• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লামডিঙত কেন্দ্ৰীয় ৰাজ্যিক ৰে’লমন্ত্রীৰ পুত্তলিকা দাহ : আদ্যশ্ৰাদ্ধ পালন প্ৰতিবাদকাৰীৰ

মিণ্টু দাস by মিণ্টু দাস
September 24, 2018 2:53 pm
c1150bbe-7a15-447e-93ea-f1d6ee113a34

লামডিঙত কেন্দ্রীয় ৰাজ্যিক ৰে'ল মন্ত্ৰীৰ পুত্তলিকা দাহ। ফটো : নৰ্থইষ্ট নাও

262
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূৱ সীমান্ত ৰে’লৱেত থলুৱা যুৱক-যুৱতীসকলক আজি দীৰ্ঘদিন ধৰি বঞ্চনা কৰি অহাৰ অভিযোগ দীৰ্ঘদিনীয়া। সময়ে সময়ে এই ক্ষেত্রত অসমৰ বিভিন্ন প্ৰান্তত আছু, অসম জাতিয়তাবাদী যুৱ ছাত্র পৰিষদকে ধৰি বহু দল সংগঠনে বহু ঠাইত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি আহিছে। তাৰ বাহিৰেও পুত্তলিকা দাহকে আদি কৰি বিভিন্ন প্ৰতিবাদকাৰীয়ে এনেধৰণৰ কাৰ্য্যসূচী ৰূপায়ন কৰি আহিছে।

ad3f3f3d-5e89-478c-81fe-f756f6398863
চাকৰি বঞ্চিত যুৱ প্ৰতিবাদকাৰীসকলে ৰে’লমন্ত্ৰী দুগৰাকীৰ প্ৰতীকী আদ্যশ্ৰাদ্ধ পালন কৰে। ফটো : নৰ্থইষ্ট নাও

ইয়াৰ সমান্তৰালকৈ আজি লামডিং ৰে’লৱে মাণ্ডলিক প্ৰবন্ধকৰ কাৰ্যালয়ত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। ৰে’ল বিভাগৰ পৰীক্ষাৰ বিসংগতি, থলুৱা যুৱক-যুৱতীক ৰে’ল বিভাগত নিযুক্তি আদিৰ পৰিপ্ৰেক্ষিতত আজিৰ এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে চাকৰি বঞ্চিত যুৱক-যুৱতীসকলে।

আজিকে লৈ ২২ দিন ধৰি লামডিঙত প্ৰতিবাদ অব্যাহত আছে। চাকৰি বঞ্চিত থলুৱা যুৱক-যুৱতীসকলে বিভিন্ন ধৰণৰ শ্ল’গান দি ৰে’ল বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰীৰ পুত্তলিকা দাহ কৰে।

প্ৰতিবাদকাৰীসকলে দুই ৰে’ল মন্ত্ৰীৰ আদ্যশ্ৰাদ্ধও অনুষ্ঠিত কৰে। আনহাতে, লাখ লাখ নিবনুৱাক চৰকাৰী চাকৰি দিয়া হ’ব বুলি নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দি নিৰ্বাচনী বৈতৰণী পাৰ কৰা চৰকাৰখনে ৰে’ল বিভাগত কি পদ্ধতিৰে নিৱনুৱা সকলক চাকৰি প্ৰদান কৰে সেয়া বৰ্তমান সময়ত গুৰুত্বপূৰ্ণ হৈ পৰিছে।

Recent News

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd