰৰ বিজেপিৰ দুৰ্গ ৩০ দিনত ধূলিসাৎ! প্ৰশান্ত কিশোৰৰ জয়ে লালু আৰু বিজেপিক দিলে কঠোৰ বাৰ্তা

August 3, 2026 9:04 pm
প্ৰতিবাদকাৰী শিক্ষাৰ্থীৰ ওপৰত লোৱা আইনী ব্যৱস্থা সম্পৰ্কে সংসদত অমিত শ্বাহৰ পৰা উত্তৰ ‎বিচাৰিলে গৌৰৱ গগৈয়ে

প্ৰতিবাদকাৰী শিক্ষাৰ্থীৰ ওপৰত লোৱা আইনী ব্যৱস্থা সম্পৰ্কে সংসদত অমিত শ্বাহৰ পৰা উত্তৰ ‎বিচাৰিলে গৌৰৱ গগৈয়ে

August 3, 2026 8:53 pm
কাজিৰঙাক কেন্দ্ৰ কৰি প্ৰণৱ দলেৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ আৰোপৰ তীব্ৰ বিৰোধিতা, তাৎক্ষণিক মুক্তিৰ দাবী দেশৰ ৬০ৰো অধিক সংগঠনৰ

কাজিৰঙাক কেন্দ্ৰ কৰি প্ৰণৱ দলেৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ আৰোপৰ তীব্ৰ বিৰোধিতা, তাৎক্ষণিক মুক্তিৰ দাবী দেশৰ ৬০ৰো অধিক সংগঠনৰ

August 3, 2026 8:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুজৰাট, বিহাৰ আৰু মধ্যপ্ৰদেশৰ উপনিৰ্বাচন : দুটা আসনত বিৰোধীৰ সফলতা, গুজৰাটত নাক ৰাখিলে বিজেপিয়ে

গুজৰাট, বিহাৰ আৰু মধ্যপ্ৰদেশৰ উপনিৰ্বাচন : দুটা আসনত বিৰোধীৰ সফলতা, গুজৰাটত নাক ৰাখিলে বিজেপিয়ে

August 3, 2026 9:34 pm
৩০ বছৰৰ বিজেপিৰ দুৰ্গ ৩০ দিনত ধূলিসাৎ! প্ৰশান্ত কিশোৰৰ জয়ে লালু আৰু বিজেপিক দিলে কঠোৰ বাৰ্তা

৩০ বছৰৰ বিজেপিৰ দুৰ্গ ৩০ দিনত ধূলিসাৎ! প্ৰশান্ত কিশোৰৰ জয়ে লালু আৰু বিজেপিক দিলে কঠোৰ বাৰ্তা

August 3, 2026 9:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd