• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আজান পীৰৰ সন্দৰ্ভত কটু মন্তব্য কৰা শিলাদিত্য দেবৰ প্ৰতিকৃতি দাহ নগাঁৱত

NE NOW NEWS ভার্গব হাজৰিকা
পুৰণিগুদাম , August 22, 2019 2:50 pm

1 min read

আজান পীৰৰ সন্দৰ্ভত কটু মন্তব্য কৰা শিলাদিত্য দেবৰ প্ৰতিকৃতি দাহ নগাঁৱত
587
VIEWS
Share on FacebookShare on Twitter

হোজাইৰ বিধায়ক শিলাদিত্য দেবৰ বিৰুদ্ধে আজি দুপৰীয়া নগাঁও জিলাৰ পুৰণিগুদামত গৰীয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ নগাঁও জিলা সমিতিয়ে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ।

বিতৰ্কিত বিধায়ক গৰাকীয়ে আজান পীৰৰ বিৰুদ্ধে এটা ব্যক্তিগত সংবাদ মাধ্যমত ৰাজহুৱাভাবে কটু মন্তব্যৰ কৰাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদকাৰীসকলে তেওঁক ধিক্কাৰ দিয়াৰ লগতে তেওঁৰ প্ৰতিমূৰ্তিয়ো দাহ কৰে।

উল্লেখযোগ্য যে, বুধবাৰে নিশা এটা ব্যক্তিগত চেনেলৰ টক শ্ব’ত বিধায়ক গৰাকীয়ে আজান পীৰক এ আই ইউ ডি এফৰ প্ৰধান বদৰুদ্দিন আজমলৰ লগত তুলনা কৰাৰ লগতে তেওঁৰ অমৰ সৃষ্টি জিকিৰ আৰু জাৰিকলমূহ সাধাৰণ গান বুলি কৈছিল।

তেওঁৰ এই মন্তব্যত গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ নেতৃত্বৰ লগতে পুৰণিগুদামৰ স্থানীয় লোকসকল ক্ষুব্ধ হৈ উঠে।

ইফালে আজান পীৰৰ অমূল্য তজবী ডাল উত্তৰাধিকাৰী সূত্ৰে বছৰ-বছৰ ধৰি সংৰক্ষণ কৰি ৰখা পুৰণিগুদামৰ মাজগাঁওস্থিত চৈয়দ মুজিৰুল হুছেইনো বিধায়ক গৰাকীৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰে।

প্ৰতিবাদকাৰীসকলে বিধায়ক শিলাদিত্যক অসমৰ ইতিহাস অধ্যয়ন কৰিবলৈ আহ্বান জনোৱাৰ লগতে আজান পীৰৰ ওপৰত পুনৰ বিৰূপ মন্তব্য কৰিলে তেওঁৰ বিৰুদ্ধে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।

Recent News

Story-8-15-1140x570-750x375

দেশত জীৱশ্ৰেষ্ঠৰ বৰ্বৰ কাণ্ড! নাহৰফুটুকী মাৰি মাংস খোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হ’ল ৫জন

EsaeaS7VcAArt3Q-1140x570

দুখনকৈ জনসভাত অংশ লৈ আজি বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজাব অমিত শ্বাহে!

32337043_2010270292557153_5893369135034793984_n-643x375

বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱাৰ পৰলোকপ্ৰাপ্তি; শোকস্তব্ধ ভ্ৰাম্যমান জগত

Jemima-Khan-Peter-Morgan

নতুন প্ৰেমিকৰ সৈতে একেলগে বাস কৰিছে পাকিস্তানী প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ প্ৰাক্তন পত্নীয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd